উদ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
29 নং শাৰী:
}}
 
'''উদ''' ({{ lang-en|otter}}) এবিধ উভচৰ প্ৰাণী৷প্ৰাণী। উদ সাধাৰণতে নৈ,জান-জুৰি,হ্ৰদ,দ-পথাৰ,পুখুৰী আদিত থাকে৷থাকে। পানীৰ কাষত থকা শিলৰ ফাঁক,গছৰ শিপাৰ ফাঁক বা জোপোহাৰ মাজতো সোমাই থাকে৷থাকে। ইহঁতে পানীত সাঁতুৰি-নাদুৰি ঘুৰিঘূৰি ফুৰে যদিও মাটিতো সমানেই ঘূৰি-ফুৰা দেখা যায় বাবেই উদক উভচৰ প্ৰাণী বলি কোৱা হয়৷হয়। মাটি আৰু পানী দুয়ো স্থানতে সমানে ঘূৰিব পৰাকৈ ইহঁতৰ শৰীৰ গঠিত৷গঠিত। উদৰ দৰে মাটিত থকা প্ৰাণীৰ ভিতৰত অন্য কোনো জন্তু পানীত ইমান শক্তিশালী নহয়৷নহয়। উদৰ প্ৰধান খাদ্য মাছ৷মাছ। উদ মাছ ধৰাত পাকৈত৷পাকৈত। মাছমৰীয়াই মাছ মাৰিবলৈ ভেটা দিয়া সময়ত নাথাকিলে উদে সকলো মাছ খাই পেলাব পাৰে৷পাৰে। সেয়েহে আমাৰ মাজত এষাৰ প্ৰবচন আছে যে – “উদক ভেটা ৰখীয়া পতা”৷পতা”। উদ অষ্ট্ৰেলিয়াৰ বাহিৰে পৃথিৱীৰ সকলো ঠাইতেই পোৱা যায়৷যায়। অসমতো ইয়াৰ বহু প্ৰজাতি আছে৷আছে। উদ সাধাৰণতে মানুহৰ চকুত ধৰা নপৰে৷নপৰে।<ref name="গ্ৰন্থ ১" <ref>{{cite journal | title= উদ মাছমৰীয়াৰ প্ৰিয় বন্ধু | author= জিতু কলিতা | journal= প্ৰান্তিক | year= ২০১২ | month= ১৬ - ২৯ ফেব্ৰুৱাৰি | volume= ৩১শ বছৰ | issue= ৬ষ্ঠ সংখ্যা | pages=২৪ - ২৫ }} </ref>
 
==উদৰ প্ৰজাতিসমূহ==
উদৰ মুঠতে তেৰটা বিভিন্ন প্ৰজাতি পোৱা যায়৷যায়। এইবোৰ হ'ল-
<div class="thumb tright" style="border: 1px solid #CCCCCC; margin:0.5em;">
{|border="0" cellpadding="2" cellspacing="0"
39 নং শাৰী:
| 1={{clade
| 1=[[Giant otter]] (''Pteronura brasiliensis'')
| 2={{clade
| 1={{clade
| 1=[[North American river otter]] (''Lontra canadensis'')
| 2={{clade
| 1={{clade
| 1=[[Marine otter]] (''Lontra felina'')
| 2=[[Southern river otter]] (''Lontra provocax'')
}}
}}
| 2=[[Neotropical river otter]] (''Lontra longicaudis'')
}} }}
| 2={{clade
| 1=[[Sea otter]] (''Enhydra lutris'')
| 2=[[Spotted-necked otter]] (''Hydrictis maculicollis'')
| 3={{clade
| 1={{clade
| 1=[[European otter]] (''Lutra lutra'')
| 2=[[Hairy-nosed otter]] (''Lutra sumatrana'')
| 3=[[Japanese otter]] (''Lutra nippon'')
}}
}}
| 2={{clade
| 1={{clade
| 1=[[African clawless otter]] (''Aonyx capensis'')
}}
}}
| 2={{clade
| 1=[[Oriental small-clawed otter]] (''Aonyx cinerea'')
| 2=[[Smooth-coated otter]] (''Lutrogale perspicillata'')
}} }} }} }} }} }} }}
|}
73 নং শাৰী:
*[[Hairy-nosed otter]] (''Lutra sumatrana'')
*[[Japanese otter]] (''Lutra nippon'')
গোত্ৰ ''[[Hydrictis]]''
*[[Spotted-necked otter]] (''Hydrictis maculicollis'')
গোত্ৰ ''[[Lutrogale]]''
*[[Smooth-coated otter]] (''Lutrogale perspicillata'')
গোত্ৰ ''[[Lontra]]''
*[[North American river otter]] (''Lontra canadensis'')
*[[Southern river otter]] (''Lontra provocax'')
84 নং শাৰী:
গোত্ৰ ''[[Pteronura]]''
*[[Giant otter]] (''Pteronura brasiliensis'')
গোত্ৰ ''[[Aonyx]]''
*[[African clawless otter]] (''Aonyx capensis'')
*[[Oriental small-clawed otter]] (''Aonyx cinerea'')
গোত্ৰ ''[[Sea otter|Enhydra]]''
*[[Sea otter]] (''Enhydra lutris'')
গোত্ৰ †''[[Megalenhydris]]'' <br/>
গোত্ৰ †''[[Sardolutra]]'' <br/>
গোত্ৰ †''[[Algarolutra]]'' <br/>
গোত্ৰ †''[[Cyrnaonyx]]''
 
*সাধাৰণ উদ (Common Otter)
-বৈজ্ঞানিক নাম Lutra lutra ৷lutra। সাধাৰণ উদৰ ৰং বগা মটিয়া বৰণৰ৷বৰণৰ। উদৰ গাটো খহটা৷খহটা। নেজৰ আগ অংশ খীণ যদিও গুৰি অংশ যথেষ্ট শকত আকাৰৰ হয়৷হয়। এই নেজডালৰ গুৰি অংশত এজোৰ গোন্ধযুক্ত গ্ৰন্থি থাকে৷থাকে। কাণ দুখন সৰু আৰু নোমেৰে ঢাক খাই থাকে৷থাকে। আগৰ ঠেং দুখন সৰু আৰু পিছৰ ঠেং দুখন পতাযুক্ত৷পতাযুক্ত। মূৰটো চেপেটা৷চেপেটা। গাটোত দুই ধৰণৰ নোম থাকে৷থাকে। এভাগ দীঘল আৰু এভাগ চুটি চুটিকৈ গাৰ ছালৰ লগত মিলি থাকে৷থাকে। নাকৰ ফুটাকেইটাৰ ওপৰত পথালিকৈ কিছুমান নোম থাকে৷থাকে। এনে ধৰণৰ নোম থকাৰ বাবে পানীৰ ওপৰলৈ আহিলে তিতি থকা যেন নালাগে৷নালাগে। এই নোমৰ দ্বাৰা শীত নিবাৰণৰ সহায়ক হয়৷হয়। ইহঁত ২-৪ ফুট পৰ্যন্ত দীঘল হয়৷হয়।
*সমভূমিৰ উদ (Smooth Indian Otter)
-বৈজ্ঞানিক নাম Lutra perspicillata ৷perspicillata। এইবিধ উদৰ গাৰ ৰং ক’লা,ডাঠ মুগা হালধীয়া৷হালধীয়া। নাকৰ ওপৰত থকা নোম পোন৷পোন। দীঘল দুই-আঢ়ৈ ফুট৷ফুট। নেজ ১৬-১৮ ইঞ্চি দীঘল৷দীঘল। ওজন ৭-১০ কিল’গ্ৰাম পৰ্যন্ত৷পৰ্যন্ত। এইবিধ উদ হিমালয়ৰপৰা দক্ষিণ ভাৰতলৈকে সকলো স্থানতে পোৱা যায়৷যায়। [[ম্যানমাৰ]],ইন্দোচীন,মালয়তো পোৱা যায়৷যায়। উৰিষ্যাত মাছমৰীয়াবিলাকে এইবিধ উদক মাছ ধৰিবলৈ প্ৰশিক্ষণ দিয়ে৷দিয়ে। এই অঞ্চলসমূহত উদক পোহনীয়া কৰি সাগৰত মেলি দিয়ে৷দিয়ে। সিঁহতেসিহঁতে যিমান পাৰে মাছ ধৰি গৰাকীক দিয়ে আৰু গৰাকীয়ে খাদ্যৰ বাবে সিঁহতকসিহঁতক প্ৰয়োজনীয়প্ৰয়োজনীয়খিনি খিনি দিয়ে৷দিয়ে। বাকী মাছবোৰ গৰাকীয়ে বেপাৰ কৰে৷কৰে। এনেকৈ আধা উদে আৰু আধা গৰাকীয়ে লয়৷লয়। সেয়ে এই অঞ্চলসমূহত উদ মাছমৰীয়াৰ প্ৰিয় বন্ধু৷বন্ধু।
*সৰুনখীয়া উদ (Clawless Otter)
-বৈজ্ঞানিক নাম Aonyx nirnal ৷nirnal। এইবিধ উদৰ প্ৰধান খাদ্য মাছ হ’লেও, ই মাছতকৈ কেঁকোৰা,শামুক আদিহে বেছিকৈ খায়৷খায়। বাকী দুবিধৰ তুলনাত ইহঁতৰ আকাৰ ডেৰ ফুটমান হ’ব৷হ’ব। পঞ্জাব,অসম আদি ঠাইত এইবিধ উদ পোৱা যায়৷যায়। ইহঁতৰ নখবোৰ চুটি যদিও পোৱালি অৱস্থাত অলপ দেখা যায় আৰু ডাঙৰ হৈ অহাৰ লগে লগে এই নখবোৰ চকুত নপৰা হয়৷হয়। সেইকাৰণে ইহঁতক সৰুনখীয়া উদ বুলি কয়৷কয়।<ref name="গ্ৰন্থ ১" />
 
==উদৰ বাসস্থান==
উদ সাধাৰণতে মাটিত গাঁত কৰি থাকে৷থাকে। এই গাঁতৰ এটা বৈশিষ্ট্য আছে৷আছে। গাঁতটোৰ এফালে পানীলৈ যাব পৰাকৈ আৰু আনফালে মাটিলৈ যাব পৰাকৈ ফুটা থাকে৷থাকে। উদে একে ঠাইতে বহু বছৰ বসবাস কৰে যদিও খাদ্যৰ অভাৱ হ’লে স্থান পৰিবৰ্তনো কৰা দেখা যায়৷যায়। উদৰ প্ৰাধান খাদ্য মাছ৷মাছ। মাছ বিচাৰি একে ৰাতিতে প্ৰায় ১০-১৬ মাইল পৰ্যন্ত যাব পাৰে৷পাৰে। ঘৰৰ কাষত পথাৰ বা জান-জুৰি থাকিলে ইহঁতক সহজে চাব পাৰি৷পাৰি। উদৰ বসতিস্থান বিচাৰি উলিয়াবলৈ সহজ৷সহজ। বিশেষকৈ উদে প্ৰায়ে একে ঠাইতে মলত্যাগ কৰে৷কৰে। এই মলবোৰ গাঁতৰ ওচৰত দ’ম হৈ থকাৰ লগতে মুখৰপৰা উলিয়াই পেলোৱা মাছৰ কাঁইট,বাকলি আদি থাকে৷থাকে।
[[Image:LutraCanadensis fullres.jpg|thumb|200px|North American river otters]]
==জীৱন –চক্ৰ ==
উদ স্তন্যপায়ী জন্তু৷জন্তু। উদে বসম্ত আৰু গ্ৰীষ্ম কালত বেছিকৈ যোৰবেছিকৈযোৰ পাতে যদিও অন্য সময়তো কম-বেচি পৰিমাণে যোৰপৰিমাণেযোৰ নপতা নহয়৷নহয়। ইহঁতে পানীৰ তলত যোৰতলতযোৰ পাতে আৰু ২-৪টা পৰ্যন্ত পোৱালি দিয়ে৷দিয়ে। জন্মৰ সময়ত পোৱালিবোৰৰ দাঁত নগজে আৰু চকু মেল নাখায়৷নাখায়। এমাহমানৰ পাছতে চকু দুটা মেল খায়৷খায়। ইহঁতৰ গাঁতটোত পোৱালিৰ বাবে শুকান ঘাঁহ-বন আদি পাৰি কোমল কৰি দিয়ে৷দিয়ে। এনেকৈ পোৱালিবোৰ ডাঙৰ হোৱালৈকে মাকেই লালন-পালন কৰাৰ লগতে মাটি-পানী দুয়োটাতে প্ৰশিক্ষণো দিয়ে৷দিয়ে। তিনিমাহ মানৰপৰা পোৱালিবোৰ পানীত ভালকৈ সাঁতুৰিব পাৰে৷পাৰে। প্ৰথম অৱস্থাত মাকে পোৱালিবোৰক পানীলৈ ঠেলি দিয়াৰ লগতে এটা মাছ মাকজনীয়ে মুখত লৈ দ ঠাইলৈ গুচি যায়৷যায়। মাকৰ মুখৰপৰা পোৱালিবোৰে মাছটো আনিবলৈ যাওঁতেই সাঁতোৰ শিকিব পৰা হয়৷হয়। এনেকৈ দুই-তিনি বছৰমানৰ পাছত পোৱালিবোৰ প্ৰাপ্তবয়স্ক হয় আৰু যোৰআৰুযোৰ পাতে৷পাতে।<ref name="গ্ৰন্থ ১" />
[[Image:giantotter.jpg|thumb|right|200px|Giant otter]]
==খাদ্য==
উদৰ প্ৰধান খাদ্য মাছ৷মাছ। কেতিয়াবা পানীত চৰি থকা হাঁহ জাতীয় চৰাইবোৰ পানীৰ তলে তলে গৈ ঠেংখনত ধৰি লৈ গৈ খায়৷খায়। মাছৰ অভাৱ হ’লে কেঁকোৰা,ভেকুলী আদি খোৱাৰ লগতে কিছুমান গছৰ পাতো খোৱা তথ্য পোৱা যায়৷যায়।
 
==চিকাৰৰ কৌশল==
উদে সাধাৰণতে ৰাতিহে মাছ মাৰিবলৈ ওলায়৷ওলায়। কেতিয়াবা দিনৰ ভাগতো নমৰা নহয়৷নহয়। মাছ মাৰি গৈ থাকোঁতে খায়ো গৈ থাকে৷থাকে। কেতিয়াবা ডাঙৰ মাছ ধৰিলে পাৰলৈ আনিহে খায়৷খায়। উদৰ দাঁতবোৰ জোঙা আৰু মজবুত৷মজবুত। গুৰি দাঁত মাছৰ মূৰ-খোলা আদি গুৰি কৰিবৰ বাবে সুবিধা হয়৷হয়। ইহঁতৰ নাসাৰন্ধ্ৰত ভালভ থকাৰ বাবে পানী নোসোমায়৷নোসোমায়। উদ পানীত বিভিন্ন ভংগিমাত সাঁতুৰিব পাৰে৷পাৰে। গাটো লাহী কৰি অঁকাই-পকাই সাতুৰি যাব পৰা কৌশল জানে৷জানে। সাঁতুৰি যাওঁতে মুখখন কোঁচ খাই যায়৷যায়। পিছ ঠেং দুখনত পতা থকা বাবে সাঁতুৰিবলৈ সহায় হয়৷হয়। সাঁতুৰি যোৱাৰ সময়ত আগঠেং আৰু নেজেৰেও সহায় কৰে৷কৰে। কেতিয়াবা বহুত সময় পানীৰ তলতে থাকিবও পাৰে৷পাৰে।<ref name="গ্ৰন্থ ১" />
 
==স্থিতি তথা সংৰক্ষণ==
এই প্ৰাণীবিধ জীয়াই থাকিবলৈ বিভিন্ন বাধাৰ সন্মুখীন হব লগা হৈছে৷হৈছে। নৈ,জান,জুৰিৰ কাষত আৰু দ পথাৰ আদি পুতি মানুহৰ বসতিস্থান কৰা বাবে ইহঁত সাধাৰণতে আমাৰ পৰিবেশৰপৰা আঁতৰি যাবলৈ বাধ্য হৈছে৷হৈছে। যাৰ বাবে ইহঁতৰ বংশ বৃদ্ধি কমিবলৈ ধৰিছে৷ধৰিছে।
==তথ্য সংগ্ৰহ==
{{Reflist}}
"https://as.wikipedia.org/wiki/উদ"ৰ পৰা অনা হৈছে