চলচ্চিত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{Being translated|as|চলচিত্ৰচলচ্চিত্ৰ}}
{{About|motion pictures or movies|still photography film|Photographic film|motion picture film|Film stock}}
{{Redirect4|Movie|Moving picture|other uses|[[Movie (disambiguation)]], [[Moving Pictures (disambiguation)]] and [[Film (disambiguation)]]}}
7 নং শাৰী:
{{Globalize|section|date=December 2009}}
<div style="font-size:1.2em">
[[Image:BolexH16.jpg|right|thumb|এটা [[16 mm film|১৬ মি.মি.]] স্প্ৰীং যুক্ত 'বলেক্স' "H16" প্ৰতিফলন কেমেৰা। চলচিত্ৰচলচ্চিত্ৰ নিৰ্মানৰ আখৰা হিচাপে চলচিত্ৰচলচ্চিত্ৰ শিক্ষা বিদ্যালয়ত জনপ্ৰিয় আহিলা।]]
{{বিশ্বৰ চলচিত্ৰচলচ্চিত্ৰ}}
 
''চলচিত্ৰচলচ্চিত্ৰ'' বা 'বোলছবি' বা চমুকৈ অকল 'ছবি' (ইংৰাজী চিনেমা বা ফিল্ম), মূলত: স্থিৰ চিত্ৰৰ এটা ক্ৰম, যাক এটা বিশেষ প্ৰক্ৰিয়াৰে দৰ্শন কৰিলে গতিশীল ছবি দেখা যায়। বিশেষ সঁজুলিৰে ([[কেমেৰা]]) গতিশীল বস্তু এটাৰ গতিৰ ক্ৰমিক স্থিৰচিত্ৰ তুলি, বা এখন এখনকৈ ছবি আকিও চলচিত্ৰচলচ্চিত্ৰ নিৰ্মান কৰিব পাৰি। ইয়াৰ প্ৰথম বিধ প্ৰক্ৰিয়াৰে নিৰ্মান কৰা ছবিক 'জীৱন্ত গতি'ৰ ছবি (live action) আৰু দ্বিতীয় বিধ প্ৰক্ৰিয়াক [[এনিমেছন]] বোলা হয়। অৱশ্যে এনিমেছনত এখন এখনকৈ ছবি অঁকাৰ বাহিৰেও অন্যান্য প্ৰক্ৰিয়াৰেও স্থিৰচিত্ৰৰ ক্ৰমটো নিৰ্মান কৰিব পাৰি। বৰ্তমান চলচিত্ৰচলচ্চিত্ৰ নিৰ্মান একেসময়তে এটা শিল্প আৰু উদ্যোগ।
 
এটা জাতি/যুগ বা প্ৰজন্মই চলচিত্ৰকচলচ্চিত্ৰক নিজা বৈশিষ্টপূৰ্ণ ৰূপত তুলি ধৰে আৰু চলচিত্ৰয়োচলচ্চিত্ৰয়ো এখন সমাজক প্ৰভাৱান্বিত কৰাৰ ক্ষমতা ৰাখে। একে সময়তে সমাজৰ দাপোন আৰু পৰিবৰ্তনৰ কাৰক হিচাপে কাম কৰিব পৰাৰ ক্ষমতাৰ বাবে চলচিত্ৰক এটা অতি গুৰুত্বপূৰ্ণ কলা জ্ঞান কৰা হয়। চলচিত্ৰই সফল মনোৰঞ্জনৰ আৰু জ্ঞানৰ ক্ষমতাশালী বাহক হিচাপে কাম কৰিব পাৰে। চলচিত্ৰই একেসময়তে ছবি, শব্দ, সংলাপ সকলো সাঙুৰি লয় বাবে ই যোগাযোগৰ এটা বিশেষ প্ৰভাৱশালী মাধ্যম হিচাপে পৰিগণিত হৈছে। বহুতো চলচিত্ৰই স্থান, কাল-ৰ পৰিধি ভাঙি বিশ্বব্যাপি জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। চলচিত্ৰ কাহিনী-ভিত্তিক, শৈক্ষিক বা এবষ্ট্ৰাক্ট (abstract) যিকোনো বিধৰ হ'ব পাৰে।
 
চলচিত্ৰচলচ্চিত্ৰ মূলতে এলানি ক্ৰমিক স্থিৰচিত্ৰ। প্ৰতিখন স্থিৰ ছবিক 'ফ্ৰেম' (Frame) বোলা হয়। এই ক্ৰমিক স্থিৰ ছবিসমূহক ইখনৰ পাছত সিখনকৈ খৰ গতিৰে দেখুৱাই গ'লে আমাৰ চকুৰ [[দৃষ্টি জড়তা]]ৰ বাবে ইখনৰ পাচত সিখন অহাটো ধৰিব নোৱাৰি। আন এটা পৰিঘটনা 'বিটা গতি'-ৰ বাবে (beta movement) ক্ৰমে সলনি হৈ থকা এই ছবিসমূহ প্ৰত্যক্ষ কৰিলে গতিৰ ভ্ৰমৰ সৃষ্টি হয়, অৰ্থাৎ স্থিৰ চিত্ৰৰ ক্ৰমটোৱে গতি কৰা দেখিবলৈ পোৱা যায়।
 
'চলচিত্ৰচলচ্চিত্ৰ' নে 'বোলছবি', সেই সম্বন্ধে অলপ মতান্তৰ আছে। অৰ্থগত দৃষ্টিৰে চাবলৈ গ'লে 'চলচিত্ৰচলচ্চিত্ৰ' শব্দটোৱে প্ৰকৃত অৰ্থ বহন কৰে। চলি থকা চিত্ৰই হৈছে চলচিত্ৰ।চলচ্চিত্ৰ। বোলছবি বা কথাছবি, অৰ্থাৎ কথাকোৱাকথা কোৱা ছবি, শব্দকেইটা প্ৰচলন হৈছিল চলচিত্ৰত শব্দৰ সংযোজন হোৱাৰ পাছত। চলচিত্ৰৰচলচ্চিত্ৰৰ বাবে শব্দ অপৰিহাৰ্য নহয় বাবে বোলছবি বা কথাছবি শব্দটোৱে সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব নোৱাৰে। ইংৰাজী চিনেমা আৰু ফিল্ম এই শব্দ দুটাও অসমীয়া ভাষী ৰাইজৰ মাজত বহুল ভাৱে প্ৰচলিত। ইংৰাজীত 'মুভি' বুলিও কোৱা হয়। ফিল্ম শব্দটো প্ৰথমে ব্যৱহাৰ হৈছিল কাৰণ চলচিত্ৰ নিৰ্মাণৰ বাবে প্ৰথমে ফটোগ্ৰাফিক ফিল্মৰ ব্যৱহাৰ কৰা হৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰত 'মুভি' (movie) শব্দটো, আৰু ইউৰোপ মহাদেশত 'ফিল্ম' (Film) শব্দটো বহুল ভাৱে প্ৰচলিত। অন্যান্য নাম যেনে 'পিক্‌চাৰ', 'ফটো প্লে', 'ফ্লিক' আদিও বহুল ভাৱে প্ৰচলিত।
 
বিযয় অনুসৰি চলচিত্ৰকচলচ্চিত্ৰক মূলত: দুটা ভাগত ভগাব পাৰি: 'কাহিনী চিত্ৰ' (feature film) আৰু 'তথ্যচিত্ৰ' (documentary)। কাহিনী চিত্ৰত এটা কাহিনী কোৱা হয়, আৰু তথ্যচিত্ৰত কোনো এটা বিষয়ৰ ওপৰত প্ৰবন্ধ ধৰ্মী চলচিত্ৰচলচ্চিত্ৰ নিৰ্মান কৰা হয়।
 
==চলচিত্ৰৰচলচ্চিত্ৰৰ ইতিহাস==
[[File:Charlie Chaplin, the Marriage Bond.ogg|thumb|[[চাৰ্লি চেপলিন]]-ৰ 'দা বণ্ড' ছবিৰ এটা টুকুৰা (১৯১৮)]]
 
নাটক, নৃত্য আদিৰ দৰে পৰিবেশন কলাৰ কেবাটাও উপাদান চলচিত্ৰৰো অভিন্ন অংগ, যেনে: [[চিত্ৰনাট্য]] (নাটক), সাজ-সজ্জা, পৰিচালনা, অভিনেতা, সংগীত আৰু দৰ্শক। মূলত: প্ৰযুক্তিৰ অভাৱতেই এই ঐতিহাসিক কলাবিলাকক 'ৰেকৰ্ড' কৰি পাছত প্ৰদৰ্শন কৰাৰ সুবিধা নাছিল। চলচিত্ৰইচলচ্চিত্ৰই মূলত: এই অসুবিধাটোকে দূৰ কৰিছিল। চলচিত্ৰৰচলচ্চিত্ৰৰ যোগে যিকোনো পৰিবেশন কলাকে সাঁচি থৈ আকৌ চাব পৰা হ'ল। অৱশ্যে ধীৰে ধীৰে চলচিত্ৰ কেৱল এটা সাঁচি থোৱা মাধ্যম হৈ নাথাকি নিজা শিল্পসত্তা এটাৰ সৃষ্টি কৰিবলৈ সক্ষম হয়। বৰ্তমান চলচিত্ৰচলচ্চিত্ৰ এটা স্বয়ংসম্পূৰ্ণ শিল্প।
 
১৮৬০ চনৰপৰাই 'দৃষ্টি-জড়তা' পৰিঘটনাক ব্যৱহাৰ কৰি স্থিৰ ছবিক গতি দিয়া বিভিন্ন সঁজুলি গঢ়ি উঠিছিল। অৱশ্যে সেই বিলাক মূলত: খেলৰ সামগ্ৰীহ আছিল। 'জুট্ৰ'প', 'মিউটোস্কোপ', 'প্ৰাক্সিনোস্কোপ' ইত্যাদি এনে খেলনাৰ উদাহৰণ। এনে খেলনাত হাতে আঁকি লোৱা ছবি ব্যৱহাৰ কৰা হৈছিল। এই খেলনা বিলাকৰপৰাই পাছলৈ [[এনিমেছন]] গঢ় লৈ উঠে।
 
ফটো তুলিবলৈ 'চেলুলয়ড'ৰ 'ফিল্ম' আৱিস্কাৰ হোৱাৰ পাছতহৈ প্ৰকৃত চলচিত্ৰৰ জন্ম হয়। চেলুলয়ডৰ ফিল্ম দীঘল কৰিবপৰা গৈছিল বাবে তাত একেলগে কেবা হাজাৰ স্থিৰ চিত্ৰ একেলগে সুমুৱাব পৰা গৈছিল। ফিল্ম ব্যৱহাৰ হোৱাৰ আগতে ফটো তুলিবলৈ কাঁচৰ প্লেট ব্যৱহাৰ কৰা হৈছিল। ১৮৭৮ চনত ইংৰাজ ফটোগ্ৰাফাৰ [[ইডৱাৰ্ড মাইব্ৰিজ]]-এ (Eadweard Muybridge) আমেৰিকাত এটা দৌৰি থকা ঘোঁৰাৰ ২৪ খন ক্ৰমিক ছবি তোলে। এই ছবিসমূহত ঘোঁৰা এটাৰ দৌৰাৰ সময়ত হোৱা অংগ সঞ্চালনৰ ২৪ টা ক্ৰমিক ছবি আছিল। এয়েই আছিল চলচিত্ৰৰচলচ্চিত্ৰৰ প্ৰথম আৰম্ভনি। অৱশ্যে তেতিয়াও ইয়াক চলচিত্ৰচলচ্চিত্ৰ বোলা হোৱা নাছিল। <ref>Williams, Alan Larson (1992) [http://books.google.com/books?id=ESVZOghoi6kC&pg=PA17&dq=Eadweard+Muybridge+horse+-+english+photographer&hl=en&ei=755FTLKABoGBlAfFoKnBBA&sa=X&oi=book_result&ct=result&resnum=8&ved=0CFcQ6AEwBw#v=onepage&q=Eadweard%20Muybridge%20horse%20-%20english%20photographer&f=false Republic of images: a history of French filmmaking] Harvard University Press</ref> পাছত এই ছবি সমূহ কাগজত 'প্ৰিণ্ট' কৰি এটা ঘূৰি থকা ডাঙৰ বৰ্তুলাকাৰ আধাৰত একাদিক্ৰমে আঠা লগাই মানুহক দেখুওৱা হৈছিল। চাব লাগিছিল সৰু ফুটা এটাৰ মাজেৰে। তেনেদৰে চাই পঠিয়ালে ঘোঁৰাটোক আকৌ দৌৰি থকা দেখিবলৈ পোৱা গৈছিল। এই সঁজুলিটো ব্যৱসায়িক ভাৱে নিৰ্মান কৰা হৈছিল। আৰু পইচা সুমুওৱা সেইটো চাব পৰা ব্যৱস্থা আছিল। এয়েই আছিল চলচিত্ৰৰচলচ্চিত্ৰৰ প্ৰাৰম্ভিক ৰূপ।
[[File:LouisLePrinceFirstFilmEver.png|thumb|left|''[[Roundhay Garden Scene]]''-ৰ এখন স্থিৰ চিত্ৰ, চলচিত্ৰগ্ৰহনচলচ্চিত্ৰগ্ৰহণ কেমেৰাৰে তোলা প্ৰথমখন চলচিত্ৰ।চলচ্চিত্ৰ। ফটো তুলিছিল লুই দি প্ৰিন্স-এ (Louis Le Prince, চন ১৯৮৮]]
 
প্ৰখ্যাত আৱিস্কাৰক [[থমাছ আলভা এডিছন]]-এ (Thomas Alva Edison) গতিশীল বস্তুৰ ক্রমিক ছবি তুলিব পৰা যন্ত্র এটাৰ আৱিস্কাৰতআৱি্ষ্কাৰত মনোনিবেশ কৰে। এইকামৰএই কামৰ বাবে ১৮৮৮ চনত তেওঁ সহযোগী [[উইলিয়াম ডিকছন]]-ক (William K.L. Dickson) দায়িত্ব দিয়ে। দুয়োজনে ক্রমিক ছবি তোলাৰ বাবে [[কাইনেট'গ্রাফ]] (Kinetograph) আৰু সেই ছবি চলমান অৱস্থাত চোৱাৰ বাবে [[কাইনেট'স্কোপ]] (Kinetoscope) নামৰ এবিধ যন্ত্র উদ্ভাৱন কৰে। ১৮৯৪ চনত 'কাইনেট'স্কোপ' যন্ত্র বজাৰত মুকলি কৰা হয়। এই যন্ত্রত এটা ফুটাৰে চলমান ছবি ছোৱাৰ ব্যৱস্থা আছিল। সেয়ে এবাৰত এজন ব্যক্তিয়ে ছবি দর্শন কৰিব পাৰিছিল। এই অসুবিধা আঁতৰ কৰিবলৈ প্রতিদ্বন্দী আৱিস্কাৰকে সেই ছবি পর্দাত ডাঙৰকৈ প্রক্ষেপ কৰিব পৰা ব্যৱস্থা সাজি উলিয়ায়। [[থমাছ এর্মাট]] (Thomas Armat) নির্মিত এনে এটা যন্ত্রৰ আধাৰত এডিছনে নিজাকৈ এটা [[প্রজেক্টৰ]] (Projector) নির্মান কৰে আৰু নাম দিয়ে [[ভিটাস্কোপ]] (Vitascope)।<ref>http://www.britannica.com/EBchecked/topic/179233/Thomas-Alva-Edison আহৰণ কৰা তাৰিখ: জুলাই ২৮, ২০১১</ref>
 
ডাঙৰকৈ পৰ্দাত প্ৰক্ষেপ কৰি বহু মানুহে একলগে চাব পৰাকৈ প্ৰথমে চলচিত্ৰচলচ্চিত্ৰ প্ৰদৰ্শন কৰা হৈছিল ১৮৯৬ চনত। নিউ য়ৰ্ক চহৰৰ 'ক'ষ্টাৰ আৰু বিয়াল-ৰ সংগীত প্ৰেক্ষগৃহপ্ৰেক্ষাগৃহ'ত (Koster and Bial's Music Hall) এপ্ৰিল মাহৰ ২৩ তাৰিখে এই প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছিল।
 
১৮৯৪ চনত ডিক্‌ছনে চলচিত্ৰৰচলচ্চিত্ৰৰ লগত শব্দৰ সংযোগ কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু নিৰ্বাক ছবিকেই ৰাইজে বিপুলভাৱে আদৰি লৈছিল। প্ৰথম অৱস্থাত একোটা দৃশ্যৰ চলচিত্ৰচলচ্চিত্ৰ ৰূপ দি দেখুওৱা হৈছিল যদিও, সোনকালেই চলচিত্ৰই কাহিনী ক'বলৈ আৰম্ভ কৰে। কাহিনী এটা দৰ্শকক ক'বলৈ কেবাটাও দৃশ্য সম্বলিত চলচিত্ৰৰচলচ্চিত্ৰৰ জন্ম হয়। দৃশ্যৰ প্ৰয়োজনীয়তাৰ হিচাপত কেমেৰা আগুৱাই বা পিছুৱাই, বা কেমেৰাৰ কোণ সলনি কৰি নতুন ধৰণৰ দৃশ্য দেখুওৱাৰ প্ৰয়াস আৰম্ভ কৰা হয়। এনেদৰেই ধীৰে ধীৰে চলচিত্ৰৰ ব্যাকৰণ গঢ় লৈ উঠে। স্ৰথম অৱস্থাৰ ছবিঘৰত নিৰ্বাক ছবিৰ লগত পিয়ানো বা অৰ্গেন বজোৱা হৈছিল। অৱশ্যে তাৰ মূল উদ্দেশ্য আছিল প্ৰজেক্টৰৰ ঘৰ-ঘৰ শব্দটো নোহোৱা কৰি ৰখাটোহে। সোনকালেই অৱশ্যে দৃশ্যাংশৰ লগত সংগতি ৰাখি বেলেগ সংগীত বজাবলৈ আৰম্ভ কৰা হয়। কিছুমান ছবিঘৰত এটা পৰিপূৰ্ণ অৰ্কেষ্ট্ৰাই ছবিৰ লগত সংগীত দিছিল। ১৯২০ চনৰপৰা চলচিত্ৰৰচলচ্চিত্ৰৰ লগত চলচিত্ৰতচলচ্চিত্ৰত ব্যৱহাৰ কৰিব লগা সংগীতৰ স্বৰলিপিও নিৰ্মাতাৰ ফালৰপৰাই প্ৰস্তুত কৰি পঠিয়াই দিছিল।
 
[[File:Le Voyage dans la lune.jpg|thumb| জৰ্জ মেলিয়েৰ-ৰ (Georges Méliès) ''চন্দ্ৰ ভ্ৰমণ (Le Voyage dans la Lune (A Trip to the Moon))'' (১৯০২), লগে লগে বাখ্যা আগবঢ়াই গৈ থকা প্ৰথম ছবিসমূহৰ এখনৰ স্থিৰ চিত্ৰ]]
 
প্ৰথম বিশ্বযুদ্ধৰ বাবে ইউৰোপত চলচিত্ৰৰ কাম লেহেমীয়া হৈ পৰে, আনহাতে এই সময়ছোৱাতে আমেৰিকাত নিৰ্মিত দুখন নিৰ্বাক ছবিয়ে চলচিত্ৰক এটা মৰ্য্যদাপূৰ্ণ শিল্পৰ শাৰীত বহুৱাবলৈ সক্ষম হয়। ডি. ডব্লু. গ্ৰিফিথ-ৰ (D. W. Griffith) 'দা বাৰ্থ অৱ এ নেছন' ('The Birth of a nation') আৰু 'ইনট'লাৰেন্স' (Intolerance), এই দুখন ছবিয়ে চলচিত্ৰ নিৰ্মান শেলীত বাৰুকৈয়ে প্ৰভাৱ পেলাবলৈ সক্ষম হয়। প্ৰধম বিশ্বযুদ্ধৰ পাছত ইউৰোপতো কেবা গৰাকী চলচিত্ৰ নিৰ্মাতাই নতুন নতুন পৰীক্ষা নিৰীক্ষাৰে চলচিত্ৰ শিল্পক এটা স্বয়ংসম্পূৰ্ণ কলাৰ ৰূ্প দিয়ে। এওঁলোকৰ ভিতৰত তিনিগৰাকী বিশেষ ভাৱে উল্লেখযোগ্য ব্যক্তি আছিল--ছেৰ্গেই আইজেনষ্টাইন, ফ্ৰেডেৰিক উইলহেল্ম মাৰ্নো আৰু ফ্ৰিজ লেং। প্ৰায় একে সময়তে আমেৰিকাত চাৰ্লি চেপলিন আৰু বাষ্টাৰ কীটন-এ চলচিত্ৰকচলচ্চিত্ৰক বিপুলভাৱে জনপ্ৰিয় কৰি তোলাৰ উপৰিও নতুন নতুন অৱদানেৰে সমৃদ্ধ কৰি থৈ যায়।
 
১৯২৪ চনৰপৰা চলচিত্রতচলচ্চিত্ৰত শব্দৰ প্রয়োগ আৰম্ভ হয়। ১৯২৭ চনত নির্মিত 'দা জেজ ছিংগাৰ' (The Jazz Singer) নামৰ ছবিখনক প্রথম সবাক ছবি বোলা হয় যদিও তাৰ আগতেও চলচিত্রত শব্দৰ প্রয়োগ কৰা হৈছিল পৰীক্ষনীয় হিচাপে। এনিমেছন ছবিত শব্দৰ প্রথম প্রয়োগ হয় ১৯২৪ চনত মেক্স ফ্লেইছাৰৰ ষ্টুডিঅ'ৰপৰা নির্মিত 'কোকো ছং কাৰ টিউনছ' (Ko-ko Song Car-Tunes) নামৰ ছবিখনৰপৰা। <ref>Beck, Jerry (ed) (2004). "Animation Art". First Edition. Flame Tree. ISBN: 1844511405</ref> শব্দ সম্বলিত চলচিত্ৰক 'টকীং পিক্‌চাৰ' (Talking Picture) বা চমুকৈ 'টকী' (Talkie) বোলা হৈছিল। বোলছবি বা কথাছবি বুলিলে প্ৰকৃত অৰ্থত 'টকী'ক বুজোৱা হয়। শব্দ সম্বলিত চলিচত্ৰক মানুহে বিপুল ভাৱে আদৰি লৈছিল। সেয়ে সোনকালেই নিৰ্বাক ছবিৰ নিৰ্মান প্ৰায় বন্ধ হৈ যায়।
 
ইমানদিনলৈ চলচিত্ৰচলচ্চিত্ৰ আচল মাত্ৰ ক'লা-বগা ৰঙত। ক্ৰমান্বয়ে চলচিত্ৰতচলচ্চিত্ৰত 'স্বাভাৱিক ৰঙ'ৰ প্ৰয়োগ কৰা হৈছে। স্বাভাৱিক ৰঙ বোলোতে পিছে বাস্তৱ পৃথিৱীৰ ৰঙৰ নিচিনা বুজোৱা হোৱা নাছিল। কেমেৰাৰ ৰঙৰ সৈতে ছবি তোলা পদ্ধতিকহে 'স্বভাৱিক ৰঙ' বোলা হৈছিল। ক'লা-বগা ৰীলত ৰঙ দি বা অন্য উপায়েৰে ছবিত ৰঙ দিয়াটোক 'স্বাভাৱিক ৰঙ' বোলা নহৈছিল। নামত 'স্বাভাৱিক ৰঙ' হ'লেও পিছে প্ৰথম অৱস্থাৰ ৰঙীন ছবিবোৰত স্বভাৱিক ৰঙ দেখা নগৈছিল। তিনি তৰপীয়া ৰঙীন ছবি তোলাৰ ব্যৱস্থা থকা 'টেক্‌নিকালাৰ' (Tchnicolor) পদ্ধতি আৱিস্কাৰ হোৱাৰ পাছত হে কিছু পৰিমাণে স্বাভাৱিক ৰঙ দেখা গৈছিল। এই পদ্ধতিৰে ১৯৩৪ চনত কেবাখনো ছবি আংশিক ভাৱে ৰঙীন কৰি নিৰ্মান কৰা হৈছিল। ১৯৩৫ চনত নিৰ্মান হোৱা 'বেকী ছাৰ্প' (Becky Sharp) আছিল প্ৰথমখন সম্পূৰ্ণ ৰঙীণ ছবি। চলচিত্ৰকচলচ্চিত্ৰক শব্দৰ প্ৰয়োগক দৰ্শকে বিপুল উৎসাহেৰে আদৰি লৈছিল যদিও, ৰঙৰ সংযোজনে ইমান বিপুল সঁহাৰি পোৱা নাছিল। সেয়ে ৰঙীন ছবিৰ লগতে ক'লা-বগাৰ ছবিৰ নিৰ্মাণো বহুত দিনলৈ চলি আছিল। বৰ্তমানেও ক'লা-বগা ছবি পৰীক্ষামূলক ভাৱে নিৰ্মান কৰা হয়। অৱশ্যে সেয়া বিষয়বস্তুৰ প্ৰতি লক্ষ্য ৰাখিহে।
 
১৯৫০-ৰ দশকৰ প্ৰথম ভাগত আমেৰিকাত প্ৰথম ক'লা-বগা দূৰদৰ্শনৰ প্ৰচলন ঘটে। দূৰদৰ্শনে চলচ্চিত্ৰৰ ব্যৱসায়ত বাধাৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰৈ। তেতিয়াই ক'লা-বগা দূৰদৰ্শনৰ বিপৰীতে ৰঙীন ছবি নিৰ্মান কৰি চলচ্চিত্ৰক আকৌ জনপ্ৰিয় কৰি তোলাৰ প্ৰয়াস কৰা হয়। সেই সময়ৰেপৰা ৰঙীন ছবিৰ নিৰ্মান বৃ্দ্ধি পায়। ১৯৬০-ৰ দশকত ৰঙীন টিভিৰ প্ৰসাৰ ঘটে। তেতিয়াৰে পৰা ক'লা-বগা ছবিৰ নিৰ্মান আমেৰিকাত বন্ধ হোৱাৰ নিচিনাই হৈ পৰে। ভাৰতীয় আৱুআৰু বিশেষকৈ অসমীয়া ভাষাৰ ছবি ১৯৭০-ৰ দশকলৈ ক'লা-বগা আছিল। ইয়াৰ বাবে অৱশ্যে খৰছৰ কথাটোহে মুখ্য আছিল।
 
প্ৰথম সময়ৰ (১৯৬০ চনলৈ) চলচ্চিত্ৰ নিৰ্মানৰ মূল কেন্দ্ৰ আছিল ষ্টুডিঅ'সমূহ। ষ্টুডিঅ'বিলাকে মাহিলী দৰমহা দি শিল্পী, কলা-কুশলী ৰাখিছিল, আৰু তেওঁলোকৰ দ্বাৰা চলচিত্ৰ নিৰ্মান কৰিছিল। ৬০-ৰ দশকৰপৰা এই ব্যৱস্থা উঠি গৈ এখন ছবিৰ বাবে মাননী ভিত্তিত শিল্পী, কলা-কুশলী সংগঠিত কৰা আৰম্ভ কৰা হয়। এই প্ৰচেষ্টাত পৰিচালকে নিজা খেয়াল-খুচী মতে ছবি নিৰ্মানৰ সুবিধা পায়। সেয়ে এই কালতে পাৰম্পৰিক ধাৰাৰ ছবিৰ বাহিৰে 'নতুন ধাৰা' (New Wave), 'সমান্তৰাল চলচ্চিত্ৰ' (Parallel Cinema) আদি বিভিন্ন ধাৰাৰ চলচ্চিত্ৰ নিৰ্মান হ'বলৈ আৰম্ভ কৰে।
 
১৯৯০-ৰ দশকত চলচ্চিত্ৰ নিৰ্মানত ডিজিটেল প্ৰযুক্তিৰ প্ৰবেশ ঘটে। এই সময়চোৱাৰপৰা চলচ্চিত্ৰ নিৰ্মাননিৰ্মাণ কাৰীকৰি কলা-কৌশল বিশেষ ভাৱে সলনি হয়।
 
==তত্ব==
"https://as.wikipedia.org/wiki/চলচ্চিত্ৰ"ৰ পৰা অনা হৈছে