ভূপাল দুৰ্ঘটনা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
28 নং শাৰী:
}}
 
১৯৮৪ চনৰ ২ আৰু ৩ ডিচেম্বৰত সংঘটিত এই দুৰ্ঘটনাটোক "ভূপাল দুৰ্ঘটনা" বা " ভূপালত গেছৰ শোকাৱহ ঘটনা" হিচাপে আখ্যা দিয়া হয়। ভাৰতৰ মধ্যপ্ৰদেশৰ ভূপালস্হিত ইউনিয়ন কাৰ্বাইড ইণ্ডিয়া লিমিটেড (বৰ্তমানে এভাৰেডি ইণ্ডান্ট্ৰিজ লিমিটেড) নামৰ এটি কীটনাশক কাৰখানাত দুৰ্ঘটনাবশত বহুলমাত্ৰাত হোৱা মিথাইল আইছ'চায়ানেট নামৰ বিষাক্ত গেছৰ নিৰ্গমনে ইয়াৰ সমীপৱৰ্তী এক বৃহৎ অঞ্চলত এই বিপৰ্যয়ৰ সূচনা কৰিছিল। প্ৰায় ৫ লক্ষাধিক লোক পীড়িত হোৱা এই দুৰ্ঘটনাটোক অনেকে ইতিহাসৰ আটাইতকৈ কৰুণ শিল্প বিপৰ্যয় হিচাপে অভিহিত কৰিছে।