উৎপাদক বিশ্লেষণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ২০১৭ উৎস সম্পাদনা
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
1 নং শাৰী:
{{Wikify}}
'''উৎপাদক'''(Factor), গণিতৰ জগতখনত এটা অখণ্ড সংখ্যা '''x'''-ক আন এটা অখণ্ড সংখ্যা '''y'''-ৰ উৎপাদক বুলি কোৱা হয় যদিহে '''x''' সংখ্যাটোৰে '''y'''-ক কোনো ভাগশেষ নথকাকৈ হৰণ কৰিব পাৰি বা, '''x'''-ৰ লগত আন কোনো এটা সংখ্যা পূৰণ কৰিলে '''y''' পোৱা যায়।
 
যেনেঃ ৮-ৰ এটা উৎপাদক হ'ল ৪, কাৰণ ৮-ক ৪-ৰে হৰণ কৰিলে ভাগফল ২ পোৱা যায় আৰু ভাগশেষ- ০(শূণ্যশূন্য)। বা ৪-ৰ লগত ২পূৰণ কৰিলে ৮-সংখ্যাটো পোৱা যায়। উদাহৰণ স্বৰূপে এটা সংখ্যা ৩৬ৰ উৎপাদক সমূহ হ'ল- ১, ২, ৩, ৪, ৬, ৯, ১২, ১৮ আৰু ৩৬। আমি তলত দিয়া ধৰণে উৎপাদক সমূহ নিৰ্ণয় কৰিব পাৰোঁ-
 
১×৩৬=৩৬
14 নং শাৰী:
৬×৬=৩৬
 
১(এক), প্ৰতিটো সংখ্যাৰে সাধাৰণ উৎপাদক। ইয়াৰোপৰি প্ৰতিটো সংখ্যা, নিজেই নিজৰ এটা উৎপাদক। এই উৎপাদকটো আন সকলোবোৰ উৎপাদকতকৈ ডাঙৰ। আন সকলোবোৰ সৰু উৎপাদকক বিশেষ সংখ্যাটোৰ প্ৰকৃত উৎপাদক বুলি কোৱা হয়। যেনেঃ ৬-ৰ প্ৰকৃত উৎপাদক সমূহ হ'ল- ১, ২, ৩, -১, -২, -৩, -৬।
 
[[শ্ৰেণী:গণিত]]