কোষ (জীৱবিজ্ঞান): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
1 নং শাৰী:
'''কোষ''' ({{lang-en|cell}}) জীৱনৰ মূল একক৷একক। আমাৰ চাৰিওফালে থকা [[জীৱ]]সমূহৰ দেহটো কোষেৰে গঠিত৷গঠিত। এই কোষবিলাক বিভিন্ন আকাৰ-আকৃতিৰ হয় আৰু বিভিন্ন সজীৱ-নিৰ্জীৱ বস্তুৰে গঠিত৷গঠিত। জীৱসমূহৰ কিছুমানৰ দেহটো এটা কোষেৰে গঠিত যাক [[এককোষী জীৱ]](unicellular organism) বোলে (যেনে-[[এমিবা]]) আনহাতে বহুতো কোষেৰে গঠিত [[জীৱ]]বোৰক [[বহুকোষী জীৱ]](multicellular organism) বোলে (যেনে-[[মানুহ]]) [[বহুকোষী জীৱ]]ৰ ক্ষেত্ৰত কোষবোৰেই হ'ল দেহ গঠনৰ মূল একক৷একক। ৫৫৮ খৃ:ত কনৰাড জেছনাৰ নামৰ [[বিজ্ঞানী]]জনে পোনপ্ৰথমে কোষ সম্বন্ধে ধাৰণা প্ৰকাশ কৰে৷কৰে। পিছত ১৬৬৫ খৃ:ত '''ৰবাৰ্ট হুকে''' প্ৰথমে কোষ আৱিষ্কাৰ কৰে৷কৰে। <ref name="গ্ৰন্থ ১" />
[[Image:celltypes.svg|thumb|350px|right|সংকোষকেন্দ্ৰীয় জীৱ (বাঁওফালে) আৰু প্ৰকোষকেন্দ্ৰীয় জীৱৰ (সোঁফালে) কোষ]]
 
==কোষ মতবাদ==
[[File:Wilson1900Fig2.jpg|right|thumb|350px|Onion ([[Allium]]) cells in different phases of the cell cycle]]
কোষ সম্বন্ধে নানা তথ্য প্ৰকাশ পোৱাৰ পিছত'''স্লেইডন আৰু স্ব'ৱানে''' ১৮৩৯ খৃ:ত কোষ মতবাদ প্ৰৱৰ্তন কৰে৷কৰে। এই মতবাদ মতে প্ৰত্যেক [[জীৱ]]দেহ কোষৰ দ্বাৰা গঠিত আৰু প্ৰতিটো কোষে এককভাৱে কাম কৰিব পাৰে৷পাৰে। গতিকে,কোষ হ'ল কোনো [[জীৱ]]দেহৰ গঠনগত আৰু কাৰ্যকাৰিতাৰ একক(structural and functional unit) প্ৰত্যেক [[জীৱ]]ৰ [[জীৱন]]ক্ৰিয়া আৰম্ভ হয় এটা মাত্ৰ কোষৰ পৰা আৰু পূৰ্বতে সৃষ্টি হোৱা কোষৰপৰা অপত্য কোষৰ উদ্ভৱ হয়৷হয়।
 
কোষ মতবাদৰ মূল বৈশিষ্ট্য চাৰিটা:
#সকলোবিলাক [[জীৱ]]([[উদ্ভিদ]],[[প্ৰাণী]] আৰু প্ৰ'ট'য'ৱা) ৰ দেহ এক বা একাধিক কোষ আৰু কোষদ্ৰব্য(cell products) ৰ দ্বাৰা গঠিত৷গঠিত। সেইবাবে কোষ হ'ল [[জীৱ]]দেহৰ গঠনগত একক(cell is the structural unit of life)
#কোষ [[জীৱ]]দেহৰ কাৰ্যকাৰিতা একক(cell is the functional unit of life),কাৰণ [[জীৱ]]দেহৰ যাৱতীয় বিপাকীয় কাৰ্যসমূহ কোষৰ ভিতৰত সম্পন্ন হয়৷হয়।
#কেৱল কোষৰ পৰাই কোষৰ সৃষ্টি হয়৷হয়।
#প্ৰত্যেক [[জীৱ]]ৰ [[জীৱন]]ক্ৰিয়া আৰম্ভ হয় এটা মাত্ৰ কোষৰপৰা৷কোষৰপৰা।<ref name="গ্ৰন্থ ১">উচ্চতৰ মাধ্যমিক প্ৰাথমিক জীৱবিদ্যা" লেখক - কৰুনাকৰুণা কান্ত দাস আৰু ড°ড॰ অনুপ কুমাৰ চক্ৰবৰ্ত্তী ৷চক্ৰবৰ্ত্তী। প্ৰকাশক - শ্ৰী শান্তিৰঞ্জন দে,বীণা লাইব্ৰেৰী,কলেজ হোষ্টেল ৰোড,পানবজাৰ,গুৱাহাটী -৭৮৭০০১, অসম৷অসম। </ref>
[[File:Blausen 0208 CellAnatomy.png|thumb|Illustration depicting major structures inside the eukaryotic animal cell]]
 
==কোষ মতবাদৰ ব্যতিক্ৰম==
 
কোষ সম্বন্ধে সাম্প্ৰতিক জ্ঞানে কিন্তু কোষ মতবাদক সম্পূৰ্ণভাৱে সমৰ্থন নকৰে৷নকৰে। কাৰণ সকলো [[জীৱ]]দেহ কোষৰদ্বাৰা গঠিত-এই ধাৰণাটো সম্পূৰ্ণ শুদ্ধ নহয়৷নহয়। ইয়াৰ সপক্ষে যুক্তিবোৰ হ'ল -
 
#[[ভাইৰাছ]],ভাইৰয়েড আৰু প্ৰিয়ম - অকোষীয়(acellular),কাৰণ এইবিলাকৰ প্ৰ'ট'প্লাজম আৰু কোষকেন্দ্ৰ নাথাকে৷নাথাকে।
#[[বেক্টেৰিয়া]] আৰু চাইনা'বেক্টেৰিয়াৰ সুসংগঠিত কোষকেন্দ্ৰ নাথাকে৷নাথাকে।
#মিউকৰ (Mucor-এবিধ [[ভেঁকুৰ]] ) আৰু ভাইচেৰিয়া(Vaucheria - এবিধ [[শেলাই]]) এবিধ বহু কোষকেন্দ্ৰ যুক্ত [[জীৱ]]<ref name="গ্ৰন্থ ১" />
 
==কোষৰ সংজ্ঞা==
25 নং শাৰী:
[[বিজ্ঞানী]]সকলে বিভিন্ন সময়ত কোষ সম্পৰ্কে দিয়া সংজ্ঞা-
 
#[[জীৱন]]ৰ ভৌতিক সত্তাৰ মৌল একক হ'ল কোষ(swanson and Webseter,1978)
#কোষ হ'ল [[জীৱ]]ৰ মৌলিক গঠনগত আৰু কাৰ্যগত একক(De Roberties,1979)
#অৰ্ধভেদ্য আৱৰণেৰে আবৃত স্বপ্ৰজননশীল [[জীৱন]]ক্ৰিয়াৰ একক হ'ল কোষ(A.G.Lowey and P.Siekevitz,1963 )
#[[জীৱন]]ৰ প্ৰকাশ ঘটাবলৈ সক্ষম হোৱা এক খণ্ড প্ৰ'ট'প্লাজমক কোষ বোলে(Max Schultze,1825-1874)
#কোষ হ'ল [[জীৱ]]ৰ ক্ষুদ্ৰতম সুসংগঠিত একক যি অনুকূল পৰিবেশত স্বনিৰ্ভৰ আৰু স্বপ্ৰজননক্ষম৷স্বপ্ৰজননক্ষম।<ref name="গ্ৰন্থ ১" />
 
==কোষৰ মাজত থকা সাধাৰণ মিল==
 
*সকলো ধৰণৰ কোষতে থকা বংশগতি পদাৰ্থ হ'ল নিউক্লিক এচিড৷এচিড।
*সকলো কোষে ইয়াৰ বংশগতি পদাৰ্থখিনিক কোষবিভাজনৰ সময়ত মাতৃকোষৰপৰা অপত্য কোষলৈ সঞ্চাৰ কৰে৷কৰে।
*সকলো কোষতে [[কোষাৱৰণ]],[[ৰাইব'জ'ম]],[[কোষকেন্দ্ৰ]] বা [[নিউক্লিয়ড]](nucleoid) ৰ উপস্থিতি৷উপস্থিতি।
*কিছুমান কোষীয় প্ৰক্ৰিয়া,যেনে- DNA ৰ অনুকৃত্যায়ন(DNA replication),[[প্ৰটিন]] সংশ্লেষণ আদি কৌশল সকলো কোষতে থাকে৷থাকে।
*সবাত শ্বসন(aerobic respiration) পদ্ধতি সকলো কোষতে থাকে৷থাকে।
*সকলো কোষতে কোষাৱৰণৰ গঠন আৰু ইয়াৰ মূল কাম একে৷একে।<ref name="গ্ৰন্থ ১" />
 
==কোষৰ আকাৰ==
 
[[জীৱ]]ৰ ভিন্নতা অনুসৰি এইবিলাকৰ কোষৰ আকাৰৰ ভিন্নতা দেখা যায়৷যায়। [[জীৱ]]জগতৰ আটাইতকৈ ক্ষুদ্ৰতম [[জীৱকোষ]] হ'ল '''মাইক'প্লাজমা গেলিছেপটিকাম(Mycoplasma gallisepticum) আৰু মাইক'প্লাজমা লেডলাই(Mycoplasma laidlawii)''' নামৰ এককোষী [[বেক্টেৰিয়া]]সদৃশ [[জীৱ]] এইবিলাকৰ ব্যাস হ'ল ০.১μm ৷১μm। [[বেক্টেৰিয়া]] কোষ দীঘলে ০.২-০.৫ মাইক্ৰ'মিটাৰ পৰ্যন্ত হয়৷হয়। '''[[উটপক্ষী]]ৰ [[কণী]]'''য়েই হ'ল আটাইতকৈ ডাঙৰ [[প্ৰাণী]]কোষ৷কোষ। ইয়াৰ আকাৰ হ'ল ১৭০মি.মি.× ১৩৫ মি.মি,(খোলাৰে সৈতে) বহুকোষী [[উদ্ভিদ]]ৰ ভিতৰত '''ৰেমী(ramie-Boehmeria)''' নামৰ [[গছ]]ৰ বাকলিৰ তন্তুৱেই আটাইতকৈ দীঘল কোষ,যাৰ দৈৰ্ঘ্য প্ৰায় ৫৫ চে.মি. আটাইতকৈ ডাঙৰ এককোষী [[উদ্ভিদ]]কোষ হ'ল ''এছিটাবুলেৰিয়া(Acetabularia)'' নামৰ [[শেলাই]]বিধ ,যাৰ দৈৰ্ঘ্য হ'ল ৫-১০ চে.মি. [[মানুহ]]ৰ দেহৰ আটাইতকৈ দীৰ্ঘতম কোষ হ'ল [[স্নায়ুকোষ]],ই দীঘলে প্ৰায় ১মিটাৰ পৰ্যন্ত হয়৷হয়।<ref name="গ্ৰন্থ ১" />
 
 
==কোষৰ প্ৰকাৰ==
 
১৯৫৭ খৃ:ত '''ডগহাৰ্টি(Dougherty)''' এ সৰ্বপ্ৰথমে [[কোষকেন্দ্ৰ]]ৰ গঠনৰ ওপৰত ভিত্তি কৰি [[জীৱ]]জগতত দুই প্ৰকাৰ কোষৰ কথা উল্লেখ কৰে৷কৰে। তেওঁ প্ৰকৃত [[কোষকেন্দ্ৰ]]বিহীন আদিম প্ৰকৃতিৰ কোষক ''প্ৰকোষকেন্দ্ৰীয় কোষ'' (Prokaryotic cell) আৰু আদৰ্শ প্ৰকৃত [[কোষকেন্দ্ৰ]]যুক্ত কোষক ''সংকোষকেন্দ্ৰীয় কোষ'' (Eukaryotic cell) হিচাপে আখ্যা দিয়ে৷দিয়ে। আধুনিক [[জীৱ]]বিজ্ঞানীসকলেও সেইবাবে বিভিন্ন ধৰণৰ কোষক দুভাগত বিভক্ত কৰিছে৷কৰিছে।<ref name="গ্ৰন্থ ১" />
 
===প্ৰকোষকেন্দ্ৰীয় কোষ===
[[File:Prokaryote cell.svg|thumb|300px|right|এটা আদৰ্শ প্ৰকোষকেন্দ্ৰীয় কোষ]]
যিবোৰ কোষত সুসংগঠিত [[কোষকেন্দ্ৰ]] নাথাকে তাক প্ৰকোষকেন্দ্ৰীয় কোষ বোলে৷বোলে। যেনে-মাইকা'প্লাজমা,[[বেক্টেৰিয়া]] আদি৷আদি। কোনো [[জীৱ]]দেহ প্ৰকোষকেন্দ্ৰীয় কোষৰ দ্বাৰা গঠিত হ'লে তেনে [[জীৱ]]ক প্ৰকেৰিঅ'টছ(prokaryotes) বোলে৷বোলে। গঠনগতভাৱে প্ৰকোষকেন্দ্ৰীয় কোষ সৰল আৰু অনুন্নত ধৰণৰ৷ধৰণৰ। এইবিলাকৰ প্ৰধান বৈশিষ্ট্যবোৰ হ'ল-
 
#কোষকেন্দ্ৰাৱৰণৰ দ্বাৰা আবৃত,সুগঠিত আৰু নিৰ্দিষ্ট কোনো [[কোষকেন্দ্ৰ]] নাথাকে৷নাথাকে।
#এইধৰণৰ কোষত মাইট'কন্ড্ৰিয়াকণ্ড্ৰিয়া,প্লাষ্টিড,গলগি বডি,অন্ত:প্ৰৰসীয় জালিকা,চেণ্ট্ৰিঅ'ল,লাইছ'জ'ম প্ৰভৃতি কোষ অংগাণু(cell organelles) আদি নাথাকে৷নাথাকে।
#ৰাইব'জ'ম কোষপ্ৰৰসত সিঁচৰিত হৈ থাকে,ৰাইব'জ'ম ৭০S প্ৰকৃতিৰ হয়৷হয়।
#কোষবেৰ পেপটিড'গ্লাইকেনেৰে গঠিত৷গঠিত।
#এইধৰণৰ কোষত ক্ৰ'ম'জ'ম গঠিত নহয়৷নহয়। অকল চক্ৰাকাৰ DNA বা RNA থাকে৷থাকে।
#DNA- ত হিষ্টন(histone) নামক প্ৰটিন নাথাকে৷নাথাকে।
#এইবিলাক কোষত অতিকেন্দ্ৰ(nucleolus) নাথাকে৷নাথাকে।
#শ্বসনকাৰী উৎসেচক কোষপ্ৰৰস বা কোষাবৰণৰ ভিতৰফালে থাকে৷থাকে।
#কোষাৱৰণ কেতিয়াবা কেতিয়াবা চাইট'প্লাজমাত প্ৰৱেশ কৰি মেছ'জ'ম(mesosome)- ৰ সৃষ্টি কৰে৷কৰে।
#সালোকসংশ্লেষণকাৰী [[জীৱ]]বিলাকৰ কোষত থাইলাকইড(thylakoid) নামক ৰঞ্জকযুক্ত অংগাণু থাকে৷থাকে।
#কোষপ্ৰৰস বা চাইট'প্লাজমাত কোনো ধৰণৰ চলন দেখা নাযায়৷নাযায়।
#কোষত ভেকুঅ'লৰ সৃষ্টি নহয়৷নহয়।
#অকল দ্বি-বিভাজন পদ্ধতিৰ দ্বাৰাহে কোষবিভাজন হয়৷হয়।<ref name="গ্ৰন্থ ১" />
 
===সংকোষকেন্দ্ৰীয় কোষ===
[[Image:Animal cell structure en.svg|thumb|275px|right|এটা আদৰ্শ [[প্ৰাণী কোষ]]ৰ গঠন]][[Image:Plant cell structure-en.svg|thumb|275px|right|এটা আদৰ্শ [[উদ্ভিদ কোষ]]ৰ গঠন]]
 
যিবোৰ [[জীৱ]]ৰ কোষত [[কোষকেন্দ্ৰ]]টো স্পষ্ট আৰু সুসংগঢিত তাক সংকোষকেন্দ্ৰীয় কোষ বোলে৷বোলে। এইধৰণৰ কোষ প্ৰ'ট'জ'ৱা,[[ভেঁকুৰ]],বেছিভাগ [[শেলাই]],সকলো উন্নত প্ৰকাৰৰ [[উদ্ভিদ]] আৰু [[প্ৰাণী]]দেহত দেখা যায়৷যায়। এইধৰণৰ কোষৰ সংগঠন পদ্ধতি জটিল৷জটিল। স্পষ্ট আৰু সুসংগঠিত কোষকেন্দ্ৰযুক্ত অৰ্থাৎ আদৰ্শ কোষকেন্দ্ৰযুক্ত [[জীৱ]]ক ইউকেৰিঅ'টছ(eukaryotes) বোলে৷বোলে। এইবিলাকৰ প্ৰধান বৈশিষ্ট্যবোৰ হ'ল-
 
#এইধৰণৰ কোষত [[কোষকেন্দ্ৰ]]টো সুসংগঠিত অৰ্থাৎ [[কোষকেন্দ্ৰ]]ত কেন্দ্ৰাৱৰণ,অতিকেন্দ্ৰ,কোষকেন্দ্ৰ প্ৰৰস আৰু [[কোষকেন্দ্ৰ]] জালিকা থাকে৷থাকে।
#এইপ্ৰকাৰ কোষত আৱৰণেৰে আবৃত কোষ অংগাণু,যেনে- প্লাষ্টিড,গলগি বডি,মাইট'কন্ড্ৰিয়াকণ্ড্ৰিয়া,লাইছ'জ'ম ইত্যাদি থাকে৷থাকে।
#ৰাইব'জ'ম অন্ত:প্ৰৰসীয় জালিকা বা কোষকেন্দ্ৰাৱৰণৰ গাত আৰু কোষপ্ৰৰসত মুক্তভাৱে থাকে৷থাকে। এইবিলাক ৮০S প্ৰকৃতিৰ হয়৷হয়।
#[[প্ৰাণী]]কোষৰ ক্ষেত্ৰত চেণ্ট্ৰ'জ'ম থাকে৷থাকে।
#এইধৰণৰ কোষত DNA আৰু RNA,উভয়প্ৰকাৰ নিউক্লিক [[এচিড]] থাকে৷থাকে। DNA হিষ্ট'ন প্ৰটিনযুক্ত৷প্ৰটিনযুক্ত।
#[[উদ্ভিদ]]কোষত ভেকুঅ'ল থাকে, [[প্ৰাণী]]কোষত সাধাৰণতে নাথাকে৷নাথাকে।
#কোষপ্ৰৰস প্ৰায়ে চলাচল কৰা দেখা যায়৷যায়।
#এমাইট'ছিছ,মাইট'ছিছ আৰু মিঅ'ছিছ পদ্ধতিৰদ্বাৰা কোষবিভাজন হয়৷হয়।
#[[প্ৰাণী]]কোষৰ বাহিৰে [[উদ্ভিদ]]কোষত [[কোষবেৰ]] থাকে৷থাকে।
#শ্বসনকাৰী উৎসেচক কোষপ্ৰৰস আৰু মাইট'কন্ড্ৰিয়াতকণ্ড্ৰিয়াত থাকে। থাকে৷
#[[হৰিৎকণা]] বা ক্ল'ৰ'প্লাষ্টিড নামক দুইতৰপীয়া আৱৰণেৰে আবৃত কোষ অংগাণু থাকে,য'ত [[সালোকসংশ্লেষণ]] ঘটে৷ঘটে।<ref name="গ্ৰন্থ ১" />
 
==কোষৰ আকৃতি==
94 নং শাৰী:
==তথ্য সংগ্ৰহ==
{{Reflist}}