নিউক্লীয় পদাৰ্থবিজ্ঞান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
9 নং শাৰী:
}}</ref> নিউক্লীয় পদাৰ্থবিজ্ঞান [[পাৰমাণৱিক পদাৰ্থবিজ্ঞান|পাৰমাণৱিক পদাৰ্থবিজ্ঞানৰ]] সৈতে খেলিমেলি কৰাটো উচিত নহয় কিয়নো পাৰমাণৱিক পদাৰ্থবিজ্ঞানত [[পৰমাণু]] আৰু তাৰ [[ইলেকট্ৰন]] সম্বন্ধে বিষদভাৱে অধ্যয়ন কৰা হয়।
 
নিউক্লীয় পদাৰ্থবিজ্ঞানৰ আৱিস্কাৰসমূহআৱিষ্কাৰসমূহ বিভিন্ন ক্ষেত্ৰত প্ৰয়োগ কৰা হয়। উদাহৰণস্বৰূপে, নিউক্লীয় শক্তি, নিউক্লীয় মাৰণাস্ত্ৰ, নিউক্লীয় চিকিৎসা তথা এম আৰ আই (MRI), ঔদ্যোগিক তথা কৃষি সম্বন্ধীয় আইছ'ট'প, পদাৰ্থ অভিযান্ত্ৰিকীত আয়ন সংৰোপন আৰু ভূবিজ্ঞান তথা পুৰাতত্ত্বত ৰেডিঅ'কাৰ্বন ডেটিং। এই প্ৰয়োগসমূহ নিউক্লীয় অভিযান্ত্ৰিকী ক্ষেত্ৰত অধ্যয়ন কৰা হয়।
 
[[কণা পদাৰ্থবিজ্ঞান]] নিউক্লীয় পদাৰ্থবিজ্ঞানৰ পৰাই বিকশিত হৈছে আৰু এই দুয়ো ক্ষেত্ৰকে সাধাৰণতে ঘনিষ্ঠ সম্বন্ধত শিকোৱা হয়। [[নিউক্লীয় জ্যোতি পদাৰ্থবিজ্ঞান]] ([[জ্যোতি পদাৰ্থবিজ্ঞান|জ্যোতি পদাৰ্থবিজ্ঞানত]] নিউক্লীয় পদাৰ্থবিজ্ঞানৰ প্ৰয়োগ) [[নক্ষত্ৰ|নক্ষত্ৰসমূহৰ]] আভ্যন্তৰীণ কাৰ্যপ্ৰণালী আৰু [[ৰাসায়নিক মৌল|ৰাসায়নিক মৌলৰ]] উৎপত্তি ব্যাখ্যা কৰাত অতি গুৰুত্বপূৰ্ণ।