কম্পিউটাৰ বিজ্ঞান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নত্ববিধি অনুসৰি 'ন'টোক ণ কৰা হ’ল৷ আৰু উপযুক্ত স্থানত উৰ্ধকমা ব্যৱহাৰ কৰা হ’ল৷
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
12 নং শাৰী:
 
=ইতিহাস=
অধুনাঅধুনিক বহুব্যৱহৃত আৰু বহুচৰ্চিত ''কম্পিউটাৰ বিজ্ঞান'' বাকাংশৰ উদ্ভাৱনৰো বহু আগৰে পৰাই, মানৱ-সমাজে গণিতৰ বিভিন্ন ৰূপত ইয়াৰ ব্যৱহাৰ কৰি আহিছে। গতিকে এই দিশৰ পৰা চাবলৈ গ'লে (প্ৰাক) বৈদিক যুগৰ ভাৰতবৰ্ষতে ইয়াৰ প্ৰাথমিক উত্কৰ্ষউৎকৰ্ষ সাধন আৰু পৰৱৰ্ত্তী যুগত যথাক্ৰমে মধ্যপ্ৰাচ্য আৰু ইউৰোপত, এই ''কম্পিউটাৰ বিজ্ঞান'' বা ''সংগণন বিদ্যা'' বিষয়টো বহু বিৱৰ্ত্তনৰ মাজেদি পাৰ হৈ আহিছে বুলি কবক’ব পৰা যায়। সংশ্লীষ্ট অভিযন্ত্ৰণৰ প্ৰয়াস আৰু সফল ব্যৱহাৰো যথেষ্ট পুৰণি।
=== কম্পিউটাৰৰ বিভিন্ন পুৰুষ ===
[[কম্পিউটাৰ]]ত সংযোজিত বিভিন্ন [[প্ৰচেছৰ]] (Processor)অনুযায়ী [[কম্পিউটাৰ]]ক বিভিন্ন পুৰুষত ভাগ কৰা হৈছে৷
18 নং শাৰী:
প্ৰথম পুৰুষত [[ভেকুৱাম টিউব]](Vacuum Tubes) সংযোজিত হৈছিল৷ [[কম্পিউটাৰ]] সমূহৰ আকাৰ বিৰাট ডাঙৰ আছিল আৰু সেইবোৰ ৰাখিবৰ বাবে এক বিৰাট ঠাইৰ প্ৰয়োজন হৈছিল৷ কৰ্মদক্ষতা যথেষ্ট কম আছিল৷ [[মেচিন লেংগুৱেজ]](Machine Language) ব্যৱহাৰ হোৱা বাবে [[প্ৰ’গ্ৰামিং]](Programming) কৰিবলৈ কঠিন হৈছিল৷ উদাহৰণ- [[ENIAC]],[[EDVAC]],[[UNIVAC]]
==== দ্বিতীয় পুৰুষ (১৯৫৬-৬৩)ট্ৰেনজিছটৰ(Transistors) ====
দ্বিতীয় পুৰুষৰ [[কম্পিউটাৰ]]ত [[ট্ৰেনজিছটৰ]](Transistors) সংযোজিত হৈছিল৷ প্ৰথম পুৰুষৰ [[কম্পিউটাৰ]]তকৈ ইয়াৰ আকাৰ সৰু আছিল৷ [[হাৰ্ডৱেৰ]]ৰ(Hardware)ক্ষমতা বেছি আছিল৷ [[কম্পিউটাৰ]] সমূহত [[এছেম্বলী লেংগুৱেজ]](Assembly Language)ব্যৱহাৰ হৈছিল৷ উদাহৰণ- [[PDP-8]],[[IBM 1401]], [[IBM 7090]]
==== তৃতীয় পুৰুষ (১৯৬৪-৭০)ইনটিগ্ৰেটেড চাৰ্কিট(Integrated Circuits) ====
তৃতীয় পুৰুষৰ [[কম্পিউটাৰ]]ত [[ইনটিগ্ৰেটেড চাৰ্কিট]](Integrated Circuits) সংযোজিত হৈছিল৷ দ্বিতীয় পুৰুষৰ [[কম্পিউটাৰ]]তকৈ ইয়াৰ ক্ষমতা যথেষ্ট আছিল৷ আগৰ পুৰুষৰ তুলনাত তৃতীয় পুৰুষৰ [[কম্পিউটাৰ]]ক যথেষ্ট কম ঠাই লাগিছিল৷ উচ্চ পৰ্য্যায়ৰ লেংগুৱেজ ব্যৱহাৰ হৈছিল৷ উদাহৰণ- [[NCR 395]], [[B6500]]
27 নং শাৰী:
 
 
==কম্পিউটাৰ‌ৰ‌ ঐতিহাসিক প্ৰয়োগ আৰু ঊৎকৰ্ষউৎকৰ্ষ==
 
দক্ষিণ/মধ্য এচিয়াত বহু পুৰণিকালৰ পৰাই (আনকি এতিয়াও) "এবেকাচ" ব্যৱহাৰ কৰা হয়। [[Image:RomanAbacusRecon.jpg|170px|thumbnail|right|ৰোমান এবেকাচ]] পৰৱৰ্ত্তীকালতো, বিভিন্ন কাৰ্যত প্ৰয়োজন হোৱা ক্ৰমশঃ জটিলতৰ প্ৰয়োগৰ (যেনে কামানৰ গোলাৰ পথনিৰ্দ্দেশন) লগে লগে গণনাৰ বেগ আৰু শুদ্ধতা বৃদ্ধিৰ বাবে নিত্য নতুন উপায় তথা ব্যাৱহাৰিক প্ৰয়োগ উদ্ভাৱনৰ প্ৰয়াসৰ প্ৰাসংগিতাও ক্ৰমশ: বৃদ্ধি পালে। [http://en.wikipedia.org/wiki/Wilhelm_Schickard উইলহেল্ম শ্চিকাৰ্ড]-এ বিশ্বৰ প্ৰথম যান্ত্ৰিক কম্পিউটাৰ নিৰ্মাণ কৰিলে।
33 নং শাৰী:
[[Image:050114_2529_difference.jpg|170px|thumbnail|right|ডিফাৰেনছিয়েল ইঞ্জিন]]
 
ভিক্টোৰিয়ান যুগৰ বিশিষ্ট কম্পিউটাৰ বিজ্ঞনীকসকলৰ ভিতৰত [http://en.wikipedia.org/wiki/Charles_Babbage চাৰ্লচ বেবেজ]-ৰ নাম বিশেষভাৱে উল্লেখনীয় ।উল্লেখনীয়। "ডিফাৰেনছিয়েল ইঞ্জিন" নামৰ যান্ত্ৰিক কম্পিউটাৰৰ আৱিষ্কাৰক বেবেজক আধুনিক সংগননবিদ্যাৰ জনক আখ্যা দিয়া হয়।
 
==আধুনিক কম্পিউটাৰ‌ বিজ্ঞানৰ‌ জন্ম==
 
মন কৰিবলগীয়া যে ওপৰোক্ত আবিস্কাৰ‌বোৰ‌কআৱিষ্কাৰবোৰক আজিৰ‌ যুগত কম্পিউটাৰ‌ বুলিলে আমি যি বুজোঁ সেয়া বুলিব পৰা নাযায়। সেইদৰে কম্পিটাৰ‌ বিঞ্জানৰ‌ সম্বন্ধিত অধ্যয়নোঅধ্যায়নো সেইকালত সীমিত আছিল। দৰাচলতে ১৯২০ মানৰ‌পৰাহেমানৰ‌ পৰাহে বৰ্তমান যুগৰ‌ অৰ্থত কম্পিউটাৰ‌ শব্দৰ‌ বহুল প্ৰয়োগ আৰ‌ম্ভ হয়। ১৯২০ চনত এলান টিউৰিঙ আৰু এলঞ্জ' চাৰ্চৰ‌ গৱেষণালব্ধ "চাৰ্চ-টিউৰিং থেচিচ" বুলি জনাজাত এক প্ৰতিপাদৰ‌ জৰিয়তে আধুনিক কম্পিউটাৰ‌ বিজ্ঞানৰ‌ চৰ্চাৰ‌ ভেটি স্থাপন হয় । ইয়াৰ‌ সহায়ত কম্পিউটাৰ‌ৰ‌ এক সৰ‌ল গাণিতিক আৰ্হি তৈয়াৰ‌ কৰিব প‌ৰা যায় । অতি সৰ‌লীকৃত কৰি কবলৈ গলেগ’লে এই ন্যুনতম গাণিতিক কম্পিউটাৰ‌ক ব্যৱহাৰ ‌কৰি কম্পিউটাৰ‌ বিজ্ঞানৰ‌ বিভিন্ন জটিল তত্বসমুহ অধ্যয়ন কৰিব পৰা যায়।
 
সমসাময়িক অন্যান্য বৈজ্ঞানিক ষ্টীফেন ক্লীন, জে বি ৰ‌জাৰ‌, কাৰ্ল গডেল ইত্যাদিৰ‌ গৱেষণাও এই সম্পৰ্কত উল্লেখনীয়।
43 নং শাৰী:
==বৰ্তমান স্থিতি==
 
১৯৬০ ৰ‌ পৰা বিষয় হিচাবে কম্পিউটাৰ‌ বিজ্ঞানৰ‌ অধ্যয়ন আৰম্ভ হয়<ref>Denning, P.J., ''Computer Science: The Discipline'', Encyclopedia of Computer Science, 2000. http://web.archive.org/web/20060525195404/http://www.idi.ntnu.no/emner/dif8916/denning.pdf</ref>। IBM আদি কম্পেনিয়ে উদ্ভাৱন কৰা বিভিন্ন কম্পিউটাৰ‌ যন্ত্ৰই লাহে লাহে বিষয়টোক জনপ্ৰীয় কৰাত সহায় কৰিলেও বিজ্ঞান হিচাবে কম্পিউটাৰ‌ বিষয়টোৰ‌ মান্যতাৰ‌ বিষয়ে অনেক দিনলৈ বিতৰ্ক চলি থাকিলে। লাহে লাহে কম্পিউটাৰে জনজীৱনত বিস্তৰ‌ প্ৰভাৱ পেলাবলৈ আৰ‌ম্ভ কৰিলে। ইয়াৰ‌ পৰিপ্ৰেক্ষিতত কম্পিউটাৰ‌ আৰু সংশ্লিষ্ট বিষয়ৰ‌ যেনে কম্পিউটাৰ‌ গ্ৰাফিক্স, ইনফৰ্মেশ্যন চিকিউৰিটী আদি বিষয়ৰ‌ বৈজ্ঞানিক অধ্যয়নৰ‌ প্ৰাসংগিকতা আৰু জনপ্ৰিয়তা বৃদ্ধি পালে।
 
=আধুনিক কম্পিউটাৰ বিজ্ঞান=