ক'ৰডাটা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
 
3 নং শাৰী:
| fossil_range = <br>[[Terreneuvian]] – [[Holocene]], {{fossil range|540|0|earliest=555}}
|image = Pristella maxillaris.jpg
| image_caption = এক্স-ৰে টেট্ৰা (''[[Pristella maxillaris]]'') এবিধ দৃশ্যমান [[Vertebral column|পৃষ্ঠৰজ্জু]] যুক্ত ক'ৰডাটা, পৃষ্ঠৰজ্জুৰ ভিতৰতে [[স্নায়ুৰজ্জু]] থাকে।
| regnum = [[Animalia]]
| phylum = '''Chordata'''
15 নং শাৰী:
** [[Craniata]]
}}
'''ক'ৰডাটা''' (Chordates, {{IPAc-en|ˈ|k|ɔr|d|eɪ|t|s}}) হ'ল এনেবোৰ [[প্ৰাণী]] যিবোৰৰ এডাল পৃষ্ঠ ৰজ্জু, এডাল ফোপোলাফোঁপোলা পৃষ্ঠীয় স্নায়ু ৰজ্জু, [[pharyngeal slit]], এডাল [[endostyle]], আৰু অন্ততঃ জীৱন চক্ৰৰ কিছু কালৰ বাবে এডাল নেজ থাকে। বৰ্গানুসৰি, এই পৰ্বটোৱে উপপৰ্ব '''[[মেৰুদণ্ডী প্ৰাণী|মেৰুদণ্ডী]]''' (Vertebrata), যেনে- স্তন্যপায়ী, মৎস, উভচৰ, সৰিসৃপ, [[চৰাই]]; '''টিউনিকাটা''' (Tunicata), যেনে - [[:en:salp|salp]] আৰু [[:en:sea squirt|sea squirt]]; আৰু '''চেফালকৰডাটা'''ক (Cephalochordata) সাঙুৰি লয়।
 
ক'ৰডাটাৰ ৭৫,০০০ জীৱীত সদস্যৰ, প্ৰায় অৰ্ধেকেই [[Osteichthyes]] শ্ৰেণীৰ অন্তৰ্গত '''বনী ফিছ''' (bony fish)। [[পৃথিৱী]]ৰ, আটাইতকৈ বৃহৎ আৰু ক্ষিপ্ৰতৰ প্ৰাণী, ক্ৰমে '''নীলা তিমি''' (blue whale) আৰু '''peregrine falcon''', মানুহৰ দৰেই ক'ৰডাটাৰ অন্তৰ্গত।<ref><span class="plainlinks">[http://www.accessscience.com/abstract.aspx?id=133700&referURL=http%3a%2f%2fwww.accessscience.com%2fcontent.aspx%3fid%3d133700 AccessScience.com]</span>. Retrieved 23 December 2012.</ref>
 
==বিৱচ্ছেদ==
{{Annotated image | caption=[[cephalochordate]] ''[[Amphioxus]]''ৰ বিবচ্ছেদ। সকলো ক'ৰডাটাৰ জীৱনৰ কিছুমান বিন্দুৰ উপাদান বোৰ দেখুওৱা হৈছে, যিবোৰে ইহঁতক অন্য পৰ্বৰ পৰা পৃথক কৰে।
| image=BranchiostomaLanceolatum PioM.svg | width=400 | image-width=400 | height=340
| image-top=0 | image-left=0 | float=center
30 নং শাৰী:
{{Annotation|5|225|5 {{=}} পায়ু }}
{{Annotation|5|245|6 {{=}} খাদ্য নলী }}
{{Annotation|5|265|7 {{=}} ৰক্ত পৰিবহনপৰিবহণ তন্ত্ৰ }}
{{Annotation|5|285|8 {{=}} উদৰীয় ছিদ্ৰ }}
{{Annotation|5|305|9 {{=}} কণ্ঠৰ ওপৰফালৰ অন্তৰাল }}
44 নং শাৰী:
{{Annotation|200|305|19 {{=}} যকৃৎ সদৃশ থলী (হেপাটিক চিকাম) }}
}}
[[File:Kryptopterus 2.jpg|thumb|গ্লাছ কেটফিছৰ (''[[Kryptopterus vitreolus]]'') পৃষ্ঠদণ্ড বাহিৰৰ পৰা দৃশ্যমান হৈ থাকে। পৃষ্ঠদণ্ডৰ ভিতৰত স্নায়ুৰজ্জু থাকে। ]]
পৃষ্ঠদণ্ডী পৰ্বৰ প্ৰাণীবোৰে সিহঁতৰ জীৱন কালৰ যিকোনো এটা বা সমগ্ৰ স্তৰত প্ৰদৰ্শন কৰা কিছুমান বিৱচ্ছেদীয় বৈশিষ্টবৈশিষ্ট্য তলত উল্লেখ কৰা হ'ল:<ref name="RychelSmithShimamotoSwalla2006">{{cite journal
|author1=Rychel, A.L.|author2=Smith, S.E.|author3=Shimamoto, H.T.|author4=Swalla, B.J.|last-author-amp=yes|date=March 2006
| title=Evolution and Development of the Chordates: Collagen and Pharyngeal Cartilage
52 নং শাৰী:
| pmid=16280542
|doi-access=free}}</ref>
* এডাল পৃষ্ঠদণ্ড থাকে। দেহৰ ভিতৰত দীঘলে দীঘলে কাৰ্টিলেজেৰে গঠিত এডাল দণ্ড থাকে। মেৰুদণ্ডী উপ গোটত এই পৃষ্ঠদণ্ড ডাল মেৰুদণ্ডলৈ বিকশিত হয়, আৰু সম্পূৰ্ণ জলজ প্ৰজীতিৰ ক্ষেত্ৰত ই সিহঁতৰ নেজৰ সহায়ত পানীত সাতুৰিবলৈ সহায় কৰে।
* এডাল [[অংকীয়]] [[স্নায়ু নলীকা]] থাকে। মাছ আৰু অন্য মেৰুদণ্ডীৰ ক্ষেত্ৰত ই স্নায়ু ৰজ্জুলৈ বিকশিত হয়। ই হৈছে [[স্নায়ু তন্ত্ৰ]]ৰ যোগাযোগৰ মূল মাধ্যম।
* [[ফেৰিঞ্জিয়েল স্লীট]] (Pharyngeal slit) থাকে। স্বাস নলী হৈছে মূখৰমুখৰ ঠিক পিছতে থকা ডিঙিৰ এটা অংশ। মাছৰ ক্ষেত্ৰত ই ফুললৈ ৰূপান্তৰ হয়। কিন্তু পানীত বাস কৰা অন্য কিছুমান পৃষ্ঠদণ্ডীৰ ক্ষেত্ৰত ই পানীৰ পৰা আহাৰ পৰিস্ৰুত কৰা তন্ত্ৰৰেই এটা অংশ হিচাপে থাকে।
* পায়ুৰ পিছফালে নেজ থাকে। পায়ুৰ পিছফালে এডাল পেশীয় নেজ থাকে।
* এণ্ড'ষ্টাইল থাকে।<ref name="Ruppert2005">{{cite journal | author=Ruppert, E. | journal=Canadian Journal of Zoology | volume=83 | pages=8–23 | date=January 2005 | doi=10.1139/Z04-158 | title=Key characters uniting hemichordates and chordates: homologies or homoplasies? | url=http://article.pubs.nrc-cnrc.gc.ca/RPAS/RPViewDoc?_handler_=HandleInitialGet&articleFile=z04-158.pdf&journal=cjz&volume=83 | accessdate=2008-09-22 | archive-url=https://archive.is/20121209232008/http://article.pubs.nrc-cnrc.gc.ca/RPAS/RPViewDoc?_handler_=HandleInitialGet&articleFile=z04-158.pdf&journal=cjz&volume=83 | archive-date=9 December 2012 | url-status=dead }}</ref>
 
পৃষ্ঠদণ্ডীক অন্য জীৱৰ পৰা পৃথক কৰা, কিন্তু সাধাৰণ সংজ্ঞাৰ ভিতৰত নপৰা অন্য কিছুমান বৈশিষ্টবৈশিষ্ট্য হ'ল:
* সকলো পৃষ্ঠদণ্ডী [[ডিউটাৰ'ষ্টম]] (deuterostomes), অৰ্থাৎ ভ্ৰূণীয স্তৰত মুখতকৈ আগেয়ে পায়ু বিকশিত হয়।
* সকলো পৃষ্ঠদণ্ডীৰ দেহ তল দ্বিপাৰ্শীয়ভাৱে প্ৰতিসম।<ref>{{cite book
| last = Valentine | first = J.W. | year = 2004 | title = On the Origin of Phyla
68 নং শাৰী:
 
==নিকট সম্বন্ধীয় অপৃষ্ঠদণ্ডীসমূহ==
[[File:Enteropneusta.png|thumb|এক্ৰন ৱৰ্ম বা এণ্টাৰ'নাষ্টসমূহ হেমিক'ৰডেটৰ উদাহৰণ। ]]
 
===হেমিক'ৰডেট===
[[হেমিক'ৰডেট]] ("অৰ্দ্ধ পৃষ্ঠদণ্ডী") সমূহৰ কিছুমান বৈশিষ্টবৈশিষ্ট্য পৃষ্ঠদণ্ডীৰ সৈতে মিল থকা দেখা যায়: ব্ৰেংকিয়েল ছিদ্ৰ শ্বাসনলীত মুক্ত হয় আৰু দেখিবলৈ গিল স্লীটৰ (gill slits) দৰে; ষ্ট'মকৰ্ড (stomochord), ন'ট'কৰ্ডৰ (notochord) সৈতে একে, কিন্তু মুখৰ পৰা আতৰত "ক'লাৰ (collar)"ৰ চাৰিও কাষে থাকে; এডাল অংকীয় স্নায়ুৰজ্জু থাকে, কিন্তু ভেণ্ট্ৰেল নাৰ্ভ কৰ্ডৰ আকাৰ সৰু।
 
হেমিক'ৰডেটৰ দুটা জীৱিত গোট আছে:
 
অকলশৰীয়াকৈ থকা '''এণ্টাৰ'নাষ্ট''', যাক সাধাৰণতে "এক্ৰন ৱৰ্ম" বুলি কোৱা হয়। ইহঁতৰ দীঘল প্ৰ'বছছিছ (proboscis) থাকে আৰু প্ৰায় ২০০ লৈকে ব্ৰেংকিয়েল স্লীট থাকে আৰু দেহটো প্ৰায় ২.৫ ফুট পৰ্যন্ত দীঘল হয়। ইহঁত সাগৰ তলীত গাঁত খান্দি বাস কৰে।
 
'''টেৰ'ব্ৰাঞ্চ''' (Pterobranch) সমূহ উপনিৱেশ পাতি বাস কৰে। এককভাৱে ইহঁতৰ দৈৰ্ঘ্য প্ৰায় ১ মিটাৰতকৈ কম হয়। এযোৰ ব্ৰেংকিয়েল স্পৰ্শকৰ সহায়ত খাদ্য ভক্ষণ কৰে। ইহঁতৰ এডাল চুটি, শ্বীল্ড আকাৰৰ প্ৰবছছিছ থাকে। নলীত বাস কৰা দেখিবলৈ হেক্সু ব্লেডৰ দৰে দেখা বিলুপ্ত গ্ৰেপ্ট'লাইট (graptolite) নামৰ উপনিৱেশীয় জীৱাশ্মবোৰ টেৰ'ব্ৰাঞ্চৰ সৈতে একে।<ref>{{cite web|url=http://www.ucmp.berkeley.edu/chordata/hemichordata.html|accessdate=2008-09-22|title=Introduction to the Hemichordata|publisher=University of California Museum of Paleontology}}</ref>
 
===কণ্টকচৰ্মী===
[[File:Red-knobbed.starfish.arp.jpg|thumb|203x203px|এটা ৰঙা নব ছী ষ্টাৰ, ''Protoreaster linckii'', এষ্টেৰ'য'ৱান কণ্টকচৰ্মীৰ উদাহৰণ। |right]]
 
পৃষ্ঠদণ্ডী আৰু সিহঁতৰ সম্বন্ধীয় সমূহৰ সৈতে কণ্টকচৰ্মীৰ তিনি প্ৰকাৰৰ পাৰ্থক্য আছে: ইহঁতে কেৱল পলু স্তৰতহে দ্বীপাৰ্শীয় সমমিতি প্ৰদৰ্শন কৰে। পূৰ্ণাংগ অৱস্থাত ইহঁত চক্ৰাকাৰ। ইহঁতৰ নলীকা সদৃশ পদ থাকে (tube feet)। ইহঁতৰ দেহৰ খোলা কেলচাইটৰ দ্বাৰা গঠিত।
বেছিভাগ কণ্টকচৰ্মী সাগৰৰ শিলত লাগি থাকে, কিছুমানে অতি ধীৰ গতিৰে চলাচল কৰে আৰু তৰা মাছ, ছী আৰ্চিন, সামুদ্ৰীক তিঁয়হ আদিৰ দৰে কিছুমানৰ দেহৰ গঠন বিভিন্ন আকাৰৰ হয় আৰু চলাচল কৰিব পাৰে।<ref name="CowenHistLifeEd3P412">{{cite book
| author=Cowen, R. | title=History of Life | year=2000 | page=412
"https://as.wikipedia.org/wiki/ক%27ৰডাটা"ৰ পৰা অনা হৈছে