কম্পিউটাৰ বিজ্ঞান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
7 নং শাৰী:
-->
[[Image:computer_pic.jpg|330px|thumbnail|right|কম্পিউটাৰ]]
'''কম্পিউটাৰ বিজ্ঞান''' হ'ল [[তথ্য]] আৰু ইয়াৰ পৰিস্কৰণ/সংকলন (processing) সম্বন্ধিত তাত্বিক (theoretical) বিষয়সমূহৰ প্ৰণালীবদ্ধ অধ্যায়নঅধ্যয়ন (study)।
 
থোৰতে ক’বলৈ গ’লে কম্পিউতাৰ বিজ্ঞানৰ সংজ্ঞা এয়েই হোৱা উচিত যদিও বৰ্তমান যুগত ইয়াৰ সৰ্বাত্মকতা আৰু জনপ্ৰিয়তাৰ পৰিপ্ৰেক্ষিতত বহুজনে বিভিন্ন প্ৰসংগত ইয়াক বিভিন্ন ধৰণে উত্থাপন আৰু প্ৰয়োগ কৰা দেখা যায়। এনে কিছুমান সমাৰ্থক হিচাবে ব্যৱহাৰ কৰা নাম হ’ল [[কম্পিউটাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা]] (computer science & engineering/technology), [[তথ্য প্ৰযুক্তি]] (information technology), [[তথ্য পৰিস্কৰণ/সংকলন]] (data processing) ইত্যাদি। পিছে আমাৰ এই নিবন্ধত আমি "তথ্য আৰু ইয়াৰ পৰিস্কৰণ/সংকলন সম্বন্ধিত তাত্বিক বিষয়সমূহৰ অধ্যায়নঅধ্যয়ন"-কহে কম্পিউটাৰ বিজ্ঞান বুলিম। উল্লিখিত বাকীবোৰ বিষয় যোগ্যজনে উপযুক্ত স্থানত অৱতাৰণা কৰিব।
 
=ইতিহাস=