ফুৰালুং ধৰ্ম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
removed Category:টাই আহোম using HotCat |
Anshuman.jrt (আলোচনা | বৰঙণি) No edit summary |
||
2 নং শাৰী:
'''বানফি ধৰ্ম'''
|group='''টাই-আহোম ধৰ্ম'''|regions=[[অসম]] আৰু [[অৰুণাচল]]|scriptures=[[লিট্ লাই পেঞ কা কা]]|languages=[[আহোম ভাষা]]|notes=[[আহোম]] সকলৰ পৰম্পৰাগত টাই জনগোষ্ঠীয় ধৰ্ম}}
'''ফ্ৰালুং ধৰ্ম''' (''ফুৰালুং '' বুলি উচ্চাৰণ কৰা হয়,[[চীনা ভাষা]]:傣 阿洪 宗教 ,[[থাই ভাষা]]:ศาสนา ไทอาหม [[ইংৰাজী ভাষা]]:Phura-Lueng / Phra-Lueng) বা '''বানফি ধৰ্ম''' [[আহোম]] সকলৰ পৰম্পৰাগত টাই জনগোষ্ঠীয় পূৰ্বপুৰুষ উপাসনা কৰা ধৰ্ম। আহোম সকলে ১২২৮ ত [[চাওলুং চুকাফা]]ৰ লগত অসমলৈ আহোতে লগত তিনি শ্ৰেণীৰ পন্দিত ,বহুতো ধৰ্মপুথি আৰু ধৰ্মীয় পৰম্পৰা লৈ আহিছিল। আহোম ধৰ্মটো মূলত পূৰ্বপুৰুষ উপাসনা ভিক্তিত। ইয়াত কিছু ক্ষেত্ৰত জীৱ উৎসৰ্গা কৰা হয় যাক বান-ফি বোলা হয়। পূৰ্বপুৰুষ উপাসনা আৰু খ্বন বিস্বাস এই দুইটা বস্তু অইন টাই সকলৰ পৰম্পৰাত দেখা যায়। আহোম ধৰ্ম সাধাৰণতে মূৰ্তিপূজা দেখা নাজায় মাত্ৰ এজন বিশেষ দেৱতাৰ বাহিৰে যাক কেৱল [[আহোম]] [[চাওফা]] সকলেহে অৰ্চনা কৰে। ধৰ্মটোত এখন স্বৰ্গীয় ঠাইৰ কথা উল্লেখ পোৱা যায় যাক মৌং-ফি বুলি কোৱা হয় আৰু ই [[চীন]]ৰ টিয়েন নামৰ অংশত
==বিবৰণ==
আহোম ধৰ্ম প্ৰাথমিকভাবে ফি আৰু দাম(পূৰ্বপুৰুষ আত্মা) নামৰ দেবতা পূজা ওপৰত ভিত্তি কৰে। পূৰ্বপুৰুষৰ উপাসনা আৰু খনৰ ধাৰণা অন্য তাই লোক ধৰ্মৰ সৈতে একেই সাদৃশ্য থকা দুটি উপাদান। যদিও হান (ফু) আৰু পুঃ সম্ভবত তাও ধৰ্মৰ, যিন আৰু ইয়াং ধাৰণাৰ পৰা আহিছে। কুকুৰা আৰু লাও ,পানী দিয়া (নাম লাও) আৰু চেপা (লুক লাও)প্ৰসাদ ৰূপে দিয়া অন্যান্য টাই সকলৰ ধৰ্মটো যায়। আহোম ধৰ্মৰ পুৰোহিতক ম'-লৌঙ বোলা হয়। আহোম ধৰ্মৰ পৰম্পৰাগত দেউশাল হ'-ফী বা চেং ৰৌন নামে পৰিচিত। ধৰ্মটো আহোমৰ পুৰোহিত শ্ৰেণীৰ দ্বাৰা সংৰক্ষিত কৰা আছিল।আহোমৰ ধৰ্ম সংস্কৃতিৰ পুনৰ উদ্ধাৰ অভিযানত তেওঁলোকে ধৰ্মটো প্ৰসাৰিত কৰিছিল আৰু সদৌ ফুৰালুং সংঘ নামে পৰিচিত এখন সমাজ গঠন কৰেছিল। বৰ্তমান সময়ত অসমৰ বিভিন্ন অংশত ফুৰালুং সমাজৰ শাখা খুলি তাৰ দ্বাৰা যঠেষ্ট হ'-ফী নিৰ্মিত হৈছে।
|