তামোল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

23 নং শাৰী:
 
==প্ৰজনন প্ৰক্ৰিয়া==
তামোলৰ পুষ্পবিন্যাস Spadix প্ৰকাৰৰ আৰু যথেষ্ট শাখা-প্ৰশাখাযুক্ত৷ গোটেই পুষ্পবিন্যাসটো পাৰম্ভণিটেপ্ৰাৰম্ভণিতে এখন ঢাকনিৰে (Spath) আবৃত্ত হৈ থাকে যদিও পাছলৈ এই ঢাকনিখন সৰি পৰে আৰু ভিতৰত থকা একলিংগী [[ফুল]]ৰ শাখা-প্ৰশাখাবিলাক ওলাই পৰে৷ তামোলৰ পুষ্পবিন্যাসটোক তামোলৰ থোক বুলি জনা যায়৷ এথোক তামোলৰ পুষ্পবিন্যাসত বহুতো সৰু সৰু পুংপুষ্প ধাৰণ কৰাৰ বিপৰীতে নগণ্য সংখ্যক ডাঙৰ স্ত্ৰীপুষ্প থাকে৷ প্ৰতিটো স্ত্ৰীপুষ্প বিকশিত হৈ একোটা তামোললৈ ৰূপান্তৰিত হয়৷ তামোল ফল সাধাৰণতে ডিম্বাকৃতিৰ হয়৷ দীঘলে ৫-৭ চেণ্টিমিটাৰ আৰু পুতলে ৪-৫ চেণ্টিমিটাৰ মান হব৷হ'ব৷ কেঁচা তামোল সেউজীয়া ,পকিলে উজ্জল কমলা বৰণ লয়৷ তামোল এবিধ Nut জাতীয় ফল৷ ইয়াৰ বহি:স্তক তন্তুময় আৰু ভিতৰৰ গুটিটো তামোল হিচাপে ব্যৱহাৰ হয়৷ তামোলৰ ভিতৰত ৰঙচুৱা-মূগা বৰণৰ কিছুমান ৰেখা থাকে৷ <ref name="গ্ৰন্থ ১" />
 
==উপাদান==
"https://as.wikipedia.org/wiki/তামোল"ৰ পৰা অনা হৈছে