মাৰাঠী ভাষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

র -> ৰ
No edit summary
13 নং শাৰী:
|nation=[[মহাৰাষ্ট্ৰ]], [[ভাৰত]]|agency=মহাৰাষ্ট্ৰ সাহিত্য পৰিষদ আৰু কেবাটাও চৰকাৰী-বেচৰাকাৰাই সাৰস্বত সংস্থা
|iso1=mr|iso2=mar|iso3=mar}}
'''মাৰাঠী''' [মাৰাঠী ভাষাত: मराठी (মৰাঠী)] এটি ইণ্ডো-আৰ্য্য ভাষা। ভাৰতেৰভাৰতৰ পশ্চিমাঞ্চলীয় [[মহাৰাষ্ট্ৰ]] ৰাজ্যৰ প্ৰায় ৭ কোটি অধিবাসীয়ে এই ভাষাত কথা পাতে। মহাৰাষ্ট্ৰেৰমহাৰাষ্ট্ৰৰ বাহিৰতো প্ৰায় ৩০ লাখ মানুহে এই ভাষাত কথা পাতে। ভাষাভাষী সংখ্যাৰ বিচাৰত ভাৰতৰ ভাষাবিলাকৰ ভিতৰত মাৰাঠী চতুৰ্থ। <ref>[http://www.censusindia.net/cendat/language/lang1.html Languages in Descending Order of Strength in India : 1991 Census]</ref>
ভাৰতেৰভাৰতৰ বাহিৰেও ইজৰাইল আৰু মৰিচাছত এই ভাষা প্ৰচলিত। মাৰাঠী [[সংস্কৃত ভাষা| সংস্কৃত ভাষাৰ]] পৰা মহাৰাষ্ট্ৰী প্ৰাকৃতৰ মাজেৰে উদ্ভৱ হৈছে। মহাৰাষ্ট্ৰী প্ৰাকৃত ভাষা খ্ৰিষ্ট্ৰীয় ১ম আৰু ২য় দশকত সাতবাহন ৰাজ্যৰ চৰকাৰী ভাষা আছিল। তেতিয়া ইয়ে আছিল ভাৰতৰ আটাইতকৈ বহুল প্ৰচলিত প্ৰাকৃত ভাষা। ১৫শ ও ১৬শ শতিকাত আহি এই ভাষাই বৰ্তমানৰ মাৰাঠীৰ ৰূপ ল'য়।লয়।
 
মাৰাঠী ভাৰতৰ ২২টা চৰকাৰী স্বীকৃতি প্ৰাপ্ত ভাষাৰ ভিতৰত এটা। ই মহাৰাষ্ট্ৰৰ চৰকাৰী ভাষা। [[গোৱা]] ৰাজ্যত [[কঙ্কণী ভাষা|কোঙ্কণী ভাষাৰ]] লগতে মাৰাঠী ভাষাকো চৰকাৰী ভাষাৰ মৰ্যাদা দিয়া হৈছে। মহাৰাষ্ট্ৰৰ দৈনন্দিন যোগাযোগ, শিক্ষা, প্ৰশাসন, ব্যৱসায়, গণমাধ্যম ইত্যাদিত এই ভাষাই প্ৰচলিত।