এণ্টাৰ্কটিকা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
 
1 নং শাৰী:
{{Infobox Continent
|title = এণ্টাৰ্কটিকা
|title = এন্টাৰ্কটিকা
|image = [[চিত্ৰ:Antarctica (orthographic projection).svg|200px]]
|area = 14,000,000 km<sup>2</sup> <small>(মুঠ)</small><br />
10 নং শাৰী:
|dependencies =
{{Collapsible list
| title = 4
| Bouvet Island
| French Southern Territories
| Heard Island and McDonald Islands
| South Georgia and the South Sandwich Islands
}}
|time = নাই<br />
22 নং শাৰী:
 
[[চিত্ৰ:Antarctica 6400px from Blue Marble.jpg|thumb|left|]]
'''এন্টাৰ্কটিকাএণ্টাৰ্কটিকা''' [[পৃথিৱী]] এখন মহাদেশ। [[কুমেৰু]] অৰ্থাৎ দক্ষিণ মেৰুত এই মহাদেশৰ অৱস্থিত, আৰু এই মহাদেশক পৰিবেষ্টন কৰি আছে [[দক্ষিণ মহাসাগৰ]]। এন্টাৰ্কটিকাএণ্টাৰ্কটিকা পৃথিৱীৰ দক্ষিণতম মহাদেশ হোৱাৰ লগতেই আটাইতকৈ শীতলতম আৰু শুষ্কতম মহাদেশ। ইয়াৰ গড় উচ্চতা আৰু বায়ুপ্ৰবাহবেগও মহাদেশবোৰৰ ভিতৰত সৰ্বাধিক।<ref>{{cite web | title=National Geophysical Data Center | publisher=National Satellite, Data, and Information Service| url=http://www.ngdc.noaa.gov/mgg/image/2minrelief.html |accessdate=9 June 2006}}</ref>
 
এন্টাৰ্কটিকাএণ্টাৰ্কটিকা এক [[মৰুভূমি]] হিচাবে বিবেচনা কৰা হয়, কাৰণ ইয়াৰ বাৰ্ষিক বৃষ্টিপাত মাত্ৰ ২ ৰ পৰা ০ মিমি (৮ ইঞ্চি), ই কেবল উপকূলৰহে পৰিমাণ, ভিতৰৰ পৰিমাণ ইয়াতকৈও কম।<ref>{{cite web|author=C. Alan Joyce |url=http://www.worldalmanac.com/blog/2007/01/the_world_at_a_glance_surprisi.html |title=The World at a Glance: Surprising Facts |publisher=The World Almanac |date=2007-01-18 |accessdate=2009-02-07}}</ref> ইয়াত স্থায়ীভাবে মানুহ বাস নকৰে, মহাদেশখনৰ বিভিন্ন স্থানত থকা গবেষণা ষ্টেচনসমূহত ১,০০০ ৰ পৰা ৫,০০০ মানুহ বছৰৰ বিভিন্ন সময়ত অৱস্থান কৰে। প্ৰবল শীতৰ বাবে উদ্ভিদ আৰু প্ৰাণী ইয়াত জীয়াই থকা কঠিন, কেবল [[পেঙ্গুইন]], [[চিল]], [[নেমাটোড]], [[টাৰ্ডিগ্ৰেৰ]], [[মাইট]], বিভিন্ন প্ৰকাৰৰ [[শৈবাল]], অন্যান্য অনুবিক্ষণীয় জীৱ আৰু [[তুন্দ্ৰা]]ৰ উদ্ভিদসমূহে ইয়াৰ বাসিন্দা।
 
==তথ্যসূত্ৰ==