একতাৰ মূৰ্তি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
SlowPhoton (আলোচনা | বৰঙণি) removed Category:স্মৃতিসৌধ; added Category:কীৰ্তিস্তম্ভ আৰু স্মাৰক using HotCat |
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল |
||
1 নং শাৰী:
{{Infobox monument
|name = একতাৰ মূৰ্তি<br> ঐক্যৰ মূৰ্তি<br>ষ্টেচু অফ ইউনিটি
| image
| caption
| location
| designer
| type
| material
| length =
| ▲| height = {{Plainlist |
* মূৰ্তি: {{Convert|182|m|ft}}
* বেদীৰ সৈতে: {{Convert|240|m|ft}}<ref name=ibn/>}}
| begin
| complete
| open
| dedicated_to
| coordinates
| website
}}
'''একতাৰ মূৰ্তি''' বা '''ঐক্যৰ মূৰ্তি''' ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী তথা উপপ্ৰধানমন্ত্ৰী আৰু বিখ্যাত স্বাধীনতা সংগ্ৰামী চৰ্দাৰ [[বল্লভভাই পেটেল]]লৈ উছৰ্গিত স্মৃতিসৌধ। ১৮২ মিটাৰ উচ্চতাৰ এই মূৰ্তি বৰ্তমান পৃথিৱীৰ আটাইতকৈ ওখ মূৰ্তি। এই ভাস্কৰ্য [[গুজৰাট]] ৰাজ্যৰ নৰ্মদা জিলাত অৱস্থিত। [[নৰ্মদা নদী]]ৰ বুকুত অৱস্থিত এটি নদীদ্বীপৰ পৰা চৰ্দাৰ সৰোবৰ বান্ধলৈ মুখ কৰি কেৱদিয়া কলনীত এই মূৰ্তি অৱস্থিত।<ref>{{cite news |title=Gujarat: Statue of Unity expected to attract 10,000 tourists daily |url=https://timesofindia.indiatimes.com/city/vadodara/statue-of-unity-expected-to-attract-10000-tourists-daily/articleshow/66448638.cms |accessdate=10 November 2018 |work=The Times of India |date=31 October 2018}}</ref>
এই প্ৰকল্প [[নৰেন্দ্ৰ মোদী]] গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ
বল্লভভাই পেটেলে ভাৰতৰ স্বাধীনতাৰ পিছত বহুতো স্থানীয় ৰজা-মহাৰজাৰ ৰাজ্য মূল ভাৰতৰ লগত অন্তৰ্ভুক্ত কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছিল। সকলোকে একতাৰ দোলেৰে বান্ধি ভাৰতত
==ইতিহাস==
২০১০ চনৰ ৭ অক্টোবৰ তাৰিখে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ দহবছৰীয়া বৰ্ষৰ আৰম্ভণিৰ
চৰ্দাৰ বল্লভভাই পেটেলক ভাৰতৰ লৌহপুৰুষ বুলি কোৱা হয় সেয়ে মূৰ্তিৰ বাবে লাগতিয়াল লোৰ বাবে গোটেই দেশৰ কৃষক সকলক নিজৰ লোৰ সঁজুলি দান দিবলৈ আহ্বান জনোৱা হৈছিল।<ref name=iedate /><ref name="newindianexpress.com">{{cite web|url=http://newindianexpress.com/thesundaystandard/Pan-India-panel-for-Modis-unity-show-in-iron/2013/10/20/article1844830.ece|title=Pan-India panel for Modi's unity show in iron|work=The New Indian Express|access-date=15 November 2013|archive-url=https://web.archive.org/web/20131118092715/http://newindianexpress.com/thesundaystandard/Pan-India-panel-for-Modis-unity-show-in-iron/2013/10/20/article1844830.ece|archive-date=18 November 2013|dead-url=no|df=dmy-all}}</ref> এনেকৈ ২০১৬ চনলৈ ১৩৫ টন লো সংগ্ৰহ কৰা হ'ল আৰু তাৰে ১০৯ টন লো মূৰ্তিৰ বেদীত ব্যৱহাৰ কৰা হ'ল।<ref name="ironman2.0">{{Cite news|url=https://indianexpress.com/article/india/sardar-vallabhbhai-patel-statue-of-unity-worlds-tallest-statue-iron-man-5370011/|title=Iron Man 2.0|last=Raja|first=Aditi|date=2018-09-23|work=The Indian Express|access-date=2018-11-16|language=en-US}}</ref><ref>{{cite news|title=Large number of people run for unity|url=http://articles.timesofindia.indiatimes.com/2013-12-16/surat/45255010_1_surat-municipal-corporation-unity-diamond-city|publisher=ToI|accessdate=21 December 2013|archive-url=https://web.archive.org/web/20131224122558/http://articles.timesofindia.indiatimes.com/2013-12-16/surat/45255010_1_surat-municipal-corporation-unity-diamond-city|archive-date=24 December 2013|dead-url=no|df=dmy-all}}</ref>
|