উপেন্দ্ৰনাথ গোস্বামী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
1 নং শাৰী:
{{ infobox writer
| name = উপেন্দ্ৰনাথ গোস্বামী
| image = Upendra Nath Guwashami.JPG
| imagesize = 250px
| alt =
| caption =
| pseudonym =
| birth_name =
| birth_date = ১৯২৩
| birth_place = নলবাৰী
| death_date = ২০০০
| death_place = নলবাৰী
| occupation = অধ্যাপক, ভাষাবিদ
| nationality = [[ভাৰত|ভাৰতীয়]]
| ethnicity =
| citizenship = ভাৰতীয়
| language = [[অসমীয়া ভাষা|অসমীয়া]]
| education = এম.এ, পি.এইচ.ডি
| alma_mater =
| period =
| genre = [[ভাষা, সংস্কৃতি ]]
| subject =
| movement =
| notableworks =
| spouse =
| partner =
| children =
| relatives =
| influences =
| influenced =
| signature =
| signature_alt =
| website =
}}
 
'''উপেন্দ্ৰনাথ গোস্বামী''' (১৯২৩-২০০০)
একাধাৰে ভাষাবিদ, গৱেষক, অধ্যাপক, অনুবাদক আৰু অভিধানপ্ৰণেতা৷অভিধানপ্ৰণেতা। তেওঁ কটন কলেজৰ অসমীয়া বিভাগৰ অধ্যাপক আছিল আৰু পাছলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক পদত নিযুক্ত হৈছিল৷হৈছিল। তেওঁৰ গৱেষণাৰ বিষয় আছিল- A Study of Kamrupi : A Dialect of Assamese. <ref>কথা বৰেণ্য, সম্পাদক-শোণিত বিজয় দাস আৰু মুনীন বায়ন, কথা প্ৰকাশন, প্ৰথম প্ৰকাশ, পৃষ্ঠা-৩১১</ref>
 
==জন্ম==
উপেন্দ্ৰনাথ গোস্বামীৰ জন্ম হয় ১৯২৩ চনৰ নবেম্বৰ মাহৰ ১৩ তাৰিখে নলবাৰী সত্ৰত।
 
==শিক্ষা==
44 নং শাৰী:
 
==কৰ্মজীৱন==
*১৯৫২ : ডিব্ৰুগড়ৰ ডি. এইছ, কে. কলেজত অসমীয়াৰ প্ৰবক্তা হিচাপে কৰ্মজীৱনৰ সূচনা।
*১৯৫৮ : A Study of Kamrupi : A Dialect of Assamese' শীৰ্ষক বিষয়ত গৱেষণা কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা সন্মানজনক ডক্টৰেট উপাধি লাভ। উক্ত বিশ্ববিদ্যালয়ৰপৰা ভাষা বিষয়ত ডক্টৰেট উপাধি পোৱা তেখেতেই প্ৰথমজন ব্যক্তি।
*১৯৬০ : কটন কলেজৰ অসমীয়া বিভাগত প্ৰবক্তা হিচাপে যোগদান।
*১৯৬৪ : কটনত প্ৰায় চাৰি বছৰ সফলতাৰে শিক্ষকতা কৰাৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত যোগদান। <ref>কথা বৰেণ্য, কথা প্ৰকাশন, প্ৰথম প্ৰকাশ, পৃষ্ঠা-১৫২</ref>
*১৯৮৭ : দীৰ্ঘদিন শিক্ষক জীৱন কটোৱাৰ পাছত অসমীয়া বিভাগৰ বিভাগীয় মুৰব্বী হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা অৱসৰ গ্ৰহণ।
 
==সন্মান==
83 নং শাৰী:
 
===অভিধান===
*মণিমাণিক শব্দকোষ, ১৯৯৮ <ref>কথা বৰেণ্য, কথা প্ৰকাশন, প্ৰথম প্ৰকাশ, পৃষ্ঠা-১৫২</ref>
 
==তথ্যসূত্ৰ==