বেউলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ref fix
ref fix
44 নং শাৰী:
| nirvana =
}}
'''বেউলা''' বা '''বেহুলা''' ({{lang-en|Beula or Behula}}) প্ৰাচীন অসমীয়া মনসা কাব্য<ref name="satyendra">{{cite book|title=মনসা-কাব্য |last= শৰ্মা|first= সত্যেন্দ্ৰনাথ|authorlink=|coauthors= |year=|publisher= |location= |isbn=|page= |pages= |url= |accessdate=}}</ref> বা [[বঙালী সাহিত্য]]ৰ সুবিখ্যাত [[মংগলকাব্য]] [[মনসামংগল]]ৰ প্ৰধান চৰিত্ৰ, [[শিৱ পুৰাণ]] আদিৰ [[চান্দ সদাগৰ]]ৰ অন্যতম পুত্ৰ [[লখিন্দৰ]]ৰ পত্নী।<ref name=":0">{{cite web|title=বেউলা-লখিন্দৰেৰ অমৰ ভালোবাসাৰ গল্প|url=https://roar.media/bangla/main/art-culture/love-story-of-behula-and-lakhindar/ | আহৰণ কৰা হৈছেaccessdate=১৬ মে' ২০২০}}</ref>
 
চান্দ সদাগৰৰ পুত্ৰ লখিন্দৰ আৰু তেওঁৰ সতীৰ্থ বণিক সাহাৰ কন্যা বেউলাৰ সমসাময়িক কালত জন্ম হয়। দুই শিশুৱে একেলগে ডাঙৰ দীঘল হয় আৰু সিহঁতক ইজনে সিজনৰ প্ৰতি উপযুক্ত বুলি গণ্য কৰে। লখিন্দৰৰ পিতৃ [[চান্দ সদাগৰ|চন্দ্ৰবণিক]] বা চান্দ সদাগৰ আছিল হিন্দু দেৱতা শিৱৰ একনিষ্ঠ পূজাৰী। তেওঁ অন্য কোনো দেৱতাকে আৰাধনা নকৰে। ইপিনে শিৱৰ কন্যা [[মনসা দেৱী]] আছিল সৰ্পদেৱী, কিন্তু তেওঁক কোনেও পূজা অৰ্চনা নকৰিছিল।<ref>{{cite web|title=Bengali Devi Manasa |url=https://vedicgoddess.weebly.com/goddess-vidya-blog/more-on-bengali-devi-manas?fbclid=IwAR3zbGu0CiVBLJrtpe58uZ0dA6GQqEoKvC4BCgKV1slO4-LwMtdRUxffcww | accessdate=১৬ মে' ২০২০}}</ref>
 
তেওঁৰ পিতৃ শিৱই কৈছিল যে, যদি কোনো শিৱভক্ত বা শিৱৰ উপাসকে তেওঁৰ প্ৰথম মনসা পূজা কৰে তেন্তে মৰ্ত্যলোক ([[পৃথিৱী]])ত তেওঁৰ পূজা প্ৰচলন সম্ভৱ।<ref name=":0" /> তেতিয়া মনসাই পূজাৰ আয়োজনৰ বাবে চান্দ সদাগৰক নিৰ্বাচন কৰে।<ref>{{cite web|title=Protidiner Sangbad |url=https://www.protidinersangbad.com/i-am-mine/185575/%E0%A6%AA%E0%A6%A6%E0%A7%8D%E0%A6%AE%E0%A6%AA%E0%A7%82%E0%A6%B0%E0%A6%BE%E0%A6%A3%E0%A7%87-%E0%A6%AC%E0%A7%87%E0%A6%B9%E0%A7%81%E0%A6%B2%E0%A6%BE-%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%BF%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A6%B0%E0%A7%87%E0%A6%B0-%E0%A6%85%E0%A6%AE%E0%A6%B0-%E0%A6%95%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A8%E0%A7%80 | accessdate=১৬ মে' ২০২০}}</ref>
 
শিৱৰ উপাসক চান্দ সদাগৰে মনসা দেৱীৰ এই প্ৰস্তাৱ অস্বীকাৰ কৰে। তেতিয়া ক্ৰোধান্বিতা হৈ মনসাই চান্দ সদাগৰক শাপ দিয়ে যে, তেওঁ চান্দ সদাগৰৰ প্ৰতিটো সন্তাননকে বিনাশ কৰিব। মনসা দেৱীৰ এই শাপৰ কাৰণে চান্দ সদাগৰৰ এজন এজনকৈ প্ৰত্যেকটো সন্তানৰে সৰ্প দংশনত মৃত্যু হয়।
"https://as.wikipedia.org/wiki/বেউলা"ৰ পৰা অনা হৈছে