টাইৱান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
31 নং শাৰী:
|government_type = একক অৰ্ধ ৰাষ্ট্ৰপতিশাসিত সাংবিধানিক গণতন্ত্ৰ
|leader_title1 = ৰাষ্ট্ৰপতি
|leader_name1 = মাছাই য়িংইং জেওৱেন
|leader_title2 = প্ৰিমীয়াৰ
|leader_name2 = মাও চি কৌ
108 নং শাৰী:
টাইৱান দ্বীপৰ মূল ভূখণ্ড ফুৰমোজা ([[পৰ্তুগীজ ভাষা]]: Ilha Formosa]] অৰ্থাৎ''সুন্দৰী দ্বীপ'') নামেও পৰিচিত। ই পূব এছিয়াৰ চীনা মূল-ভূখণ্ড তিৰৱৰ্তী অঞ্চল আৰু [[জাপান|জাপান]]ৰ মূল- ভূখণ্ডৰ দক্ষিণ-পশ্চিমত অৱস্থিত। জাপানৰ ৰিউকিউ দ্বীপপুঞ্জৰ ঠিক পশ্চিমেই টাইৱান দ্বীপ অৱস্থিত। ইয়াৰ পূবত [[প্ৰশান্ত মহাসাগৰ]], দক্ষিণে [[দক্ষিণ চীন সাগৰ]] আৰু লুজন প্ৰণালী, পশ্চিমে টাইৱান প্ৰণালী আৰু পূবে [[পূব চীন সাগৰ]] অৱস্থিত। টাইৱানৰ দীঘ প্ৰায় কিলোমিটাৰ (২৪৫ মাইল) আৰু প্ৰস্থ প্ৰায় ১৪৪ কিলোমিটাৰ (৮৯ মাইল)। ইয়াত পৰ্বত আৰু ক্ৰান্তীয় অৰণ্য দেখা যায়।
 
টাইৱানৰ মুঠ জনসংখ্যা প্ৰায় ২ কোটি ৩০ লাখ। তাৰে ভিতৰত হক্কেইন সম্প্ৰদায়ৰ লোক সৰ্বাধিক। আন আন অধিবাসী সমূহ হ'ল [[হাক্কা]], প্ৰাচীন টাইৱানবাসী, চীনা টাইৱানবাসী,প্ৰবাসী টাইৱানবাসী ইত্যাদি। প্ৰধান ভাষা হ'ল [[মেণ্ডেৰীন]] আৰু [[টাইৱানী]] (মিননান উপভাষা), [[হাক্কা উপভাষা]] ইত্যাদি প্ৰধান উপভাষা। উচ্চপ্ৰযুক্তি, উষ্ণমণ্ডলীয় কৃষিজাতপণ্য প্ৰভৃতি ৰপ্তানি কৰি টাইৱানে অজস্ৰ বৈদেশিক মুদ্ৰা অৰ্জন কৰে। [[নেন'প্ৰযুক্তি]], আলোক ইলেক্ট্ৰনিক্স, পৰ্যটন ইত্যাদি শিল্প টাইৱানৰ উন্নয়নত সহায়ক।
 
== ইতিহাস ==
"https://as.wikipedia.org/wiki/টাইৱান"ৰ পৰা অনা হৈছে