ইষ্টানবুল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

17 বাইট বিলোপ কৰা হ’ল ,  2 বছৰৰ পূৰ্বে
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
(র -> ৰ)
([বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল)
 
| established_date1 = ১৪৫৩
| established_title2 =[[তুৰ্কী]] প্ৰতিষ্ঠাৰ পিছত
| established_date2 = ১৯২৩ চনত কন্সটান্টিনোপলককন্সটাণ্টিনোপলক ইষ্টানবুল নামকৰন কৰা হয়
| timezone = ইইটি
| utc_offset = +২
| population_total = 12,782,960
| population_as_of = ২০০৯
| population_footnotes = <ref name="istanbul1">{{cite web|url=http://report.tuik.gov.tr/reports/rwservlet?adnksdb2=&report=turkiye_il_koy_sehir.RDF&p_il1=34&p_kod=2&p_yil=2009&p_dil=1&desformat=html&ENVID=nufus2000db2Env|title=Province Population|accessdate=11 February 2010}}</ref>
| population_province = 12,915,158
| population_metro =
}}
[[চিত্ৰ:Panoramic view of Constantinople-1876-6a23331r.jpg|thumb|350px|১৮৭৬ চনৰ ইষ্টানবুল]]
'''ইষ্টানবুল''' (তুৰ্কী ভাষা: İstanbul ''ইষ্টান্‌বুল্‌'') [[তুৰস্ক]]ৰ অন্যতম প্ৰধান নগৰ। ইয়াৰ পুৰণি নাম ''কন্সটান্টিনোপলকন্সটাণ্টিনোপল''। ইয়াৰোপৰি ই ''বাইজান্টিয়ামবাইজাণ্টিয়াম'' নামেও পৰিচিত আছিল। ই পূৰ্বে উচমানীয় সাম্ৰাজ্যৰ ৰাজধানী আছিল। ১৪৫৩ চনত ই তৎকালীন উচমানীয় সাম্ৰাজ্যৰ ৰাজধানী হিচাপে ঘোষিত কৰা হয়। ইষ্টানবুল তুৰ্কীৰ সংস্কৃতি আৰু অৰ্থনীতিৰ কেন্দ্ৰস্থল। ১৯২৩ চন পৰ্যন্ত ই তুৰ্কীৰ ৰাজধানী আছিল ।আছিল। ইষ্টানবুল তুৰ্কীৰ বৃহত্তম নগৰ যাৰ জনসংখ্যা ১২.৮ মিলিয়ন। ইয়াৰ আয়তন ৫.৩৪৩ বৰ্গ কিলোমিটাৰ (২,০৬৩বৰ্গ মাইল)। ইষ্টানবুল এক আন্তৰ্মহাদেশীয় নগৰ। নগৰ খনৰ এক তৃতীয়াংশ জনসংখ্যা [[এছিয়া]]ত বসৱাস কৰিলেও ই [[ইউৰোপ]]ৰ বাণিজ্যিক আৰু ঐতিহাসিক কেন্দ্ৰ।
[[File:Rome-Capitole-StatueConstantin.jpg|left|thumb|upright|[[Constantine I]]]]
= জনসংখ্যা =
ইষ্টানবুলৰ জনসংখ্যা ১৯৮০ৰ পৰা ২০০৫লৈ এই ২৫ বছৰৰ ভিতৰত তিনি গুণে বৃদ্ধি হৈছেহৈছে। । অনুমানিকঅনুমাণিক ৭০%তকৈ বেছি ইষ্টানবুলৰ নাগৰিক ইউৰোপত আৰু বাকী ৩০ শতাংশ এছিয়াত বাসৱাস কৰে।
 
{| Class = "wikitable"
| ১৯১৪ || ৯০৯,৯৭৮||
|-
| অক্টোবৰ ১৯২৭||৬৮০,৮৫৭||
|-
| অক্টোবৰ ১৯৩৫|| ৭৪১,১৪৮ ||
|-
| অক্টোবৰ ১৯৪০|| ৭৯৩,৯৪৯ ||
|-
| অক্টোবৰ ১৯৪৫|| ৮৬০,৫৫৮ ||
|}
[[चित्र:Aya_sofya.jpg|thumb|left| জামিয়া হাগিয়া চফিয়া সংগ্ৰাহালয়]]
= শিক্ষা =
তুৰ্কীৰ উচ্চ শিক্ষাৰ কিছু প্ৰতিষ্ঠান ইষ্টানবুলত অৱস্থিত ।অৱস্থিত। সাধাৰণতে চৰকাৰী বিশ্ববিদ্যালয়বোৰ প্ৰসিদ্ধ যদিও কিছু বছৰৰ পৰা ব্যক্তিগত বিশ্ববিদ্যালয়ৰ সংখ্যা বাঢ়িছে ।বাঢ়িছে। বিখ্যাত চৰকাৰী বিশ্ববিদ্যালয়ৰ ভিতৰত ইষ্টানবুল প্ৰযুক্তিবিদ্যা জামিয়া, বাচতুৰছ জামিয়া, ৰুটিহ চৰায় জামিয়া , ইষ্টানবুল জামিয়া, মাৰ্মৰহ জামিয়া , ইলদীজ প্ৰযুক্তিবিদ্যা জামিয়া আৰু নিৰ্মাতা স্নান কলা জামিয়া অন্যতমঅন্যতম।
 
[[चित्र:Istanbul2010.jpg|thumb|600px|center| ব্ৰীজ ৰুটিহৰ পৰা এক আকৰ্ষণীয় দৃশ্য ]]
3,780

টা সম্পাদনা