কম্পিউটাৰ বিজ্ঞান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
নত্ববিধি অনুসৰি 'ন'টোক ণ কৰা হ’ল৷ আৰু উপযুক্ত স্থানত উৰ্ধকমা ব্যৱহাৰ কৰা হ’ল৷
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
3 নং শাৰী:
{{InfoBox_General
|Name = '''লেখকৰ টোকা'''
|Text = এই প্ৰবন্ধ "কম্পিউতাৰ বিজ্ঞান বিষয়"টোৰ বিষয়ে লিখা হৈছে, সংশ্লি্তসংশ্লিষ্ট অন্যান্য বিষয়ৰ বাবে "Category:কম্পিউটাৰ বিজ্ঞান" চাওক
}}
-->
[[Image:computer_pic.jpg|330px|thumbnail|right|কম্পিউটাৰ]]
'''কম্পিউটাৰ বিজ্ঞান''' হ'ল [[তথ্য]] আৰু ইয়াৰ পৰিস্কৰনপৰিস্কৰণ/সংকলন (processing) সম্বন্ধিত তাত্বিক (theoretical) বিষয়মুহৰবিষয়সমূহৰ প্ৰণালীবদ্ধ অধায়নঅধ্যায়ন (study) ‌‌।
 
থোৰতে কবলৈক’বলৈ গলেগ’লে কম্পিউতাৰ বিজ্ঞানৰ সংজ্ঞা এয়েই হোৱা উচিত যদিও বৰ্তমান যুগত ইয়াৰ সৰ্বাত্মকতা আৰু জনপ্ৰিয়তাৰ পৰিপ্ৰেক্ষিতত বহুজনে বিভিন্ন প্ৰসংগত ইয়াক বিভিন্ন ধৰনেধৰণে উত্থাপন আৰু প্ৰয়োগ কৰা দেখা যায় ।যায়। এনে কিছুমান সমাৰ্থক হিচাবে ব্যৱহাৰ কৰা নাম হলহ’ল [[কম্পিউটাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা]] (computer science & engineering/technology), [[তথ্য প্ৰযুক্তি]] (information technology), [[তথ্য পৰিস্কৰনপৰিস্কৰণ/সংকলন]] (data processing) ইত্যাদি। পিছে আমাৰ এই নিবন্ধত আমি "তথ্য আৰু ইয়াৰ পৰিস্কৰনপৰিস্কৰণ/সংকলন সম্বন্ধিত তাত্বিক বিষয়মুহৰবিষয়সমূহৰ অধায়নঅধ্যায়ন"-কহে কম্পিউটাৰ বিজ্ঞান বুলিম। উল্লিখিত বাকীবোৰ বিষয় যোগ্যজনে উপযুক্ত স্থানত অৱতাৰনাঅৱতাৰণা কৰিব।
 
=ইতিহাস=