নিউক্লীয় পদাৰ্থবিজ্ঞান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
33 নং শাৰী:
}}</ref> [[জে. জে. থমছন|জে. জে. থমছনে]] [[ইলেকট্ৰন]] আৱিষ্কাৰ কৰাৰ এবছৰ পাছত এই আৱিষ্কাৰে ইংগিত দিয়ে যে পৰমাণুৰ এক আভ্যন্তৰীণ গঠন আছে।<ref>{{cite journal|last1=Thomson|first=Joseph John|author1-link=Joseph John Thomson|title=Cathode Rays|year=1897|journal=[[Royal Institution|Proceedings of the Royal Institution of Great Britain]]|volume=XV|pages=419–432|url=https://archive.org/stream/proceedings15roya#page/418/mode/2up}}</ref> বিংশ শতিকাৰ আৰম্ভণিতে জে. জে. থমছনৰ পৰমাণু আৰ্হি, অৰ্থাৎ [[প্লাম পুডিং আৰ্হি|"প্লাম পুডিং" আৰ্হি]] গৃহীত হয়। প্লাম পুডিং আৰ্হি মতে পৰমাণু এটা ধনাত্মকভাৱে আহিত গোলক যাৰ মাজত ধনাত্মক আধানবোৰৰ লগতে ঋণাত্মকভাৱে আহিত ইলেকট্ৰনসমূহো সুষমভাৱে সিঁচৰতি হৈ থাকে।
 
ইয়াৰ পাছৰ বৰ্ষৰ পৰা তেজস্ক্ৰিয়তাৰ ওপৰত ব্যাপকভাৱে অনুসন্ধান চলোৱা হৈছিল। বিশেষকৈ [[মেৰী কুৰী]], [[পীয়েৰ কুৰী]], [[আৰ্নেষ্ট ৰাডাৰফ'ৰ্ড]] আৰু আন বিজ্ঞানীসকলে এইক্ষেত্ৰত যথেষ্ট অৰিহণা আগবঢ়াইছিল। শতাব্দীৰ শেষলৈ পদাৰ্থবিদসকলে পৰমাণুৰ পৰা ওলোৱা তিনি ধৰণৰ [[বিকিৰণ]] আৱিস্কাৰ কৰে। এই বিকিৰণ তিনিবিধক [[আলফা অৱক্ষয়|আলফা]], [[বিটা অৱক্ষয়|বিটা]] আৰু [[গামা অৱক্ষয়|গামা]] বিকিৰণ হিচাপে নামকৰণ কৰা হৈছে। ১৯১১ চনত [[অট্ট' হান]] আৰু ১৯১২ চনত [[জেমছ চাডৱিক|জেমছ চাডৱিকৰ]] পৰীক্ষা-নিৰীক্ষাত আৱিস্কাৰআৱিষ্কাৰ হয় যে বিটা অৱক্ষয় [[বৰ্ণালী]] বিচ্ছিন্ন নহয়, বৰং ই অবিচ্ছিন্নহে।
 
==তথ্য সংগ্ৰহ==