অন্নপ্ৰাশন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
ি,
1 নং শাৰী:
[[Image:AnnaPrashan (Anna Prashan) - Hindu First Rice Eating Ceremony.JPG|thumb|অন্নপ্ৰাসন]]
'''অন্নপ্ৰাসন''' ({{lang-sa|अन्नप्राशन}}, {{IAST|Annaprāśana}}, {{lang-bn|অন্নপ্ৰাশন}}) হিন্দু ধৰ্মালম্বীসকলৰ মাজত প্ৰচলিত শিশুক প্ৰথমবাৰৰ বাবে অন্নখুৱাওঁতেঅন্ন খুৱাওঁতে পতা ধাৰ্মিক অনুষ্ঠান৷ ই হিন্দু সংস্কাৰসমূহৰ ভিতৰত অন্যতম। অন্নপ্ৰাসনৰ আক্ষৰিক অৰ্থ হৈছে "খাদ্য গ্ৰহণ" বা "খাদ্য খুৱাই দিয়া"।<ref name="Lochfeld">{{cite book|url=https://books.google.com/books?id=5kl0DYIjUPgC&printsec=frontcover&sa=X&ei=tHOoVOXCO42CPYvpgJAM&redir_esc=y#v=onepage&q=Annaprashana&f=false |title=The Illustrated Encyclopedia of Hinduism: A-M |first=James G. |last=Lochfeld |publisher=The Rosen Publishing Group |year=2002 |isbn=9780823931798 |pages=43–44}}</ref> সাধাৰণতে শিশুয়ে ছয়মাহৰলৈকে কেৱল মাকৰ গাখীৰ খাবলৈ দিয়া হয়। ছয়মাহৰ পিছত শিশুক লাহে লাহে গোটা খাদ্য খুৱাওৱাৰ প্ৰয়োজন। গোটা খাদ্য খুৱাওৱাৰৰ আৰম্ভণিতে অন্নপ্ৰাসন অনুষ্ঠিত কৰা হয়। আধুনিক চিকিৎসা বিজ্ঞানৰ মতে অন্নপ্ৰাসন স্বাস্থ্যসন্মত। প্ৰাচীন ভাৰতীয় আন সংস্কাৰসমূহে ক্ৰমে গুৰুত্ব হেৰালেও অন্নপ্ৰাসন আধুনিক কালত এতিয়াও গুৰুত্বপূৰ্ণ হৈ আছে।<ref name="Lochfeld" />
 
==নামৰ উৎপত্তি==
22 নং শাৰী:
#ক্ষীৰ প্ৰাসন
==বৈজ্ঞানিক কাৰণ==
শিশুৰ ৬ মাহ বয়সলৈ একমাত্ৰ মাতৃদুগ্ধৰ ওপৰতে নিৰ্ভৰশীল। ৬ মাহ বয়সৰ পিচতে শিশুক সহজে হজম হ’ব পৰা তৰল আহাৰৰ প্ৰয়োজন হয়। বহুতে লুঠুৰি বা ভিটামিন আৰু প্ৰটিন যুক্ত কৃত্ৰিম আহাৰ খুউৱা দেখা যায়। অৱশ্যে এনে বয়সত শিশুটিয়ে হাত ভৰিৰে খেলিব পৰা হোৱা বাবে অতিৰিক্ত পোষক আহাৰৰ প্ৰয়োজন হয়। এনে শিশুক ৰসাল ফল, গোটা বা ফলা মুগ ভিজোৱা পানী, শাক পাচলী সিজোৱা পানী, পনীয়াকৈ নাৰিকলৰ গাখীৰ আদি খুৱাব লাগে। মাকৰ গাখীৰ খোৱাৰ উপৰি ক্ৰম অনুসৰি খুউৱা এনেবোৰ সুষম আহাৰে শিশুটিৰ পুষ্টিসাধন কৰে। অন্নপ্ৰাসন পিছত এবছৰ নোহোৱালৈ নাইবা ভালদৰে দাঁত নগজালৈ সহজে হজম হ’ব পৰা শিশুৰ ৰুচীসন্মতৰুচিসন্মত নৰম বা তৰল আহাৰ, পাচলি মিহলোৱা খিচিৰি আদি খুউৱাটো ভাল।
আজি কালি সচেতন মাক-বাপেকে শিশুৰ খাদ্যৰ বাবে শিশু বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰে।