ডেনিয়েল ডিফো: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
12 নং শাৰী:
|genre=দুঃসাহসিক
|spouse=মেৰী টাফ্‌লি}}
'''ডেনিয়েল ডিফো ([[ইংৰাজী]] : Daniel Defoe) :''' ১৬৬০ চনত ইংলেণ্ডৰ ৰাজধানী লণ্ডনত জন্ম গ্ৰহণ কৰা ডেনিয়েল ডিফো একাধাৰে সাহিত্যিক, সাংবাদিক, ৰাজনীতিবিদ, ব্যৱসায়ী, চোৰাংচোৱা আৰু অৰ্থনীতিবিদ আছিল৷আছিল।<ref name="deniel">{{cite web||title=Daniel Defoe|url=https://www.biography.com/.amp/writer/daniel-defoe|website=biography.com|author=|accessdate=৩০ মে ২০২০}}</ref> তেওঁৰ বিখ্যাত উপন্যাসসমূহৰ ভিতৰত '[[ৰবিনছন ক্ৰুছো]]'ই তেওঁক অমৰ কৰি ৰাখিছে৷ৰাখিছে।<ref name="deniel" />
 
== জন্ম পৰিচয়==
১৬৬০ চনত ইংলেণ্ডৰ ৰাজধানী লণ্ডনত তেওঁৰ জন্ম হয়৷হয়। ডেনিয়েল ডিফোৰ দেউতাকৰ নাম আছিল জেমছ্‌ ফ’ (James Foe)<ref name="deniel" /> তেওঁৰ জন্মসূত্ৰে তথা প্ৰকৃত নাম আছিল ডেনিয়েল ফ’ (Daniel Foe) তেওঁ ১৬৮৪ চনত এজন ধুনী সদাগৰৰ জীয়েক মেৰী টাফ্‌লিক বিয়া কৰায়৷কৰায়। ডেনিয়েল ডিফোৰ বয়স ১০ বছৰ হওঁতে তেওঁৰ মাক আনি ফ’ (Annie Foe) -ৰ মৃত্যু হয়৷হয়।<ref>{{cite web|title=Education, marriage, and early career |url=https://www.notablebiographies.com/amp/De-Du/Defoe-Daniel.html |website=Notablebiographies.com |accessdate=৩০ মে ২০২০}}</ref>
 
== কৰ্মজীৱন ==
ডেনিয়েল ডিফোই ধৰ্মযাজক হ’বলৈ শিক্ষাগ্ৰহণ কৰিলেও ১৬৮৩ চনৰ পৰা তেওঁ সদাগৰৰ পেচাতহে মনোনিৱেশ কৰে৷কৰে। অধিক দক্ষ ব্যৱসায়ী আৰু সময়তকৈ আগবঢ়া অৰ্থনীতিবিদ হিচাপে খ্যাতি অৰ্জন কৰিলেও তেওঁ বহুবাৰ দেউলীয়া হ’বলগীয়া হৈছিল৷হৈছিল। তেওঁৰ নিজৰ ভাষাৰে -
<blockquote>“কোনো লোকেই মোতকৈ বেছি ভাগ্যৰ পৰিৱৰ্তনৰ সোৱাদ পাই পোৱা নাই৷নাই। জীৱনত তেৰ বাৰ মই ধনী আৰু দুখীয়া হৈছোঁ”<ref group="টোকা" name="footnoteA">ডেনিয়েল ডিফোৰ 'ৰবিনছন ক্ৰুছো', অনুবাদ : চিন্তাহৰণ পাটগিৰি</ref></blockquote>
 
ব্যৱসায়ৰ দৰে ডিফোৱে ৰাজনৈতিক জীৱনটো সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে আৰু বিদ্ৰোহত যোগ দি পুস্তিকা ৰচনা কৰি উলিয়ায়৷উলিয়ায়। ১৭১৪ চনত প্ৰথম জৰ্জ ৰাজপাতত বহাত ডিফোৱে তেওঁৰ পৰা সহায় সঁহাৰি পায় আৰু তেতিয়াই ১৭১৫ চনত [[দা ফেমেলি ইন্সট্ৰাক্টৰ]] (The Family Instructor) নামৰ বিখ্যাত পুথিখন লিখে৷লিখে। কিন্তু ১৯১৭ চনত ৰচনা কৰা উপন্যাস [[ৰবিনচন ক্ৰুছো]]ইহে তেওঁক অমৰ কৰি ৰাখিছে৷ৰাখিছে। জাৰ্মান সমালোচক এগৰাকীয়ে এই পুথিক 'বিশ্বৰ গ্ৰন্থ' (“The World Book”) আখ্যা দিছে৷দিছে।<ref name="footnoteA" group="টোকা" />
 
ইয়াৰ পাছত ১৭২২ চনত ডিফোৰ Moll Flanders, A Journal of the Plugue Year আৰু Colonel Jack নামৰ তিনিখন বিখ্যাত উপন্যাস প্ৰকাশ পায়৷পায়। ১৭২৪ চনত তেওঁ তেওঁৰ শেষ মূল্যবান উপন্যাস Roxana প্ৰকাশ কৰে৷কৰে। তেওঁৰ শ্ৰেষ্ঠ ৰচনাৰাজিৰ বাবে ডিফোক ইংৰাজী উপন্যাস আৰু আধুনিক সাংবাদিকৰ পিতৃ আখ্যা দিয়া হয়৷হয়।<ref name="footnoteA" group="টোকা" />
 
== মৃত্যু ==
১৬৬০ চনত ইংলেণ্ডৰ ৰাজধানী লণ্ডনত জন্মগ্ৰহণ কৰা ডেনিয়েল ডিফো (Daniel Defoe) -ৰ মৃত্যু হয় লণ্ডনত ১৭৩১ চনৰ ২৪ এপ্ৰিল তাৰিখে৷তাৰিখে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭১ বছৰ৷বছৰ।<ref name="deniel" />
 
== গ্ৰন্থসমূহ ==