মেৰী শ্বেলী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
39 নং শাৰী:
| website = <!-- {{URL|example.org}} -->
| portaldisp = <!-- "on", "yes", "true", etc.; or omit --> }}
'''মেৰী ৱলষ্ট’নক্ৰেফ্‌ট শ্বেলী ([[ইংৰাজী]]: Mary Wollstonecraft Shelley):''' হৈছে উনবিংশ শতিকাৰ এগৰাকী প্ৰখ্যাত ইংৰাজ সাহিত্যিক৷সাহিত্যিক। তেওঁ একাধাৰে এজন ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ, প্ৰবন্ধকাৰ, জীৱনীকাৰ আৰু ভ্ৰমণকাহিনী লেখিকা। ১৭৯৭ চনৰ ৩০ আগষ্টত লণ্ডনত মেৰী ৱলষ্ট’নক্ৰেফ্‌ট শ্বেলীৰ জন্ম হয়৷হয়। তেওঁৰ পিতৃ আছিল দাৰ্শনিক উইলিয়াম গডউইন আৰু মাক মেৰী ৱলষ্ট’নক্ৰেফ্‌ট সেই সময়ৰ এগৰাকী নাৰীবাদী চিন্তাৰ মহিলা আৰু লেখিকা আছিল৷আছিল। তেওঁ প্ৰখ্যাত ইংৰাজ কবি [[পাৰ্ছি বাইশ্ব শ্বেলী]] (Percy Bysshe Shelley) -ৰ দ্বিতীয় পত্নী আছিল৷আছিল।<ref name="mary">{{cite web|title=মেৰী শ্বেলী |url=https://www.biography.com/.amp/writer/mary-shelley |website=Biography.com |accessdate=৩১ মে ২০২০}}</ref><ref name="mary1">{{cite web|title=Mary Shelley |url=https://www.bl.uk/people/mary-shelley |website=Bl.uk |accessdate=৩১ মে ২০২০}}</ref>
 
== কৰ্মজীৱন ==
 
== মৃত্যু ==
১৮৫১ চনৰ ১ ফেব্ৰুৱাৰীত লণ্ডনত মেৰী শ্বেলীৰ মৃত্যু হয়৷হয়।
 
== গ্ৰন্থসমূহ ==