বেউলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
46 নং শাৰী:
'''বেউলা''' বা '''বেহুলা''' ({{lang-en|Beula or Behula}}) প্ৰাচীন অসমীয়া মনসা কাব্য<ref name="satyendra">{{cite book|title=মনসা-কাব্য |last= শৰ্মা|first= সত্যেন্দ্ৰনাথ|authorlink=|coauthors= |year=|publisher= |location= |isbn=|page= |pages= |url= |accessdate=}}</ref> বা [[বঙালী সাহিত্য]]ৰ সুবিখ্যাত [[মংগলকাব্য]] [[মনসামংগল]]ৰ প্ৰধান চৰিত্ৰ, [[শিৱ পুৰাণ]] আদিৰ [[চান্দ সদাগৰ]]ৰ অন্যতম পুত্ৰ [[লখিন্দৰ]]ৰ পত্নী।<ref name=":0">বেউলা-লখিন্দৰেৰ অমৰ ভালোবাসাৰ গল্প|url=https://roar.media/bangla/main/art-culture/love-story-of-behula-and-lakhindar/ | আহৰণ কৰা হৈছে=১৬ মে ২০২০</ref>
 
চান্দ সদাগৰৰ পুত্ৰ লখিন্দৰ আৰু তেওঁৰ সতীৰ্থ বণিক সাহাৰ কন্যা বেউলাৰ সমসাময়িক কালত জন্ম হয়। দুই শিশোৱেশিশুৱে একেলগে ডাঙৰ দীঘল হয় আৰু সিহঁতক ইজনে সিজনৰ প্ৰতি উপযুক্ত বুলি গণ্য কৰে। লখিন্দৰৰ পিতৃ [[চন্দ্ৰবণিক]] বা চান্দ সদাগৰ আছিল হিন্দু দেৱতা শিৱৰ একনিষ্ঠ পূজাৰী। তেওঁ অন্য কোনো দেৱতাকে আৰাধনা নকৰে। ইপিনে শিৱৰ কন্যা [[মনসা দেৱী]] আছিল সৰ্পদেৱী, কিন্তু তেওঁক কোনেও পূজা অৰ্চনা নকৰিছিল।<ref>Bengali Devi Manasa |url=https://vedicgoddess.weebly.com/goddess-vidya-blog/more-on-bengali-devi-manas?fbclid=IwAR3zbGu0CiVBLJrtpe58uZ0dA6GQqEoKvC4BCgKV1slO4-LwMtdRUxffcww | আহৰণ কৰা হৈছে=১৬ মে ২০২০</ref>
 
তেওঁৰ পিতৃ শিৱই কৈছিল যে, যদি কোনো শিৱভক্ত বা শিৱৰ উপাসকে তেওঁৰ প্ৰথম মনসা পূজা কৰে তেন্তে মৰ্ত্যলোক ([[পৃথিৱী]])ত তেওঁৰ পূজা প্ৰচলন সম্ভৱ।<ref name=":0" /> তেতিয়া মনসাই পূজাৰ আয়োজনৰ বাবে চান্দ সদাগৰক নিৰ্বাচন কৰে।<ref>Protidiner Sangbad |url=https://www.protidinersangbad.com/i-am-mine/185575/%E0%A6%AA%E0%A6%A6%E0%A7%8D%E0%A6%AE%E0%A6%AA%E0%A7%82%E0%A6%B0%E0%A6%BE%E0%A6%A3%E0%A7%87-%E0%A6%AC%E0%A7%87%E0%A6%B9%E0%A7%81%E0%A6%B2%E0%A6%BE-%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%BF%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A6%B0%E0%A7%87%E0%A6%B0-%E0%A6%85%E0%A6%AE%E0%A6%B0-%E0%A6%95%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A8%E0%A7%80 | আহৰণ কৰা হৈছে=১৬ মে ২০২০</ref>
"https://as.wikipedia.org/wiki/বেউলা"ৰ পৰা অনা হৈছে