পিয়লি ফুকন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{about|ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী শ্বহীদ|একে নামৰ অসমীয়া চলচ্চিত্ৰখন|পিয়লী ফুকন (চলচ্চিত্ৰ)|১৮৫৮ চনত মৃত্যুবৰণ কৰা আন এগৰাকী স্বাধীনতা যুঁজৰ শ্বহীদ|পিয়লি বৰুৱা}}
{{not to be confused with|পিয়লি বৰুৱা}}
[[File:A sculpture of some martyres from Assam.JPG|thumb|250px|গুৱাহাটীৰ ভৰলুমুখত অসমৰ আন শ্বহীদসকলৰ সৈতে পিয়লি ফুকন (বাওঁফালৰ পৰা সপ্তমজন)-ৰ আবক্ষ মূর্তি]]
'''পিয়লি ফুকন''' অসমৰ এজন স্বাধীনতা সংগ্ৰামী। [[জীউৰাম দুলীয়া বৰুৱা]]ৰ লগতে তেওঁক অসম বা [[ভাৰতৰ স্বাধীনতা সংগ্ৰাম]]ৰ প্ৰথম শ্বহীদ হিচাপে গণ্য কৰা হয়। পিয়লি ফুকন [[বদন বৰফুকন]]ৰ মাজু পুতেক আছিল৷ সৰুতে তেওঁ [[হাতী]]ৰ পৰা পাৰি ভৰি এটা ভাগিছিল, ঘূণীয়া হোৱাত মানুহে ''চাকোলা পিয়লি'' বুলিও নাম দিছিল।<ref name="জনমভূমি">{{cite web | url=https://janambhumi.in/VFdwck0wNVVUVDA9/%E0%A6%AE%E0%A6%A3%E0%A6%BF%E0%A7%B0%E0%A6%BE%E0%A6%AE-%E0%A6%AC%E0%A6%A8%E0%A6%BE%E0%A6%AE-%E0%A6%97%E0%A6%AE%E0%A6%A7%E0%A7%B0-%E0%A6%95%E0%A7%8B%E0%A6%81%E0%A7%B1%E0%A7%B0-%E0%A6%AA%E0%A6%BF%E0%A7%9F%E0%A6%B2%E0%A6%BF.html | title=মণিৰাম বনাম গমধৰ কোঁৱৰ-পিয়লি | publisher=জনমভূমি | date=25 March 2019 | accessdate=13 September 2019 | author=চেতিয়া, গগন}}</ref> ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহৰ অভিযোগত তেওঁক ১৮৩০ চনত [[শিৱসাগৰ]]ত ফাঁচী দিয়া হৈছিল।