পাত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Replacing 3D_rendering_of_a_micro_CT_scan_of_a_piece_of_dried_leaf..ogg with File:3D_rendering_of_a_micro_CT_scan_of_a_piece_of_dried_leaf..ogv (by CommonsDelinker because: File renamed: Wrong extension (img_m
21 নং শাৰী:
*সাধাৰণ পাত (Foliage leaf) : চেপেটা আৰু [[সেউজীয়া ]] বৰণৰ পাতক সাধাৰণ পাত বোলে৷ এইবিলাকে [[সালোকসংশ্লেষণ]]ৰ সহায়ত [[খাদ্য]] প্ৰস্তুত কৰে৷
 
*বীজপ্ৰত্ৰবীজপত্ৰ (Cotyledons) : বীজৰ অন্তৰ্গত ভ্ৰূণৰ ভ্ৰূণাক্ষৰ সৈতে যুক্ত হৈ থকা পাতক [[বীজপত্ৰ]] বোলে৷ [[বীজপত্ৰ]]ই হ’ল আচলতে [[উদ্ভিদ]]ৰ প্ৰথম পাত৷ [[বীজপত্ৰ]] [[খাদ্য]] সঞ্চয়ৰ বাবে স্ফীত আৰু ৰসাল হয় ([[মটৰমাহ]],[[বুট]]),অথবা পাতল (এৰাৰ বীজ) হয়৷ একবীজপত্ৰী [[উদ্ভিদ]]ৰ ভ্ৰূণৰ এটা আৰু দ্বি-বীজপত্ৰী [[উদ্ভিদ]]ৰ বীজত দুটা [[বীজপত্ৰ]] থাকে৷ অংকুৰণৰ সময়ত ভ্ৰূণাক্ষক [[খাদ্য]] যোগান ধৰাই [[বীজপত্ৰ]]ৰ কাম৷
 
*শল্কপত্ৰ বা কেটাফিল (Scale leaf or cataphylls) : এইবিলাক সাধাৰণতে শুকান (কেতিয়াবা ৰসাল হয়,যেনে-[[পিঁয়াজ]],[[নহৰু]] আদিৰ ক্ষেত্ৰত),ঈষৎ বাদামী ৰঙৰ পাতল পাত,যিবিলাক কাণ্ডৰ গাঁঠিৰ পৰা উৎপন্ন হয়৷ এইধৰণৰ পাতৰ কক্ষত কক্ষমুকুল থাকে৷ ৰাইয’ম,স্ফীতকন্দ আদি মৃদগত কাণ্ডত আৰু শতমূল (Asparagus),ঝাউ (Casuarina) আদিৰ কাণ্ডত শল্কপত্ৰ থাকে৷ শল্কপত্ৰৰ কাম হ’ল-ইয়াৰ কক্ষত থকা মুকুলক ৰক্ষা কৰা৷ ইয়াৰ বাহিৰেও এইবিলাকে [[খাদ্য]] সঞ্চয় কৰে (যেনে-[[পিঁয়াজ)৷
36 নং শাৰী:
 
[[File:Eenbruinigherfstblad.jpg|thumb|A leaf shed in [[autumn]].]]
 
 
 
==পাতৰ বিভিন্ন অংশ==
"https://as.wikipedia.org/wiki/পাত"ৰ পৰা অনা হৈছে