চৰ্বী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
1 নং শাৰী:
{{শেহতীয়া অনুবাদ}}
[[কার্বকাৰ্ব'হাইড্রেটহাইড্ৰেট]] আৰু [[প্রপ্ৰ'টিন]]ৰ লগতে তিনিটা প্রধানপ্ৰধান [[মেক্রমেক্ৰ'নিউট্রিয়েন্টনিউট্ৰিয়েণ্ট]]ৰ মাজত এটা হ'ল '''চৰ্বী'''। ফেট [[অণু]]বিলাকত প্রাথমিকভাবেপ্ৰাথমিকভাবে [[কার্বনকাৰ্বন]] আৰু [[হাইড্রোজেনহাইড্ৰোজেন]] [[পৰমাণু]] থাকে আৰু ই হাইড্রহাইড্ৰ'ফ'বিক হয় অৰ্থাৎ ই [[জৈৱ]] দ্রাৱকতদ্ৰাৱকত দ্রৱণীয়দ্ৰৱণীয় আৰু পানীত অদ্রৱণীয়।অদ্ৰৱণীয়। উদাহৰণ হিচাপে [[কলেষ্টেৰল]], [[ফচফ'লিপিড]] আৰু [[ট্রাইগ্লিচাৰাইডট্ৰাইগ্লিচাৰাইড]]।
 
চৰ্বীক লিপিদ, চৰ্বী আৰু [[তেল]] বুলি কোৱা হয় যদিও লিপিড হ'ল সাধাৰণ শব্দ, যদিও লিপিড বোৰ ট্রাইগ্লিচাৰাইডট্ৰাইগ্লিচাৰাইড নহয়। তেল সাধাৰণতে সংপৃক্ত বা অসংপৃক্ত [[ফেটি এচিদ]] চেইনযুক্ত লিপিডকে বুজায় যি সাধাৰণ তাপমাত্রাততাপমাত্ৰাত তৰল অবস্থাত থাকে।
 
চৰ্বী বেচিভাগ [[হেটাৰোট্রফহেটাৰোট্ৰফ]]ৰ [[খাদ্য]]ৰ এটি প্রয়োজনীয়প্ৰয়োজনীয় অংশ আৰু ই আটাইতকৈ বেচি শক্তি ভৰা, আৰু [[শক্তি]] সঞ্চয়ৰ আটাইতকৈ কার্যকৰীকাৰ্যকৰী ৰুপ।
 
মানব পুষ্টিত দুটি প্রয়োজনীয়প্ৰয়োজনীয় ফেটি এচিদ (ইএফএ) হ'ল: আলফা-লিনোলেনিক এচিদ ([[:en:Omega-3_fatty_acid|ওমেগা -3 ফেটি এচিদ]]) তথা লিনোলেইক এচিদ ([[:en:Omega-6_fatty_acid|ওমেগা -6 ফেটি এচিদ]]) শৰীৰৰ প্রয়োজনীয়প্ৰয়োজনীয় অন্যান্য ফেটি এচিদ বোৰ এইবোৰ আৰু অন্যান্য চর্বিৰচৰ্বিৰ পৰ সংশ্লেষনসংশ্লেষণ কৰা যায়। চর্বিচৰ্বি আৰু অন্যান্য লিপিডবিলাক অগ্ন্যাশয়ত উৎপাদিত লাইপেজ নামৰ এনজাইমৰ দ্বাৰা দেহত ভাঙি যায়।
 
[[সংপৃক্ত চৰ্বী]] হ'ল যি চর্বীতচৰ্বীত শৃংখলৰ কার্বনৰকাৰ্বনৰ মাজত কোনো দ্বি-বন্ধনী নাথাকে। উদাহৰণ হিচাপে মাখন, ঘী, দালদা আদি।
 
আনহাতে [[অসংপৃক্ত চৰ্বী]]ৰ শৃংখলত এক বা একাধিক দ্বি-বন্ধনীযুক্ত কার্বনকাৰ্বন থাকে। উদাহৰণ হিচাপে মিঠাতেল, বাদাম তেল, ৰীফাইন তেল আদি। ইয়াৰ দুটা ভাগ হল চিচ চৰ্বী আৰু ট্ৰান্স চৰ্বী।
 
কিছু তেল আৰু চর্বীতচৰ্বীত একাধিক দ্বি-বন্ধনী থাকে আৰু ইয়াক [[বহু-সংপৃক্ত চৰ্বী]] বোলে। উদাহৰণ হিচাপে আলফা-লিনোলেনিক এচিদ, লিনোলেইক এচিদ আদি।
 
[[শ্ৰেণী:পৰিপুষ্টি]]
"https://as.wikipedia.org/wiki/চৰ্বী"ৰ পৰা অনা হৈছে