বেউলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ref fix
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
56 নং শাৰী:
প্ৰচলিত প্ৰথা অনুসৰি, যাক সাপে দংশন কৰে তেওঁৰ মৃতদেহ ভেলত নদীত ভাহাই দিয়া হয়, যাতে কোনো অলৌকিক শক্তিৰ দ্বাৰা পুন জীৱিত হয়৷ বেউলাই সকলোৰে বাধা অগ্ৰাহ্য কৰি তেওঁৰ স্বামীৰ লগত ভেলত যায়৷
 
এসময়ত ভেলখন মনসাৰ পালনকৰ্তা মাতা নিতাৰ কাষলৈ যায়৷ তেনেতে ঐশ্বৰিক ক্ষমতাৰ বলত তেওঁ মৃত স্বামীৰ সৈতে স্বৰ্গলৈস্বৰ্গত যাবলৈ সক্ষম হয়৷ মনসা দেৱীয়ে লখিন্দৰক পুন জীৱন দিয়ে যদিও বেউলাৰ শহুৰ চান্দ সদাগৰক মনসা দেৱীৰ পূজা কৰিবলৈ কয়৷ অৱশেষত চান্দ সদাগৰে মনসা দেৱীৰ পূজা কৰে৷
 
==লগতে চাওক==
"https://as.wikipedia.org/wiki/বেউলা"ৰ পৰা অনা হৈছে