কৃত্ৰিম বুদ্ধিমত্তা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
1 নং শাৰী:
'''কৃত্ৰিম বুদ্ধিমত্তা''' ({{Lang-en|Artificial Intelligence}}, সংক্ষিপ্ত প্ৰচলিত ৰূপ '''{{Lang|en|AI}}''') হৈছে যন্ত্ৰ অথবা কম্পিউটাৰৰ দ্বাৰা প্ৰদৰ্শিত আৰু পৰিচালিত বুদ্ধিমত্তা। মানুহে প্ৰাকৃতিক বুদ্ধিমত্তাৰে কৰিব পৰা কেতবোৰ কাম যেতিয়া ডিজিটেল কম্পিউটাৰ নাইবা কম্পিউটাৰ-নিয়ন্ত্ৰিত যন্ত্ৰমানৱে সম্পন্ন কৰে, তেতিয়া তাকে কৃত্ৰিম বুদ্ধিমত্তা বুলি কোৱা হয়।<ref name="ক">{{cite web | url=http://www.britannica.com/technology/artificial-intelligence | title=artificial-intelligence | publisher=britannica | accessdate=17 July 2019 | author=Copeland,B.J.}}</ref> কৃত্ৰিম বুদ্ধিমত্তা কম্পিউটাৰ বিজ্ঞানৰ এটি বিভাগ,য’ত মানুহৰ বুদ্ধিমত্তা আৰু চিন্তাশক্তিক কম্পিউটাৰৰ দ্বাৰা অনুকৃত কৰাৰ চেষ্টা কৰা হয়।দৈনন্দিনহয়। দৈনন্দিন কামত আমি কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ কৰিয়েই আছোঁ। আমাৰ ম'বাইলত থকা ভাৰ্চুয়েল ব্যক্তিগত সহকাৰী যেনে-ভয়চ চাৰ্চ,গুগল এছিছটেণ্ট,ফেচ ডিটেকচন আদিবোৰ হৈছে কৃত্ৰিম বুদ্ধিমত্তাৰ উদাহৰণ।<ref name="ব">{{cite web | url=http://as.vikaspedia.in/education/it-literacy/9959c39a49cd9f09bf9ae-9ac9c19a69cd9a79bf9ae9a49cd9a49be-9869f09c1-9ae9be9a89c19b99f0-9ad9f19bf9b79cd9af9a4#section-1 | title=কৃত্ৰিম বুদ্ধিমত্তা | publisher=বিকাডপেডিয়া | accessdate=17 July 2019 | author=বৰঠাকুৰ,দেৱাঞ্জন}}</ref> জনপ্ৰিয় ই-কমাৰ্ছ ৱেবছাইট এমাজন আৰু বিশ্বৰ প্ৰসিদ্ধ ভিডিঅ' ষ্ট্ৰিমিং ৱেবছাইট নেটফ্লিক্সতো কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যাপক প্ৰয়োগ হয়।<ref>https://www.forbes.com/sites/robertadams/2017/01/10/10-powerful-examples-of-artificial-intelligence-in-use-today/#25c4bd1c420d</ref>
 
কৃত্ৰিম বুদ্ধিমত্তাক তিনিটা বিশেষ প্ৰণালীত সাধাৰণতে ভাগ কৰিব পাৰি। বিশ্লেষণাত্মক(analytical), মানৱ-অনুপ্ৰেৰিত( human-inspired), আৰু মানৱকৃত কৃত্ৰিম বুদ্ধিমত্তা (humanized artificial intelligence)।<ref>Kaplan Andreas; Michael Haenlein (2018) Siri, Siri in my Hand, who's the Fairest in the Land? On the Interpretations, Illustrations and Implications of Artificial Intelligence, Business Horizons, 62(1)
9 নং শাৰী:
চিন্তাশক্তিসম্পন্ন কৃত্ৰিম জীৱ পুৰণি সাধুকথা, কল্প-কাহিনীত দেখিবলৈ পোৱা গৈছিল। মেৰি শ্বেলিৰ ফ্ৰেংকেনষ্টাইন অথবা কাৰেল কাপেকৰ আৰ.ইউ.আৰ (R.U.R.- Rossum's Universal Robots)ত এইবোৰৰ আৰ্বিভাৱ হৈছিল। সেই চৰিত্ৰবোৰৰ কথা আৰু সিহঁতৰ কলা-কৌশলৰ কাহিনীয়ে বৰ্তমান কৃত্ৰিম বুদ্ধিমত্তাৰ নীতিগত দিশত চৰ্চা লাভ কৰিছে।<ref>http://www.pamelamc.com/html/machines_who_think.html</ref>
 
কৃত্ৰিম বুদ্ধিমত্তাৰ গৱেষণা আৰম্ভ হৈছিল ১৯৫৬ চনৰ আমেৰিক যুক্তৰাষ্ট্ৰৰ ডাৰ্থমাউথ কলেজত।গৱেষণাটোৰকলেজত। গৱেষণাটোৰ প্ৰতিষ্ঠাপক আছিল কাৰ্নেগি মিলন বিশ্ববিদ্যালয়ৰ এলেন নেৱেল আৰু হাৰবাৰ্ট ছিমন,মেচাছুটেটছ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ জন মেককাৰ্থি, মাৰ্ভিন মিনস্কি আৰু আইবিএম কোম্পানীৰ আৰ্থাৰ ছেমুৱেল। উল্লেখযোগ্য যে,একেকেইজন মানুহে গৱেষণাটোক নেতৃত্বও দিছিল।<ref>Russell, Stuart J.; Norvig, Peter (2003), Artificial Intelligence: A Modern Approach (2nd ed.), Upper Saddle River, New Jersey: Prentice Hall, ISBN 0-13-790395-2.</ref>
 
১৯৭৪ৰ ফালে এইসম্পৰ্কীয় গৱেষণা সামান্যভাৱে স্ববিৰ হৈ পৰিল। ছাৰ জেমছ লাইটহিলৰ সমালোচনাই এই স্থবিৰতাত বিশেষ ভূমিকা ল'লে।<ref>Lighthill, James (1973). "Artificial Intelligence: A General Survey". Artificial Intelligence: a paper symposium. Science Research Council.</ref> তদুপৰি আমেৰিকান কংগ্ৰেছেও কৃত্ৰিম বুদ্ধিমত্তাৰ গৱেষণাৰ পৰিৱৰ্তে অইন উৎপাদনশীল প্ৰকল্পতহে ধন খৰচ কৰিবলৈ আগ্ৰহ দেখুৱালে। সেইকাৰণে পৰৱৰ্তী বছৰকেইটাক ''কৃত্ৰিম বুদ্ধিমত্তাৰ শীতল সময়'' বুলি আখ্যা দিয়া হয়।<ref>Crevier, Daniel (1993), AI: The Tumultuous Search for Artificial Intelligence, New York, NY: BasicBooks, ISBN 0-465-02997-3.</ref>
31 নং শাৰী:
* আত্ম-সচেতন কৃত্ৰিম বুদ্ধিমত্তা (Self-Aware AI)<ref>https://www.govtech.com/computing/Understanding-the-Four-Types-of-Artificial-Intelligence.html</ref>
 
'''প্ৰতিক্ৰিয়াশীল যন্ত্ৰ''': কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰাথমিক ৰূপ। ইহঁতৰ কোনো অতীত-স্মৃতি নাথাকে আৰু অতীতৰ কোনো তথ্য ইহঁতে ভৱিষ্যতৰ কাৰণে ব্যৱহাৰ নকৰে।
 
'''সীমিত স্মৃতিৰ যন্ত্ৰ''': অতীতৰ স্মৃতি ব্যৱহাৰ কৰিব পৰাকৈ সক্ষম। স্ব-চালিত বাহনত কেতবোৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত এইটো ধাৰণা ব্যৱহাৰ কৰা হৈছে।