শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
No edit summary
23 নং শাৰী:
==ইতিহাস==
১৯৮৬ চনৰ ৫ আগষ্ট তাৰিখে অনুষ্ঠিত হোৱা অসম চৰকাৰৰ এখন সভাত সাংস্কৃতিক পৰামৰ্শদাতা কমিটীখনে দিয়া পৰামৰ্শ মতে অসমৰ জনগণৰ সাংস্কৃতিক ঐতিহ্যৰ উন্নয়ন আৰু সংৰক্ষণৰ অৰ্থে আৰু নৃত্য, নাটক, সংগীত, চাৰু কলা, সাহিত্যৰ ক্ষেত্ৰত এক কৰ্ম কেন্দ্ৰ হিচাপে এটা প্ৰকল্প প্ৰতিষ্ঠা কৰিবলৈ স্থিৰ কৰা হৈছিল। ইয়াৰ বাবে সেই বছৰতেই পৰীক্ষামূলক ভাৱে আঁচনি প্ৰস্তুত কৰি সাংস্কৃতিক প্ৰকল্পটোৰ নাম শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ বুলি নামকৰণ কৰা হয়। ১৯৮৮ চনৰ ২ ফেব্ৰুৱাৰী তাৰিখে অসমৰ ৰাজ্যপাল মহামান্য শ্ৰীভীষ্ম নাৰায়ণ সিং দেৱে এই প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰে। প্ৰায় ১৪ একৰ মাটিকালি জুৰি থকা এই সাংস্কৃতিক প্ৰকল্পৰ সজ্জা ৰূপায়ণৰ কাম "National Informatics Centre Services Incorporative" নামৰ এক প্ৰতিষ্ঠানে কৰিছিল। অসম চৰকাৰে ১৯৯০ চনত কলাক্ষেত্ৰ আঁচনিখন অসম চুক্তিৰ ক্লজ-৬ৰ(যিটোত উল্লেখ আছিল যে অসমীয়া মানুহৰ সাংবিধানিক, বিধান পৰিষদীয় আৰু প্ৰশাসনীয় সুৰক্ষা, যিটো সঠিক, তাক সাংস্কৃতিক, সামাজিক, ভাষিক স্বকীয়তা আৰু ঐতিহ্যৰ সুৰক্ষা দিয়া হব) অন্তৰ্গত কৰিবলৈ ভাৰত চৰকাৰৰ ওচৰ চাপে। ইয়াৰ পিছত ১৯৯৮ চনৰ ৯ নৱেম্বৰত প্ৰাক্তন ৰাষ্ট্ৰপতি [[কে আৰ নাৰায়নন|কে আৰ নাৰায়ননে]] এই ভৱন সৰ্বসাধাৰণ ৰাইজৰ বাবে মুকলি কৰে।<ref name="guwahatitimes1">{{cite web|url=http://www.guwahatitimes.com/guwahati/kalakshetra.html |title=Srimanta Sankardev Kalakshetra |publisher=Guwahatitimes.com |date=2011-09-24 |accessdate=2013-03-12}}</ref><ref>{{cite web |title=ইতিহাস |url=https://kalakshetra.assam.gov.in/as/about-us/%E0%A6%87%E0%A6%A4%E0%A6%BF%E0%A6%B9%E0%A6%BE%E0%A6%B8-5 |website=kalakshetraassam. |publisher=অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজ}}</ref>
 
 
 
==পৰিধি==
* অসমৰ সাংস্কৃতিক সংগ্ৰহালয় / পূৰ্বজ্যোতি সংগ্ৰহালয় : যাদুঘৰটোত প্ৰায় ৪০০০টা শিল্প কলা আছে, যিবিলাক প্ৰদৰ্শনৰ বাবে ৰখা হৈছে। তাৰ ভিতৰত থকা শিল্প কলাসমূহ হ'ল সত্ৰীয়া মুখা, সংগীত বাদ্য, টেৰাকোট্টা আৰু বোকাৰে বনোৱা শিল্প (মৃণ্ময় শিল্প), বয়ন শিল্প আৰু পোছাক, অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ কূটিৰ শিল্প, খৰাহি আৰু কাঠৰ পৰা উত্পন্নউৎপন্ন বস্তু, কাঁহ আৰু পিতলৰ বস্তু, শংকৰী কৃষ্টিৰ বস্তু আদি।<ref>{{cite web |title=পূৰ্বজ্যোতি সংগ্ৰহালয় |url=https://kalakshetra.assam.gov.in/as/information-services/%E0%A6%AA%E0%A7%82%E0%A7%B0%E0%A7%8D%E0%A6%AC%E0%A6%9C%E0%A7%8D%E0%A6%AF%E0%A7%8B%E0%A6%A4%E0%A6%BF-%E0%A6%B8%E0%A6%82%E0%A6%97%E0%A7%8D%E0%A7%B0%E0%A6%B9%E0%A6%BE%E0%A6%B2%E0%A7%9F |website=kalakshetraassam |publisher=অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজ}}</ref>
* উন্মূক্ত প্ৰেক্ষাগৃহ (open-air theater)<!--The International Conventio, n Centre is for holding regular music, dance and drama programmes both at the State and national level. The Open Air Theatre with 2000 capacity and the Rang Ghar Bakori Manch provide a grand space for holding regular open air shows and programmes on folk festivals and traditional dance and drama.-->
* ললিত কলা ভৱন:ললিত কলা ভৱনত বাতানুকূল কলা বীথিকা, এটা গ্ৰাফিক ষ্টুডিঅ, এখন কৰ্মশালা আৰু এটা প্ৰেক্ষাগৃহ আছে। শংকৰদেৱ কলাক্ষেত্ৰৰ ললিত কলা শাখাই ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় স্তৰত প্ৰদৰ্শনী আৰু চিত্ৰশিল্প, ড্ৰইং, গ্ৰাফিক, ভাস্কৰ্য্য, কাঠ শিল্প আৰু ফটোগ্ৰাফ আৰু আন বিষয়ৰ ওপৰত প্ৰদৰ্শনী অনুষ্ঠিত কৰে। লগতে হস্ততাঁত, বস্ত্ৰ শিল্প আৰু এই অঞ্চলৰ পৰম্পৰাগত শিল্প সামগ্ৰীসমূহৰ প্ৰদৰ্শনী পাতে।<ref>{{cite web |title=ললিত কলা (চাৰু কলা) |url=https://kalakshetra.assam.gov.in/as/information-services/%E0%A6%B2%E0%A6%B2%E0%A6%BF%E0%A6%A4-%E0%A6%95%E0%A6%B2%E0%A6%BE-%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%81-%E0%A6%95%E0%A6%B2%E0%A6%BE |website=kalakshetraassam |publisher=অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজ}}</ref>
* [[ভূপেন হাজৰিকা সংগ্ৰহালয়]]<ref name="touristlink1"/><!--The Dr Bhupen Hazarika Cultural Museum is the pride of Kalakshetra campus. It is a tribute to the legend, Asom Ratna Dr Bhupen Hazarika. The museum is artistically designed, where you will be fascinated by the large photographs, huge collection of awards and felicitations, a model of Dr Bhupen Hazarika’s living room and bedroom along with some beautiful traditional dresses. Documentaries on him are also shown there.-->
* শিশু উদ্যান বা শিশু বন, এই উদ্যানখন [[ড॰ [[ভবেন্দ্ৰ নাথ শইকীয়া]]ৰ নামত উত্‍সৰ্গ কৰা হৈছে, এই উদ্যান প্ৰায় ১২ বিঘা মাটিকালি জুৰি আছে য’ত এটা শিশু পুথিভঁৰাল, পেট্ৰকেমিকেল গেলেৰী, ছ’লাৰ হাট (solar hut), পুতলা সংগ্ৰাহলয় আদি আছে<ref name="guwahatitimes1"/>। <!--Made for the benefit of children of the region, the Shishu Ban Dr Bhabendra Nath Saikia Children’s Park covers an area of 12 bighas and consists of a library, petrochemical gallery, solar hut, doll museum, sky train, solar waterfalls, auditorium – specially meant for holding various programmes for the intellectual as well as the cultural growth of children – and many other interesting amusements.
-->