ইণ্টাৰনেট মুভি ডাটাবেছ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
16 নং শাৰী:
}}
 
'''ইণ্টাৰনেট মুভি ডাটাবেছ''' ({{Lang-en|Internet Movie Database}}; সংক্ষেপে IMDb) এটি অনলাইন ডাটাবেছ বা তথ্যভঁৰাল য’ত [[চলচ্চিত্ৰ]], অভিনেতা-অভিনেত্ৰী, টেলিভিজন অনুষ্ঠান, কলাকুশলী, কাল্পনিক চৰিত্ৰ আৰু ভিডিঅ’ গেমৰ বিষয়ে তথ্য সংৰক্ষিত কৰি ৰখা হয়। বৰ্তমানে [[ইংৰাজী ভাষা|ইংৰাজী]], পৰ্তুগীজ, জাৰ্মান, ইটালীয়, স্পেনীছ, আৰু ফৰাছীফৰাচী ভাষাত উপলব্ধ এই [[ৱেবছাইট]]টো ১৯৯০ চনৰ ১৭ অক্টোবৰত আৰম্ভ কৰা হয়। ১৯৯৮ চনত এমাজন ডট কম কোম্পানীয়ে ইয়াক কিনি লয়।<ref>{{cite web|url=http://www.prnewswire.co.uk/cgi/news/release?id=37602|title=News Release|publisher=PR Newswire Europe Ltd.|accessdate=2007-01-15}}</ref>
 
== তথ্যসূত্ৰ ==