ইমেইল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
2 নং শাৰী:
[[File:(at).svg|thumb|150px|ইমেইল ঠিকনাত ব্যৱহাৰ কৰা "এট চিহ্ন"<ref>{{cite web|url=https://tools.ietf.org/html/rfc5321#section-2.3.11|title=RFC 5321 – Simple Mail Transfer Protocol|accessdate=19 January 2015|work=Network Working Group }}</ref>]]
 
'''ইলেক্‌ট্ৰনিক মেইল''', চমুকৈ '''ইমেইল''' বা '''ই-মেইল''' (প্ৰায় ১৯৯৩ চনৰ পৰা)<ref>{{cite book|url=https://books.google.com/ngrams/graph?content=electronic+mail%2Ce-mail&year_start=1980&year_end=1995&corpus=15&smoothing=0&share= |title=Google Ngram Viewer |publisher=Books.google.com |accessdate=2013-04-21}}</ref> এজন ব্যক্তিৰ পৰা আন এজন বা কেইবাজনলৈ ডিজিটেল বাৰ্তা প্ৰেৰণ কৰিব পৰা এক পদ্ধতি। [[ইণ্টাৰনেট]] বা আন [[কম্পিউটাৰ নেটৱৰ্ক]]ৰ জৰিয়তে ইমেইলে কাম কৰে। ইমেইলৰ প্ৰথম ব্যৱহাৰ ১৯৬০ৰ দশকত সীমিতৰূপত আৰম্ভ হয়। সেইসময়ত ব্যৱহাৰকাৰীয়ে কেৱল একে কম্পিউটাৰ ব্যৱহাৰ কৰা লোকলৈহে ইমেইল প্ৰেৰণ কৰিব পাৰিছিল। আনকি কিছু ইমেইল চিষ্টেমত প্ৰেৰক আৰু প্ৰাপক দুয়োজনে একে সময়তে অনলাইন থাকিলেহে ইমেইল প্ৰেৰণ কৰিব পৰা হৈছিল। [[ৰেই টম্‌লিনছন]]ক ইমেইলৰ উদ্ভাৱক ৰূপে কৃত্বিত্ব দিয়া হয়। তেওঁ ১৯৭১ চনত বেলেগ বেলেগ কম্পিউটাৰ ব্যৱহাৰ কৰা লোকৰ মাজত ইমেইল আদান-প্ৰদান কৰিব পৰা আৰপানেট (ARPANET) নামৰ পদ্ধতিটোৰ উদ্ভাৱন কৰিছিল৷কৰিছিল। তেখেতেই ব্যৱহাৰকাৰীৰ নাম আৰু মেছিনৰ নামৰ মাজত "@" চিনটো ব্যৱহাৰ কৰিছিল।১৯৭০কৰিছিল। ১৯৭০ দশকৰ মাজভাগলৈ এই পদ্ধতিটোৰে বিকাশ হৈ বৰ্তমানৰ ইমেইলৰ ৰূপ পায়।
 
==তথ্যউৎস==
14 নং শাৰী:
* Kevin Johnson, ''Internet Email Protocols: A Developer's Guide'', Addison-Wesley Professional, ISBN 0-201-43288-9.
* Pete Loshin, ''Essential Email Standards: RFCs and Protocols Made Practical'', John Wiley & Sons, ISBN 0-471-34597-0.
* {{Cite journal|last=Partridge|first=Craig|title=The Technical Development of Internet Email|journal=IEEE Annals of the History of Computing|volume=30|issue=2|publisher=IEEE Computer Society|location=Berlin|date=April–June 2008|url=http://www.ir.bbn.com/~craig/email.pdf|format=PDF|issn=1934-1547|ref=harv|postscript={{inconsistent citations}} | doi = 10.1109/mahc.2008.32|pages=3–29}}
* Sara Radicati, ''Electronic Mail: An Introduction to the X.400 Message Handling Standards'', Mcgraw-Hill, ISBN 0-07-051104-7.
* John Rhoton, ''Programmer's Guide to Internet Mail: SMTP, POP, IMAP, and LDAP'', Elsevier, ISBN 1-55558-212-5.
"https://as.wikipedia.org/wiki/ইমেইল"ৰ পৰা অনা হৈছে