কথা কবিতা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
1 নং শাৰী:
কোনো আবেদনশীল বা ভাৱব্যঞ্জক পৰিস্থিতিক বিষয়বস্তু হিচাপে লৈ, ঘাইকৈ কাব্যভাবানুৰঞ্জিত গদ্যত লিখা নাতিদীৰ্ঘ ৰচনাক '''কথা-কবিতা''' আখ্যা দিয়া হয়৷হয়। এনে ৰচনাৰ বাবে লেখকৰ মননশীলতা, অনুভূতিশীলতা আৰু ভাষাৰ ওপৰত দখল থকা প্ৰয়োজন৷প্ৰয়োজন। ড০ড॰ বাণীকান্ত কাকতিৰ মতে, 'কথা-কবিতাৰ প্ৰাথমিক উদ্দেশ্য চিত্ৰ, ইয়াত ধ্বনি ভাষাৰ ব্যঞ্জনা মাথোন৷মাথোন। ছন্দোময়ী কবিতাৰ প্ৰধান লক্ষ্য গীত বা শ্ৰাব্য বিষয়ক মূৰ্ত্ত কৰি তোলাটো৷তোলাটো। কথা-কবিতাৰ লক্ষ্য ৰূপ বা দৃশ্যবস্তুত সজীৱতা আৰোপ কৰা৷কৰা। কথা-কবিতাত এটি মাথোমাথোঁ কেন্দ্ৰস্থ ভাৱ থাকে আৰু সেই ভাৱক ডাঙৰ-সৰু কেতবোৰ তলতীয়া চিত্ৰেৰে সজীৱ কৰি তোলা হয়৷হয়। কিন্তু এইটো মনকৰিবলগীয়া কথা যে কথা-কবিতা আৰু কবিত্বময়ী কথা একে নহয়৷নহয়। কথা কবিতা এবিধ কবিতাই৷কবিতাই। কিন্তু কবিত্বময়ী কথা লিখাৰ ভংগী বা ভাষাৰ ৰীতি মাথোন৷মাথোন। ' (যতীন্দ্ৰনাথ দুৱৰাৰ 'কথা-কবিতা'ৰ পাতনি‍) বাণীকান্তই কথা-কবিতাৰ 'প্ৰাথমিক উদ্দেশ্য চিত্ৰ'বুলি কোৱা কথা সমৰ্থন কৰিও, এই কথা উল্লেখ কৰিব লাগিব যে চিত্ৰৰ ভাবানুষংগ আৰু তাৰ প্ৰগাঢ়তাও কথা-কবিতাত সমানেই গুৰুত্বপূৰ্ণ৷গুৰুত্বপূৰ্ণ। যিকোনো সাহিত্যতে কথা-কবিতা সংখ্যাত অতি তাকৰীয়া৷তাকৰীয়া। ৰুচ লেখক টুৰ্গেনিভৰ কথা-কবিতাৰ সংকলনে ইংৰাজী অনুবাদত ব্যাপক সমাদৰ লাভ কৰিছিল৷কৰিছিল। আলেকজেণ্ডাৰ ছলঝ‍েনিৎছিনেও কথা-কবিতা লিখিছে৷লিখিছে। লেবাননৰ কবি খলিল জিব্ৰানৰ কথা-কবিতা কিছুমান ইংৰাজীলৈ অনূদিত হৈছে৷হৈছে। সেইবোৰৰ ভাব আৰু অনুভূতিৰ প্ৰগাঢ়তা, ভাষাৰ স্নিগ্ধতা আৰু কোমলতাই পাঠকৰ অন্তৰ স্পৰ্শ কৰে৷কৰে। অসমীয়া সাহিত্যত যতীন্দ্ৰনাথ দুৱৰাৰ 'কথা-কবিতা' এই ভাষাৰ এক অমৰ কীৰ্তি আৰু যিকোনো মানদণ্ডৰেই এক বিশিষ্ট সাহিতি‍্যক সৃষ্টি৷সৃষ্টি। ফৰাচী কবি বডলেয়াৰৰ(Baudelair,১৯২১-৬৭) Petit poems on fore কথা কবিতাৰ আন এক সুন্দৰ নিদৰ্শন৷নিদৰ্শন। <ref>ড০ড॰ প্ৰফুল্ল কটকী সম্পাদিত '''সাহিত্য আৰু সংজ্ঞা''' গ্ৰন্থৰ পৰা উদ্ধৃত</ref>
==তথ্য সংগ্ৰহ==
 
"https://as.wikipedia.org/wiki/কথা_কবিতা"ৰ পৰা অনা হৈছে