মেৰিলিন মন্‌ৰ': বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{Infobox person | image = Marilyn Monroe in Niagara.jpg | caption = ''[[নায়েগ্ৰা (১৯৫৩ চলচ্চিত্ৰ)|নায...
 
No edit summary
1 নং শাৰী:
 
{{Infobox person
| image = Marilyn Monroe in Niagara.jpg
Line 16 ⟶ 17:
| signature = Marilyn Monroe Signature.svg
}}
 
'''মেৰীলিন মনৰো''' (পূৰ্বৰ নাম নৰ্মা জিন মৰ্টেনছন, বাপ্টাইজ কৰাৰ পিছত নৰ্মা জিন বেকাৰ, ১ জুন ১৯২৬-৫ আগষ্ট ১৯৬২<ref>[http://www.biography.com/articles/Marilyn-Monroe-9412123?part=1 Marilyn Monroe Biography]</ref>)) আছিল এগৰাকী আমেৰিকান অভিনেত্ৰী, গায়িকা আৰু মডেল <ref>Obituary ''[[Variety Obituaries|Variety]]'', August 8, 1962, page 63.</ref> | শৈশৱকালৰ বেছিভাগ সময় অনাথ আশ্ৰমত পাৰ কৰাৰ পিছত তেওঁ মডেল হিছাপে জীৱিকাৰ পাতনি মেলে আৰু ১৯৪৬ চনত চলচ্চিত্ৰত অভিনয়ৰ সুযোগ লাভ কৰে | প্ৰথম চলচ্চিত্ৰকেইখনত তেওঁৰ ভূমিকা বিশেষ নাছিল কিন্তু [[দা এচফাল্ট জাংগল]](The Asphalt Jungle) আৰু [[অল এবাউত ইভ]](All About Eve)এ ভাল ব্যৱসায় কৰিছিল | ১৯৫৩ চনৰে পৰা মনৰোৱে মুখ্য ভূমিকাৰ অভিনয়ৰ সুযোগ পায় | তেওঁৰ "''ভাঁকৰী সোণালী চুলিৰ তিৰোতা''"(dumb blonde)ৰ ব্যক্তিত্ব [[জেণ্টলমেন প্ৰিফাৰ ব্ল’ণ্ডছ]](Gentlemen Prefer Blondes,১৯৫৩), [[হাউ টু মেৰী এ মিলিয়নাৰ]](How to Marry a Millionaire,১৯৫৩) আৰু [[দা চেভেন য়েৰ ইট্‌ছ]](The Seven Year Itch,১৯৫৫) বোলছবিত সফল হাস্যৰসাত্মক প্ৰয়োগ কৰা হয় | একেধৰণৰ চৰিত্ৰত অভিনয় কৰিব নিবিচাৰি মনৰোৱে অভিনয়ৰ পৰিসীমা বঢ়াবলৈ [[এক্টৰ্‌ছ ষ্টুডিঅ’]]ত প্ৰশিক্ষণ লয় | [[বাছ ষ্টপ]](Bus Stop,১৯৫৬) বোলছবিত তেওঁৰ নাটকীয় পৰিবেশন সমালোচকে আদৰি লয় আৰু তেওঁ এটা [[গ’ল্ডেন গ্ল’ব বঁটা]]ৰ মনোনয়ন লাভ কৰে | তেওঁৰ প্ৰযোজনা সংস্থা ‘''মেৰীলিন মনৰো প্ৰডাকছন''’এ ১৯৫৭ চনত [[দা প্ৰিণ্স এণ্ড দা চ’গাৰ্ল]](The Prince and the Showgirl) মুক্তি দিয়ে যাৰ বাবে তেওঁ এটা [[বাফ্‌টা বঁটা]]ৰ মনোনয়ন লাভ কৰে আৰু [[ডেভিদ ডি ড’নেটেল’]] বঁটা লাভ কৰে | ১৯৫৯ চনৰ কথাছবি [[ছাম লাইক ইট হট]](Some Like It Hot)ৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ [[গ’ল্ডেন গ্ল’ব বঁটা]] লাভ কৰে |