ডেনিয়েল ডিফো: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
23 নং শাৰী:
ব্যৱসায়ৰ দৰে ডিফোৱে ৰাজনৈতিক জীৱনটো সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে আৰু বিদ্ৰোহত যোগ দি পুস্তিকা ৰচনা কৰি উলিয়ায়৷ ১৭১৪ চনত প্ৰথম জৰ্জ ৰাজপাতত বহাত ডিফোৱে তেওঁৰ পৰা সহায় সঁহাৰি পায় আৰু তেতিয়াই ১৭১৫ চনত [[দা ফেমেলি ইন্সট্ৰাক্টৰ]] (The Family Instructor) নামৰ বিখ্যাত পুথিখন লিখে৷ কিন্তু ১৯১৭ চনত ৰচনা কৰা উপন্যাস [[ৰবিনচন ক্ৰুছো]]ইহে তেওঁক অমৰ কৰি ৰাখিছে৷ জাৰ্মান সমালোচক এগৰাকীয়ে এই পুথিক 'বিশ্বৰ গ্ৰন্থ' (“The World Book”) আখ্যা দিছে৷
 
ইয়াৰ পাছত ১৭২২ চনত ডিফোৰ Moll Flanders, A Journal of the Plugue Year আৰু Colonel Jack নামৰ তিনিখন বিখ্যাত উপন্যাস প্ৰকাশ পায়৷ ১৭২৪ চনত তেওঁ তেওঁৰ শেষ মূল্যবান উপন্যাস Roxana প্ৰকাশ কৰে৷ তেওঁৰ শ্ৰেষ্ঠ ৰচনাৰাজিৰ বাবে ডিফোক ইংৰাজী উপন্যাস আৰু আধুনিক সাংবাদিকৰ পিতৃ আখ্যা দিয়া হয়৷
 
== মৃত্যু ==