বৰাহমিহিৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

38 নং শাৰী:
[[ভাৰত]]ৰ [[নতুন দিল্লী]]ত অৱস্থিত সংসদ ভৱনত বৰাহমিহিৰৰ সম্মানত এখন দেৱালচিত্ৰ অংকিত আছে।
 
== জীৱন আৰু কৰ্ম ==
{{Quote box|quote=
আদিত্যদাসতনয়স্তদবাপ্তবোধঃ<br />
52 নং শাৰী:
বৰাহমিহিৰ আছিল শক জাতিভুক্ত। সেইসময়ত [[আফগানিস্তান]], পাঞ্জাব, সিন্ধু আৰু ৰাজপুতনা (বৰ্তমান [[ৰাজস্থান]] আৰু [[মধ্যপ্ৰদেশ]]) এই কেইটা অঞ্চলেৰে গঠিত এক বিৰাট এলেকা জুৰি শকস্তান নামৰ এখন ৰাজ্য আছিল। শকসকল আছিল মূলতঃ পূৰ্ব [[ইৰাণ]]ৰ পৰা অহা এটি গোত্ৰ। মিহিৰ নামটি ফাৰ্ছী "মিথ্ৰা" শব্দৰ পৰা আহিছে। ভাৰতৰ প্ৰাচীন মথুৰা ৰাজ্যৰ নামো এই ফাৰ্ছী শব্দটিৰ পৰাই আহিছে।
 
বৰাহমিহিৰে তেওঁৰ দ্বাৰা ৰচিত বৃহজ্জাতকত কৈছে, তেওঁ আদিত্যদাসৰ সন্তান, তেওঁ তেওঁৰ পিতৃৰ ওচৰত শিক্ষালাভ কৰিছিলকৰিছিল। কাপিত্থক নামে স্থানত আৰু [[উজ্জয়িনী|অবন্তি]] নামে স্থানত বসবাস কৰাৰ সময়ত তেওঁ এই (বৃহজ্জাতক) গ্ৰন্থখন ৰচনা কৰিছিল। <ref>বৃহজ্জাতক, বৰাহমিহিৰ, অনুবাদক. ভি. সুব্ৰাহ্মন্য শাস্ত্ৰী, ১৯৫৬ খৃ., পৃ. ৫৪৮</ref>
 
== গ্ৰন্থাৱলী ==
"https://as.wikipedia.org/wiki/বৰাহমিহিৰ"ৰ পৰা অনা হৈছে