অসম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎জনগাঁথনি: বানান শুধৰণি
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
17 নং শাৰী:
| latd = 26.14
| longd = 91.77
| coor_pinpoint = [[দিশপুৰদিছপুৰ]]
| coordinates_type = region:IN-AS_type:adm1st
| coordinates_display = inline,title
33 নং শাৰী:
 
| seat_type = ৰাজধানী
| seat = [[দিশপুৰদিছপুৰ]]
| seat1_type = বৃহত্তম চহৰ <br /> বৃহত্তম মেট্ৰ
| seat1 = [[গুৱাহাটী]]
92 নং শাৰী:
| dress = Suriya-Panjabi and [[Gamosa]] (for men), [[Mekhela-chador]] (for women)
-->
'''অসম''' [[ভাৰত]]ৰ উত্তৰ-পূবত অৱস্থিত সাংস্কৃতিক আৰু ভৌগোলিক ভাৱে এখন পৃথক [[ভাৰতৰ ৰাজ্য|ৰাজ্য]]। ইংৰাজে অসম দখল কৰাৰ আগতে অসম এখন স্বতন্ত্ৰ ৰাষ্ট্ৰ আছিল। {{cn}} ১৮২৬ চনৰ [[ইয়াণ্ডাবু সন্ধি]] অনুসৰি অসম ইংৰাজৰ হাতলৈ যায়। [[ভাৰতৰ স্বাধীনতা আন্দোলন]]ত আন প্ৰদেশৰ নিচিনাকৈ অসমৰ জনসাধাৰণেও গুৰুত্বপূৰ্ণভাবে অংশগ্ৰহণ কৰে আৰু ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত অসম স্বাধীন ভাৰতৰ এখন অন্তৰঙ্গ প্ৰদেশ হিচাপে গঠিত হয়। ব্ৰিটিছ-শাসিত ভাৰত আৰু আধুনিক কালতো অসম এখন মুখ্য প্ৰদেশ আছিল, কিন্তু পিছলৈ এই অঞ্চল বিভিন্ন ৰাজ্যত বিভক্ত হয়। অসমৰ ৰাজধানী হৈছে [[দিশপুৰদিছপুৰ]]। অসম [[ব্ৰহ্মপুত্ৰ]] আৰু বৰাক উপত্যকাৰ লগতে [[কাৰ্বি আংলং]] আৰু [[উত্তৰ কাছাৰ]] পৰ্বতক সামৰি ৩০,২৮৫ বৰ্গমাইল (৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ<ref>{{cite web|author=Web.com(india) Pvt. Ltd. |url=http://assam.gov.in/glance.asp |title=Assam at a glance |publisher=Assam.gov.in |date=2007-02-18 |accessdate=2012-12-19}}</ref>) জুৰি আছে। অসমক [[সাত ভনী]]ৰ বাকী ছয়খন ৰাজ্য [[অৰুণাচল প্ৰদেশ]], [[নাগালেণ্ড]], [[মণিপুৰ]], [[মিজোৰাম]], [[ত্ৰিপুৰা]], আৰু [[মেঘালয়|মেঘালয়ে]] আৱৰি আছে। আনহাতে অন্য এখন ৰাজ্য [[পশ্চিমবংগ]] অসমৰ লগত সংযোগ হৈ আছে। অসম [[ভূটান]] আৰু [[বাংলাদেশ]]ৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমাৰে যুক্ত হৈ দক্ষিণ-পূৰ্ব-এছিয়াৰ বিভিন্ন সাংস্কৃতিক সমল আহৰণ কৰিছে। [[কাজিৰঙা]]ৰ [[এশিঙীয়া গঁড়]], [[চাহ]], [[মুগা]] আদিৰ বাবে অসম পৃথিৱীত বিখ্যাত হৈ আছে।<ref name="kipepeo">{{cite web | url=http://www.kipepeo.in/about-assam.php | title=About Assam | publisher=Kipepeo, India | accessdate=April 03, 2012}}</ref><ref name="trip">{{cite web | url=http://www.valuemytrip.com/as_pkg_06_glimpses_of_assam-bhutan-93-details | title=Glimpses of Assam | publisher=Value my trip.com | accessdate=April 03, 2012}}</ref>
 
== অসম নামৰ উৎপত্তি ==
"https://as.wikipedia.org/wiki/অসম"ৰ পৰা অনা হৈছে