বৈজ্ঞানিক নামকৰণ পদ্ধতি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
Kuldhar Rabha (আলোচনা | বৰঙণি) No edit summary টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা |
Kuldhar Rabha (আলোচনা | বৰঙণি) No edit summary টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা |
||
2 নং শাৰী:
'''দ্বৈৰাশিক নামাকৰণ'''(<small>[[ইংৰাজী]]</small>: Binomial nomenclature,) জীৱ বিজ্ঞানত [[প্ৰজাতি (জীৱবিদ্যা)|প্ৰজাতি]] নামাকৰণৰ এটা আনুষ্ঠানিক পদ্ধতি। এই নামাকৰণ পদ্ধতিত, প্ৰত্যেকটো জীৱৰ নাম দুটা অংশৰে গঠিত। নামটো লিখোঁতে লেটিন বা অন্য যিকোনো ভাষাৰ পৰা আহৰণ কৰা শব্দবোৰ লেটিন ব্যাকৰণৰ ৰূপত লিখা হয়। যেনে, “assam” শব্দটো “''assama''” বুলি লিখা হয়। এনে নাম একোটাই '''দ্বিপদ নাম''', '''দ্বৈৰাশিক নাম''' বা '''বৈজ্ঞানিক নাম'''; অনানুষ্ঠানিকভাৱে '''লেটিন নাম''' বুলিও কয়। নামটোৰ প্ৰথম অংশই প্ৰজাতিটো যিটো [[গণ (জীৱবিদ্যা)|গণ]]ৰ অন্তৰ্গত তাক চিনাক্ত কৰে; দ্বিতীয় অংশই গণটোৰ অন্তৰ্গত প্ৰজাতিটোক চিনাক্ত কৰে। উদাহৰণ স্বৰূপে, মানুহবোৰ, হম' ([[:en:Homo|Homo]]) নামৰ গণটোৰ অন্তৰ্গত আৰু এই গণৰে ''হম' চেপিয়েন্স'' ([[:en:Homo sapiens|''Homo sapiens'']]) নামৰ প্ৰজাতিটোৰ অন্তৰ্গত জীৱ। প্ৰজাতি নামাকৰণৰ এই প্ৰদ্ধতিটো প্ৰথম ব্যৱহাৰ কৰাৰ শ্ৰেয় ছুইছ প্ৰকৃতি বিজ্ঞানী কাৰ্ল লিনিয়াছক দিয়া হয়, ১৭৫৩ চনত তেওঁ, তেওঁৰ স্পেছিচ প্লেন্টাৰামত ([[:en:Species Plantarum|Species Plantarum]]) এই প্ৰদ্ধতিটো কাৰ্যকৰীভাৱে আৰম্ভ কৰিছিল।<ref>http://www.nhm.ac.uk/nature-online/science-of-natural-history/taxonomy-systematics/history-taxonomy/session1/index.html</ref>
বৰ্তমান প্ৰচলিত দ্বৈৰাশিক নামাকৰণ, আন্তঃৰাষ্ট্ৰীয় ভাবে গ্ৰহণ কৰা বিভিন্ন নীতিৰ দ্বাৰা
==অন্য স্থানসমুহ==
|