বনফুল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
1 নং শাৰী:
{{Infobox book|name=বনফুল|author=যতীন্দ্ৰ নাথ দুৱৰা|last=|first=|pub_date=১৯৫২|release_date=|publisher=|location=|pages=|series=|oclc=|wikisource=|image=|image_caption=|title_orig=|translator=|illustrator=|cover_artist=|country=[[ভাৰত]]|language=[[অসমীয়া]]|subject=|genre=কবিতাপুথি|english_pub_date=|english_release_date=|media_type=|isbn=|dewey=|congress=|preceded_by=|followed_by=}}
 
'''বনফুল''' হৈছে কবি আৰু সু-সাহিত্যিক [[যতীন্দ্ৰ নাথ দুৱৰা]]ৰ চতুৰ্থখন কবিতাপুথি। অসমীয়া ভাষাত [[সাহিত্য অকাডেমি বঁটা]] প্ৰাপ্ত এইখন প্ৰথম গ্ৰন্থ। কলিকতাত প্ৰবাসী হৈ থকা কালত [[যতীন্দ্ৰ নাথ দুৱৰা]]ই '''বনফুল''' কবিতাপুথিখনৰ ৰচনা কৰে।১৯৫২কৰে। ১৯৫২ চনত প্ৰকাশিত কবিতাপুথিখনত মুঠ ৫০ টা৫০টা কবিতা আছে।<ref name="যতীন্দ্ৰ নাথ দুৱৰা">{{cite web |first=ডঃড॰ নমিতা|last=ডেকা|title= যতীন্দ্ৰনাথ দুৱৰাৰ ‘বনফুল’|url=http://assameseonline.com/web/?url=home/read/10 | accessdate=28 May 2020}}</ref>
 
==লেখকৰ পৰিচয়==
8 নং শাৰী:
 
==বঁ‌টা==
'''বনফুল''' কবিতাপুথিখনৰ বাবে কবি [[যতীন্দ্ৰ নাথ দুৱৰা]]ই ১৯৫২ চনত [[অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকল|সাহিত্য অকাডেমি বঁটা]] লাভ কৰিছিল।
 
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/বনফুল"ৰ পৰা অনা হৈছে