ঔ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
1 নং শাৰী:
{{অসমীয়া বৰ্ণমালা}}
'''ঔ''' [[অসমীয়া লিপি]]ৰ [[স্বৰবৰ্ণ]]ৰ একাদশ [[আখৰ]]। যি ধ্বনি [[মুখ]]ৰ কোনো অংশতে বাধা নোপোৱাকৈ উচ্চাৰিত হয়, সেয়ে স্বৰধ্বনি।<ref>xobdo.org search result of স্বৰবৰ্ণ</ref> 'ঔ'ও এটি স্বৰধ্বনি, সেয়েহে 'ঔ' উচ্চাৰণ কৰোতেওকৰোঁতেও মুখৰ কোনো অংশৰে বাধা দিয়া নহয়। ঔ এটা দ্বিস্বৰ, ঔ=অ+উ।<ref>ডেকা আৰু ডেকাৰ 'ৰচনা প্ৰবাহ'ৰ অসমীয়া বৰ্ণমালা-- স্বৰবৰ্ণৰ মতে</ref> [[ব্ৰেইল্]]ত 'ঔ'-ক এনেদৰে {{Braille cell|246|type=image|size=15px}} লিখা যায়।<ref name="unesco3">[http://www.pharmabraille.com/LiteratureRetrieve.aspx?ID=122064 World Braille Usage], UNESCO, 2013</ref>
 
==ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে==
কোনো ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে 'ঔ'ৰ ৰূপ সলনি হয়, অৰ্থাৎ ইয়াক অন্য ৰূপত লিখা হয়। সেই ৰূপ 'ঔ'ৰ গৌণ প্ৰতীক। 'ঔ'ৰ এই ৰূপ হ'ল 'ৌ'।<ref>ডেকা আৰু ডেকাৰ 'ৰচনা প্ৰবাহ'ৰ পৃষ্ঠা ৫</ref> যেনে ক্+ঔ=ৌ আদি।
==ইউনিক’ড==
{|class="wikitable" style="text-align: center" width="70%"
! ৰূপ !! চিহ্ন !! [[ইউনিক’ড]] !! ক’ড নম্বৰ !! ইউনিক’ডত বিৱৰণ<ref>[http://www.unicode.org/charts/PDF/U0980.pdf বঙালী ইউনিক’ড তালিকা] (পি.ডি.এফ.)</ref>
|-
| স্বতন্ত্ৰ ৰূপ || '''ঔ''' || {{UniCar|0994|BENGALI LETTER AU}} || <code>U+0994</code> || BENGALI LETTER AU
20 নং শাৰী:
* ঔধস্য
* ঔন্নত্য
* ঔত্পত্তিক আদি।
 
==ঔ-কাৰ যুক্ত শব্দৰ উদাহৰণ==
28 নং শাৰী:
* লৌহ
* গৌণ
* মৌন আদি।
 
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/ঔ"ৰ পৰা অনা হৈছে