উভচৰ প্ৰাণী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
 
1 নং শাৰী:
[[চিত্ৰ:Australia green tree frog (Litoria caerulea) crop.jpg|right|thumb|250px|এবিধ গছত থকা ভেকুলী]]
[[চিত্ৰ:Salamandra salamandra CZ.JPG|right|thumb|200px|একটি সালামান্ডাৰসালামাণ্ডাৰ]]
[[চিত্ৰ:Caecilian.jpg|right|thumb|200px|এটা ছিছিলিয়ান]]
[[File:Paratype of Paedophryne amauensis (LSUMZ 95004).png|thumb|alt=World's smallest vertebrate|The world's smallest known vertebrate, ''[[Paedophryne amauensis]]'', sitting on a [[Dime (United States coin)|U.S. dime]], 17.9 mm, for scale]]
'''উভচৰ প্ৰাণী''' ({{lang-en|Amphibia}}) বোৰ বামত বাস কৰা প্ৰথম মেৰুদণ্ডী [[প্ৰাণী]] প্ৰায় ২৭৫-২২৫ নিযুত [[বছৰ]] আগতে '''কাৰ্বনিফেৰাছ''' যুগত এই [[প্ৰাণী]]বোৰৰ উদ্ভৱ হৈছিল৷হৈছিল। '''লিনিয়াছে''' পোনপ্ৰথমে এই [[প্ৰাণী]]বোৰক '''এম্ফিবিয়া''' বুলি নামাকৰণনামকৰণ কৰিছিল৷কৰিছিল।<ref name="গ্ৰন্থ ১" />
 
==উভচৰ প্ৰাণী==
 
[[পানী ভেকুলী]](Rana),[[চুক ভেকুলী]](Bufo),হাইলা(Hyla),এলাইটিছ(Alytes),এম্ফিউমা(Amphiuma),ট্ৰাইটন(Triton),এম্বিষ্ট'মা(Ambystoma) ইত্যাদি৷ইত্যাদি।
 
 
==বৈশিষ্ট্যসমূহ==
 
#এই [[প্ৰাণী]]বোৰে জীৱনৰ এছোৱা কাল [[পানী]]ত আৰু আনছোৱা বামত বাস কৰে৷কৰে।
#দেহৰ [[ছাল]]খন সেমেকা(moist),গ্ৰন্থিযুক্ত আৰু বাকলিহীন৷বাকলিহীন।
#দেহত যুগ্মফান নাথাকে৷নাথাকে। চলনক্ৰিয়াৰ বাবে বা সাঁতোৰাৰ বাবে দুযোৰ [[ভৰি]] থাকে (ছিছিলিয়ানৰ ক্ষেত্ৰত [[ভৰি]] নাথাকে,চাইৰেনিডিৰ ক্ষেত্ৰত পুচ্ছপদ নাথাকে)
#প্ৰত্যেক [[ভৰি]]ত ৫টাকৈ [[নখ]] থাকে৷থাকে। পশ্চপদ পতাযুক্ত৷পতাযুক্ত।
#এযোৰ [[চকু]] থাকে৷থাকে। [[চকু]],চকুপতাৰ দ্বাৰা ৰক্ষিত৷ৰক্ষিত।
#বহি:কফণপটহ(ear drum) থাকে আৰু ই মাৰিসদৃশ কলুমেলা(columella) ৰ দ্বাৰা অন্ত:কৰ্ণৰ লগত সংযুক্ত৷সংযুক্ত।
#[[মুখ]]ত সৰু সৰু [[দাঁত]] থাকে৷থাকে। কোনো কোনো ক্ষেত্ৰত [[জিভা]] বহি:সাৰী৷সাৰী।
#কংকাল অস্থিযুক্ত৷অস্থিযুক্ত। লাওখোলাত দুটা অক্সিপিটেল প্ৰবৰ্ধ থাকে৷থাকে।
#[[হৃদযন্ত্ৰ]] তিনিটা কোঠালিযুক্ত৷কোঠালিযুক্ত। তিনিযোৰ ধমনীয় ধনু থাকে৷থাকে। [[লোহিত ৰক্তকনিকাৰক্তকণিকা]]বোৰ [[কোষ]]কেন্দ্ৰযুক্ত৷কেন্দ্ৰযুক্ত।
#শ্বাসক্ৰিয়া ফুল,[[হাঁওফাঁও]] আৰু [[ছাল]]ৰ দ্বাৰা সম্পাদিত হয়৷হয়। স্বৰযন্ত্ৰ(vocal cord) থাকে৷থাকে।
#কৰোটি [[স্নায়ু]](cranial nerve) ৰ সংখ্যা দহযোৰ৷দহযোৰ।
#ডিম্বজ(oviparous) [[প্ৰাণী]] [[কণী]]ত পীতৰ পৰিমাণ মধ্যমীয়া বা অধিক৷অধিক। বৰ্ধন পৰোক্ষ৷পৰোক্ষ।<ref name="গ্ৰন্থ ১"> উচ্চতৰ মাধ্যমিক প্ৰাথমিক জীৱবিদ্যা" লেখক - কৰুনাকৰুণা কান্ত দাস আৰু ড°ড॰ অনুপ কুমাৰ চক্ৰবৰ্ত্তী ৷চক্ৰবৰ্ত্তী। প্ৰকাশক - শ্ৰী শান্তিৰঞ্জন দে,বীণা লাইব্ৰেৰী,কলেজ হোষ্টেল ৰোড,পানবজাৰ,গুৱাহাটী -৭৮৭০০১, অসম৷অসম। </ref>