}}
'''কাটাৰ''' পশ্চিম [[এছিয়া]]ৰ এখন এখন সৰু [[দেশ]]। ইয়াৰ ৰাজধানী হ'ল [[ড'হা]]। কাটাৰৰ মাটিকালি হ'ল ১১,৪৩৭ বৰ্গ কিলোমিটাৰ৷কিলোমিটাৰ। ভাৰতৰ ৰাজধানী দিল্লীৰ পৰা কাটাৰৰ ৰাজধানী ড'হালৈ দূৰত্ব ২৫৭২ কিলোমিটাৰ৷কিলোমিটাৰ। অসমৰ গুৱাহাটীৰ পৰা কাটাৰলৈ দূৰত্ব হ'ল ৪০১৯ কিলোমিটাৰ৷কিলোমিটাৰ। ইয়াৰ বৰ্তমান জনসংখ্যা হ'ল ১৬ লাখ, তাৰে ১২ লাখ পুৰুষ আৰু ৪ লাখ মহিলা৷মহিলা। কিন্তু তাৰে প্ৰায় শতকৰা আশী ভাগেই হ'ল বহিৰাগত৷বহিৰাগত। আকৌ দেশখনৰ শতকৰা আশীজনে বাস কৰে ৰাজধানী চহৰ ড'হাত৷হাত। দেশখন ব্ৰিটিছৰ কবলৰ পৰা মুক্ত হয় ৩ চেপ্তেম্বৰ, ১৯৭১চনত৷১৯৭১চনত। কাটাৰৰ পশ্চিম প্ৰান্তৰ সমুদ্ৰ উপকুলীয় চহৰ দোহ্কানত ১৯৪০চনত পোন প্ৰথম বাৰৰ বাবে খাৰুৱা তেলৰ আবিস্কাৰআৱিষ্কাৰ হয়৷হয়। দেশৰ অৰ্থনীতি খাৰুৱা তেলেই টনকিয়াল কৰি ৰাখিছে৷ৰাখিছে।
== ইতিহাস ==
[[চিত্ৰ:Zubara Fort.jpg|left|thumb|যুবাৰা দুৰ্গ]]
দেশখনত পূৰ্ণ ৰাজতন্ত্ৰ (Absolute Monarchy) অব্যাহত আছে। ইয়াত আমীৰ হ'ল দেশখনৰ হৰ্তাকৰ্তা বিধাতা আৰু চৰকাৰৰ মুৰব্বীঁ৷মুৰব্বীঁ। আমীৰৰ দ্বাৰা মনোনীত ১৫ জন মন্ত্ৰী আছে৷আছে। ১৮ শতিকাৰ পৰা ১৯ শতিকাৰ কেই দশক মানলৈ কাটাৰত বাহৰাইনৰ শাসন চলিছিল৷চলিছিল। তাৰ পিছত কাটাৰ, [[বাহৰাইন]] আৰু [[সংযুক্ত আৰব আমিৰাত]] ব্ৰিটিছৰ অধীন হ'ল৷ল। ১৯৭১ চনৰ ৩ চেপ্তেম্বৰ তাৰিখে কাটাৰ ব্ৰিটিছৰ কবলৰ পৰা মুক্ত হ'ল আৰু ই এখন স্বাধীন দেশৰূপে আত্মপ্ৰকাশ কৰিলে৷কৰিলে। কাটাৰৰ শাসনভাৰ ১৮ ডিচেম্বৰ ১৮৭৮ চনৰ পৰা অল থানি ৰাজপৰিয়ালে বহন কৰি আহিছে৷আহিছে।
বৰ্তমানৰ শাসক হ'ল আমীৰ শ্বেখ হামাদ বিন খলিফা অল থানি৷থানি। তেওঁ ১৯৯৫ চনত এক ৰক্তহীন বিদ্ৰোহৰ যোগেদি নিজ পিতৃ আমীৰ খলিফাক ক্ষমতাচ্যুত কৰি শাসনৰ বাঘজৰী নিজৰ হাতত তুলি লয়৷লয়। এজন পুত্ৰ যুৱৰাজ শ্বেখ তামিম বিন হামাদ অল থানিক উত্তৰাধিকাৰী ঘোষিত কৰে৷কৰে। শ্বেখ হামাদ বিন জাচেন অল থানিক প্ৰধান মন্ত্ৰী পাতেপাতে। ৷
১৮ ডিচেম্বৰৰ দিনটোক বৰ্তমানৰ আমীৰৰ উদ্যমত ৰাষ্ট্ৰীয় দিৱস হিচাপে পালন কৰি আহিছে৷আহিছে। বিশেষকৈ ২০০৭চনৰ পৰা ৰাজধানী চহৰ ড'হাত জাকজমকতাৰে ৰাষ্ট্ৰীয় দিৱসপালিত হৈ আহিছে৷আহিছে।
বৰ্তমানৰ আমীৰে ২০০৩ চনত এখন সংবিধানৰ সৃষ্টি কৰিলে৷কৰিলে। মজলিচ অৰ্থাৎ সংসদৰ বাবে ৪৫জনীয়া উপদেষ্টা মণ্ডলী আৰম্ভ হ'ল৷ল। ইয়াৰে ৩০জন নিৰ্বাচিত আৰু ১৫জন হব আমীৰৰ মনোনীত৷মনোনীত। সাংসদৰ কাৰ্য্যকাল হৈছে ৪ বছৰীয়া৷বছৰীয়া। বৰ্তমানৰ আমীৰৰ কেইটিমান কৃতিত্ব হ'ল - [[চৌদি আৰব]] আৰু [[বাহৰেইন]]ৰ সৈতে থকা সীমা বিবাদ ২০০১ চনত নিষ্পত্তি কৰা৷কৰা। ১৯৯৬ত প্ৰেছ চেঞ্চৰশ্বিপ উঠাই লোৱা৷লোৱা। কাটাৰত বৰ্তমান ১২খন দৈনিক প্ৰকাশিত হয়, তাৰে ৮ খন৮খন আৰবী, ৪৪খন খন ইংৰাজী৷ইংৰাজী। ১৯৯৬ চনৰ শেষৰ ফালে ড'হাত অল-জজীৰা টিভি চেনেলৰ কাম আৰম্ভ হয়৷হয়। বৰ্তমান অল-জজীৰাৰ জনপ্ৰিয়তা বিশ্বত ঈৰ্ষনীয়৷ঈৰ্ষনীয়।
== ভূগোল ==
[[চিত্ৰ:Desert Qatar.JPG|thumb|left|কাটাৰৰ মৰুভূমি অঞ্চল]]
কাটাৰৰ ভৌগলিকভৌগোলিক অবস্থান ২৪° ৰ পৰা ২৭° উত্তৰ অক্ষাংশ আৰু ৫০° ৰ পৰা ৫২° পূব দ্ৰাঘিমাংশৰ মাজত।
চৌদি আৰবৰ উত্তৰ-পূৱ দিশত সংলগ্নহৈ আছে কাটাৰ দেশ৷দেশ। চৌদি আৰব আৰু কাটাৰৰ সেই সীমাৰ দৈৰ্ঘদৈৰ্ঘ্য হ'ল ৬০ কিলোমিটাৰ৷কিলোমিটাৰ। ইয়াৰ বাহিৰে কাটাৰক তিনিও ফালৰ পৰা সাগৰে আৱৰি ৰাখিছে৷ৰাখিছে। উত্তৰ আৰু পূবে পাৰস্য সাগৰ, পশ্চিমে বাহৰাইনৰ সমুদ্ৰ অঞ্চল৷অঞ্চল। সাগৰৰ ভিতৰলৈ এনেদৰে সোমাই থকা ভূমিখণ্ডক 'পেনিনচুলা' বুলি কয়৷কাটাৰীকয়। কাটাৰী পেনিনচুলাৰ আকাৰ হ'ল উত্তৰৰ পৰা দক্ষিণলৈ ১৬০ কিলোমিটাৰ৷কিলোমিটাৰ। পূবৰ পৰা পশ্চিমলৈ অঞ্চল ভেদে দূৰত্ব ৫৫ৰ পৰা ৯০ কিলোমিটাৰ৷কিলোমিটাৰ।
কাটাৰৰ ৰাজধানী দেশখনৰ পূবে প্ৰায় মাজ ভাগত সাগৰ তীৰত অৱস্থিত৷অৱস্থিত। কাটাৰৰ একেবাৰে উত্তৰৰ শেষ সীমাত থকা সৰু চহৰখন হ'ল মডিনাত অল শ্বামাল৷শ্বামাল। ড'হা, অল খোৰ আৰু অল ৱাক্ৰাহ - এই তিনিটা হ'ল সমুদ্ৰৰ বন্দৰ৷বন্দৰ। কাটাৰৰ একমাত্ৰ বিমানবন্দৰটো হ'ল ড'হা অন্তৰাষ্ট্ৰীয় বিমানবন্দৰ৷বিমানবন্দৰ। কাটাৰৰ পশ্চিমে অবস্থিত দোহ্কান হ'ল তেল নগৰী৷নগৰী। ৰাচ লাফান হ'ল উত্তৰৰ এখন ঔদ্যোগিক নগৰ৷নগৰ। অল ঘৰীয়া উত্তৰৰ আন এখন সৰু চহৰ - যত পৰ্যাটকে মনোৰঞ্জনৰ বাবে যায়৷যায়।
== অৰ্থতন্ত্ৰ ==
=== অৰ্থনীতি ===
কাটাৰৰ অৰ্থনীতিৰ আধাৰ হ'ল খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ৷গেছ। ইয়াৰে শতকৰা ৮৫ ভাগ ৰপ্তানিৰ দ্বাৰা ৰাজকোষ টনকিয়াল হয়৷হয়। ১৯৪০ চনত খাৰুৱা তেলৰ সন্ধান নোপোৱালৈকে কাটাৰৰ আৰ্থিক অৱস্থা শোচনীয় আছিল৷আছিল। আজি দেশখনৰ উন্নতিৰ মূলতেই হ'ল এই পনীয়া সোণ৷সোণ।
কাটাৰৰ মুদ্ৰা হ'ল - কাটাৰী ৰিয়াল৷ৰিয়াল। ১৯৭৩ চনৰ পৰা কাটাৰে নিজৰ মুদ্ৰা প্ৰচলন কৰিছে৷কৰিছে। প্ৰচলিত নোটবিলাক হ'ল ১, ৫, ১০, ৫০, ১০০ আৰু ৫০০ ৰিয়ালৰ। খুচুৰা মুদ্ৰা হ'ল - ৫,১০,২৫,৫০ ডিৰহাম আৰু ১ ৰিয়ালৰ৷ৰিয়ালৰ। সাধাৰণতে ২৫ আৰু ৫০ডিৰহামহে প্ৰচলিত৷প্ৰচলিত। ১০০ডিৰহামে ১ ৰিয়াল হয়৷হয়। ১ ৰিয়াল ভাৰতীয় ১৩.৫৭ টকাৰ সমকক্ষ৷সমকক্ষ। ১ আমেৰিকান ডলাৰ ৩.৬৪ ৰিয়ালৰ সমান৷সমান।
== জলবায়ু ==
নৱেম্বৰৰ পৰা এপ্ৰিললৈ বতৰ আৰামদায়ক বা সহ্যকৰ বুলিব পাৰি৷পাৰি। এই ৬মাহত তাপমান সৰ্বোচ্চ ২৫ ডিগ্ৰী চেন্টিগ্ৰেডচেণ্টিগ্ৰেড আৰু সৰ্বনিম্ন ৪ ডিগ্ৰী চেন্টিগ্ৰেডলৈচেণ্টিগ্ৰেডলৈ যায়। মে মাহৰ পৰা চেপ্তেম্বৰলৈকে গৰমৰ বতৰত তাপমান ৫০ডিগ্ৰী চেন্টিগ্ৰেডচেণ্টিগ্ৰেড পৰ্য্যন্তলৈ উঠে। কাটাৰত বৰষুণ অতি কম হয়৷হয়। কোনো কোনো বছৰত বাৰ্ষিক বৃষ্টি ১০০মিলিমিটাৰৰো কম হয়। কেতিয়াবা কাটাৰত ধূলিৰ ধুমুহাও আহে৷আহে। কাটাৰত পাহাৰ আৰু নদী নাই৷নাই। জলবায়ু শুষ্ক৷ইয়াৰশুষ্ক। ইয়াৰ মাটি অধিকাংশই অনুৰ্বৰ। তথাপিও দেশৰ সমুদ্ৰৰ কাষৰিয়া অঞ্চলত কিছু সংখ্যক গছ-গছনি আছে৷আছে। খেজুৰ, তাল, তেতেলি জাতীয় গছ-গছনিয়েই ঘাইকৈ হয়৷হয়।
{{Weather box
|metric first=Yes
== সংস্কৃতি ==
=== ধৰ্ম ===
কাটাৰৰ বাসিন্দাসকলে সপ্তম শতিকাৰ পৰা [[ইছলাম|ইছলাম ধৰ্মক]] মানি আহিছে৷আহিছে। শতকৰা ৯৯ জনেই হ'ল চুন্নী মুছলমান৷মুছলমান। ক্ষুদ্ৰ অংশতোহে চিয়া সম্প্ৰদায়ৰ৷সম্প্ৰদায়ৰ। কাটাৰত গাহৰি নিসিদ্ধ৷নিষিদ্ধ। হালাল কৰা মাংসহে কচাইখানাত বিক্ৰী হয়৷হয়। ঈদৰ সময়ত ৰাজহুৱা স্থানত দিনৰ ভাগত খোৱা-লোৱাত কিছু নিয়মানুবৰ্তিতা সকলো নাগৰিকে মানিবলগীয়া হয়৷হয়।
== শিক্ষা ==
[[চিত্ৰ:WCMCQ.jpg|thumb|[[আমেৰিকা যুক্তৰাষ্ট্ৰ|আমেৰিকাৰ]] কৰ্ণেল বিশ্ববিদ্যালয়ৰ কাটাৰস্থিত ৱেইলি চিকিৎসা মহাবিদ্যালয়]]
শিক্ষাৰ ক্ষেত্ৰত স্বাধীনোত্তৰ কালত উন্নতি ক্ষিপ্ৰতৰ হব ধৰিলে৷ধৰিলে। কাটাৰত প্ৰথম চৰকাৰী প্ৰাথমিক বিদ্যালয় স্থাপন হয় ১৯৫২ চনত৷চনত। ১৯৫৪ চনত আৰম্ভ হয় প্ৰাপ্ত বয়স্ক শিক্ষা আচনি৷আচনি। উদগণি স্বৰূপে তেতিয়া চাৰি বছৰীয়া শিক্ষাৰ প্ৰমাণ-পত্ৰসহ এটি মাহেকীয়া মাননি দিয়া হৈছিল৷হৈছিল। বৰ্তমান দেশখনত আছে ১১৩ খন১১৩খন চৰকাৰী বিদ্যালয়৷বিদ্যালয়। তাৰে ৬০ খন৬০খন লৰাৰ আৰু ৫৩৫৩খন খনছোৱালীৰ। ছোৱালীৰ৷
ইয়াত প্ৰাথমিক শিক্ষা ৬ বছৰৰ৷বছৰৰ। তাৰ পিছত পোনতে ৩ বছৰীয়া মধ্যমীয়া, আকৌ ৩ বছৰীয়া চেকেন্দৰী শিক্ষা৷শিক্ষা। চেকেন্দৰী পৰ্য্যায়ত বিজ্ঞান বা কলা শাখা বাচি লব লাগে৷লাগে। ১৯৬৭ চনত শিক্ষকৰ বাবেও ট্ৰেইনিং অনুস্থানৰঅনুষ্ঠানৰ শুভাৰম্ভ হয়৷হয়। ১৯৭৩ চনত ড'হাত কাটাৰ বিশ্ববিদ্যালয় মুকলি হয়৷হয়। যোৱা দুই দশকৰ ভিতৰত ড'হাত বিশ্বৰ কেইবাটিও আগশাৰীৰ বিশ্ববিদ্যালয়ে নিজৰ শাখা মুকলি কৰিছে৷কৰিছে। চৰকাৰী শিক্ষানুস্থানৰ ওপৰিওউপৰিও আছে এই দেশত অনেক উচ্চমানৰ ব্যক্তিগত শিক্ষানুস্থান৷শিক্ষানুস্থান। [[আমেৰিকা যুক্তৰাষ্ট্ৰ|আমেৰিকা]], ব্ৰিটেইন, [[ভাৰত]], [[ফিলিপাইন]], [[চুডান]], [[লেবানন]] আদিৰ দ্বাৰা এইবিলাক স্থাপিত৷স্থাপিত। তাত অনেক কাটাৰীয়েও শিক্ষা লাভ কৰে৷কৰে। চৰকাৰে ষ্টেচনাৰী, বিদ্যুত, পানী ইত্যাদিৰ সুবিধা দি ব্যক্তিগত শিক্ষানুস্থান সমূহক সহায় কৰে৷কৰে। চৰকাৰী শিক্ষানুস্থানত কাটাৰীৰ ওপৰিওউপৰিও ৰেচিডেন্টৰেচিডেণ্ট ভিছা থকা অইন দেশৰ ছাত্ৰৰো মাছুল নালাগে৷নালাগে। ব্যক্তিগত শিক্ষানুস্থানসমূহৰ মাছুল বেচ উচ্চ হাৰৰ৷হাৰৰ। স্কুলত খেল-ধেমালি,সংগীত, লাইব্ৰেৰী, কম্পিউটাৰ, চুইমিংপুল, কেন্টিনকেণ্টিন আদিৰ সকলো সুবিধা থাকে৷থাকে। প্ৰাইভেট টিউচন কাটাৰত বিশেষ নচলে৷নচলে। বিশেষকৈ স্কুলৰ শিক্ষকে টিউচন নলয়। ভাৰতৰ পৰা পৰিয়ালসহ আহি কাটাৰত কৰ্মৰত লোকসকলে নিজৰ লৰা-ছোৱালীক চি বি এচ ইৰ অধীনত থকা ব্যক্তিগত শিক্ষানুস্থানত পঢ়োৱায়৷পঢ়োৱায়। ইয়াৰ ভিতৰত প্ৰমুখ হ'ল: ড'হা মডাৰ্ণ ইণ্ডিয়ান স্কুল, আইডিয়েল ইণ্ডিয়ান স্কুল,এম ই এচ ইণ্ডিয়ান স্কুল,ডি পি এচ ইণ্ডিয়ান স্কুল, বিৰলা পাব্লিক স্কুল।
== চিকিৎসা ব্যৱস্থা ==
কাটাৰৰ চিকিৎসা ব্যৱস্থাৰ মানদণ্ড বিশ্বমানৰ৷বিশ্বমানৰ। এই দেশে স্বাধীনতা লভিবৰ চাৰিটা দশক সম্পূৰ্ণ হৈছে মাথো, কিন্তু চিকিৎসাৰ দিশত সৰ্বতোপ্ৰকাৰে অভাৱনীয় উন্নতি পৰিলক্ষিত হৈছে৷হৈছে। চৰকাৰৰ তত্বাবধানততত্ত্বাবধানত সৰ্ব -সাধাৰণৰ বাহিৰেও শিশু, নবজাতক, মহিলা, মানসিক ৰোগী, কেঞ্চাৰ ৰোগী, দন্ত চিকিৎসাৰ, অস্থিৰোগৰ, ক্ৰীড়াৰ ফলত হোৱা আঘাতৰ ৰোগীৰ বাবে পৃথক পৃথক চিকিৎসালয় স্থাপিত হৈছে, আৰু আছে ৰোগ পৰীক্ষাৰ অত্যাধুনিক সা-সৰঞ্জামযুক্ত লেবৰেটৰী৷লেবৰেটৰী। স্বাস্থ্যখণ্ডত উন্নতিৰ প্ৰধান কাৰণসমূহ হ'ল- বছেৰেকীয়াবছৰেকীয়া স্বাস্থ্য বাজেটত এক বুজন ধনৰ বিনিয়োগ, এই দেশলৈ অহা নবাগত সকলৰ কঠোৰ স্বাস্থ্য পৰীক্ষা ,আৰু দেশখনৰ সীমিত জনসংখ্যা। তদুপৰি পৰিস্কাৰপৰিষ্কাৰ-পৰিছন্ন পৰিবেশও ৰোগ বৃদ্ধি নোহোৱাৰ এক উল্লেখযোগ্য কাৰণ৷কাৰণ।
বৰ্তমান স্বাস্থ্যৰ ক্ষেত্ৰত দেশখনৰ ৩৩% চৰকাৰী সেৱাৰ বিপৰীতে , ৬৭ % সেৱা ব্যক্তিগত খণ্ডই প্ৰদান কৰি আছে৷আছে। প্ৰসৱজনিত মাতৃৰ মৃত্যুহাৰ এই দেশত তেনেই নগণ্য৷নগণ্য। মেডিকেল শিক্ষাৰ ক্ষেত্ৰত কাটাৰ অৱশ্যে নবাগত৷২০০১নবাগত। ২০০১ চনত আমেৰিকাৰ ৱেল কৰ্ণেল মেডিকেল কলেজে ড'হাত তেওঁলোকৰ কলেজৰ এটি শাখা খোলে৷ইয়াতখোলে। ইয়াত মেডিকেল আৰু পেৰা-মেডিকেল শিক্ষাৰ ব্যৱস্থা আছে৷৩৮০খনআছে। ৩৮০খন বিচনাবিছনা মেডিকেল কলেজত পৰিসৰৰ ভিতৰত অলপতে মুকলি হব৷বৰ্তমানহব। বৰ্তমান শিক্ষাৰ্থী সকলে কাটাৰৰ সৰ্ববৃহৎ চৰকাৰী চিকিৎসালয় (হামাড মেডিকেল কৰ্পৰেচনত) প্ৰেক্টিকেল শিক্ষা লয়৷মেডিকেললয়। মেডিকেল কলেজখন কাটাৰ ফাউণ্ডেচনৰ এডুকেশ্বনেল চিটিৰ ভিতৰত অৱস্থিত৷৷মুঠঅৱস্থিত॥মুঠ ৬ বছৰৰ শিক্ষাৰ অন্তত আমেৰিকাৰ বিশ্ববিদ্যালয়ে ছাত্ৰসকলক এম,ডি ডিগ্ৰী প্ৰদান কৰে৷কৰে। ১৯৫৭ চনত ২০০খন বিচনাযুক্তবিছনাযুক্ত ৰুমেইলা হস্পিতেল ৰাজধানী চহৰ ড'হাত মুকলি হয়৷১৯৭৭হয়। ১৯৭৭ চনত চৰকাৰে ইয়াৰ অন্তৰ্গাথনিৰ প্ৰভূতপ্ৰভুত উন্নতি সাধে৷সাধে। ১৯৮২ চনত ৬২১খন বিচনাযুক্তবিছনাযুক্ত হামাদ মেডিকেল কৰ্পৰেচনৰ শুভাৰম্ভ হয়৷হয়।
১৯৮৮চনত মুকলি হয় ৩৩৪৩৩৪খন খন বিচনাযুক্তবিছনাযুক্ত (চৰকাৰী) মহিলা হস্পিতেল৷২০০৪হস্পিতেল। ২০০৪ চনত মুকলি হয় অল-অমল কেঞ্চাৰ হস্পিতেল৷হস্পিতেল। ইয়াত জাৰ্মানীৰ সহযোগত কেঞ্চাৰ ৰোগৰ অত্যাধুনিক চিকিৎসা আৰু বিভিন্ন প্ৰশিক্ষণ দিয়া হয়৷লাহেহয়। লাহে লাহে দেশখনৰ আন ঠাইটো বিভিন্ন চৰকাৰী চিকিৎসালয় মুকলি হ'ল৷যোৱাল। যোৱা দশকটোত চৰকাৰৰ উদগনি পাই ভালেকেইখন উন্নতমানৰ ব্যক্তিগত চিকিৎসালয়, ক্লিনিক আৰু লেবৰেটৰীৰ শুভাৰম্ভ হ'ল৷এইসকলোল। এইসকলো বিলাকৰ ওপৰত নিয়ন্ত্ৰণ ৰাখে ভাৰতৰ মেডিকেল কাউঞ্চিলৰ সমকক্ষ - "চুপ্ৰিম কাউঞ্চিল অৱ হেল্থে"
কাটাৰত সঘনাই হৈ থকা অন্তৰাষ্ট্ৰীয় খেল- ধেমালিৰ প্ৰতি লক্ষ্য ৰাখি ড'হাত ২০০৯ চনত মুকলি কৰা হৈছে - অৰ্থপেডিক আৰু্ স্পৰ্টচ মেডিচিনৰ "এচপিটাৰ হস্পিতেল"৷। ২০০৬ চনত য'ত এচিয়ান গেমছ হৈছিল- তাতেই চিকিৎসালয়খন স্থাপিত হৈছে৷হৈছে। উল্লেখযোগ্য ২০২২ চনত ফুটবলৰ বিশ্বকাপৰ আয়োজক দেশ হ'ল কাটাৰ৷কাটাৰ।
কাটাৰত ভাইৰেল ফিভাৰ, হেপাটাইটিচ এ জণ্ডিচ, টাইফয়েড, কলেৰা, গেষ্ট্ৰএন্টাৰাইটিচগেষ্ট্ৰএণ্টাৰাইটিচ, ডেংগু, মেলেৰিয়া আদি ৰোগ দেখা পাবলৈ নাই৷নাই। মহ আৰু মাখিৰ সংখ্যা কম৷কম।
মদৰ প্ৰচলন সীমিত বাবে মদৰ ফলত হোৱা নানা লিভাৰৰ অসুখ চিৰচিচ, পেনক্ৰিয়াটাইিচ, মেলিনা, হিমাটেমেচিচ আদি ৰোগো তেনেই কম৷কম। ড্ৰাগছ নিসিদ্ধনিষিদ্ধ বাবে তাৰ ফলত হব পৰা ৰোগ সমূহৰ পৰাও দেশখন মুক্ত৷মুক্ত। ৰন্ধন বৃত্তিৰ লগত লোক সকলে স্বাস্থ্য পৰীক্ষা কৰাওতে শৌচ পৰীক্ষা কৰাতো বাধ্যতামূলক৷বাধ্যতামূলক। <!-- তেনে ৰান্ধনি বা পাকঘৰত কাম কৰিব অহা লোকৰ শৌচত কৃমি, জিয়াৰ্ডিয়া, এন্টামিবাএণ্টামিবা আদি ধৰা পৰিলে তাক নিৰ্মূল কৰিবলৈ আমি মেডিচিনৰ চিকিৎসকে বিধান দিওঁ৷দিওঁ। এইখিনিতে ৰেচিডেন্টৰেচিডেণ্ট ভিছা পাবৰ বাবে কৰনীয়খিনিৰ কথা জনাই লব খুজিছো৷খুজিছো। কাটাৰত কাম কৰিবলৈ অহা নাইবা এমাহৰ অধিক দিন লগত থাকিব খোজা পৰিয়ালৰ লোকক ৰেচিডেন্টৰেচিডেণ্ট ভিছাৰ প্ৰয়োজন৷প্ৰয়োজন। এনে প্ৰতিজন ব্যক্তিৰ কাটাৰৰ ফৰেনচিক বিভাগে নিজাকৈ কম্পিউটাৰত ফটো লয়, চকুৰ স্কেন কৰে আৰু হাতৰ দহোটা আঙুলিৰ ফিংগাৰ প্ৰিন্টপ্ৰিণ্ট সংৰক্ষণ কৰে৷মেডিকেলকৰে। মেডিকেল কমিশ্বন নামৰ চৰকাৰী স্বাস্থ্য বিভাগে স্বাস্থ্য পৰীক্ষা কৰে ; তেজৰ নমুনা লয় আৰু বুকুৰ এক্সৰে লয়৷ইয়াৰলয়। ইয়াৰ দ্বাৰা আবেদনকাৰী ব্যক্তিজন টিবি, হেপাটাইটিচ-বি, হেপাটাইটিচ-চি, এইচ আই ভি আৰু এচ টি ডিৰ ৰোগমুক্ত বুলি প্ৰমাণিত হলেহে ৰেচিডেন্টৰেচিডেণ্ট ভিছাৰ বাবে যোগ্য হব৷হব। ইয়াৰ ওপৰি উপৰি হেপাটাইটিচ -বিৰ ছিতা লোৱাৰো প্ৰয়োজন হয়৷ হয়। ৰেচিডেন্টৰেচিডেণ্ট ভিছা পোৱাৰ পিছত এজন ব্যক্তিয়ে ৰেহাই মূল্যত চৰকাৰী চিকিৎসালয়ৰ সুবিধা পাবলৈ হলে ১০০ৰিয়াল খৰচ কৰি এখন "হেল্থ কাৰ্ড" বনাই লব পাৰে৷আকৌপাৰে। আকৌ প্ৰতি দুবছৰৰ মূৰে-মূৰে স্বাস্থ্য পৰীক্ষাৰ স্বাভাৱিক ৰিপৰ্ট পালেহে ভিছাৰ নবীকৰণ হয়৷গতিকেহয়। গতিকে এনে নিয়ম সমূহে দেশৰ নাগৰিকক বিভিন্ন মাৰাত্মক ৰোগৰ পৰা মুক্ত কৰি ৰাখিছে৷ৰাখিছে। -->
কাটাৰকে ধৰি সমূহ গাল্ফ দেশতেই মানুহৰ খাদ্যাভাসত এটা কথাত কিছু মিল থকা দেখা যায় - সেইটো হ'ল খাদ্যত মাংস,কণী, মাখন, চীজ,পনীৰ, গাখীৰ , ড্ৰাই ফ্ৰুইটচ্ ,বিভিন্ন ক'ল্ড ড্ৰিংকচ্ আদিৰ প্ৰাচুৰ্য্য। শাক-পাচলিৰ তুলনাত আমিষ খাদ্যৰ মূল্য কম৷ইয়াতকম। ইয়াত ৰন্ধনৰ বাবে ৰিফাইন ভিজিটেবল তেল, চানফ্লাৱাৰ, কৰ্ণঅইল আদি সচৰাচৰ ব্যৱহাৰ হয়৷অলিভহয়। অলিভ তেল স্বাস্থ্যৰ বাবে আটাইতকৈ ভাল যদিও ই মহঙা। লিবিয়া আৰু উত্তৰ আফ্ৰিকাৰ প্ৰচুৰ অলিভ তেল উৎপাদন হোৱা দেশসমূহতহে অলিভ তেল আটাইতকৈ সুলভ৷ডায়েবেটিজসুলভ। ডায়েবেটিজ, উচ্চ ৰক্তচাপ, ডিচলিপিডেমিয়া (তেজত চৰ্বিৰ আধিক্য), গাওত আৰু বিভিন্ন হৃদৰোগ জীৱনধাৰণৰ পদ্ধতিৰ ফলত হোৱা বুলিয়েই চিকিৎসা বিজ্ঞানে কয়৷কয়। আনহাতে টুনা, চালমন মাছ আদি সাগৰীয় মাছত স্বাস্থ্যৰ উপযোগী অমেগা- ৩ ফেটি এচিড থাকে৷থাকে। অমেগা- ৩ ফেটি এচিড হৃদৰোগৰ প্ৰতিৰোধকাৰক, মস্তিষ্ক আৰু স্নায়ুৰ বাবে পৰম উপকাৰী।
== তথ্যসূত্ৰ ==
|