কামৰূপ মহানগৰ জিলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
1 নং শাৰী:
{{About|মহানগৰ জিলাখন|গ্ৰাম জিলাখন|কামৰূপ জিলা}}
{{Infobox India district
| Name = কামৰূপ মহানগৰ
| State = অসম
| Division = [[নামনি অসম]]
| Established =
| HQ = গুৱাহাটী
| Map = Assam district locator map Kamrup Metropolitan.svg
| Coordinates = {{coord|26|11|0|N|91|44|0|E|region:IN-AS|display=title,inline}}
| Area = 955
| Area_footnotes =
| Elevation =
| Year = 2011
| Population = 1253938
| Population_footnotes = <ref name="districtcensus"/>
| Density_footnotes =
| Urban =
| Literacy = ৮৮.৭১%
| SexRatio = ৯৩৬
| Collector =
| Tehsils = কামৰূপ মহানগৰ সদৰ
| LokSabha = [[গুৱাহাটী (লোকসভা সমষ্টি)|গুৱাহাটী]]
| Assembly = জালুকবাৰী (৫১), দিশপুৰ (৫২), পূব গুৱাহাটী (৫৩), পশ্চিম গুৱাহাটী (৫৪)
| Highways =
| Vehicle =
| Rain =
| Website = http://kamrupmetro.in/
}}
'''কামৰূপ মহানগৰ জিলা''' [[অসম]]ৰ ৩৩ খন৩৩খন [[অসমৰ জিলাসমূহ|জিলাৰ]] ভিতৰত এখন।
 
==ইতিহাস==
34 নং শাৰী:
==ভুগোল==
<!-- [[চিত্ৰ:Guwahati citysky.jpg|thumb|right|200px|গুৱাহাটী মহানগৰ]] -->
কামৰূপ মহানগৰ জিলাৰ প্ৰশাসনিক কেন্দ্ৰ [[গুৱাহাটী]] মহানগৰত অৱস্থিত।<ref>{{cite web|url=http://kamrupmetro.nic.in/main.asp|title=Home page|publisher=Kamrup Metropolitan district website|accessdate=19 March 2010}}</ref> জিলাখনে মুঠ ৯৫৫ বৰ্গ কিলোমিটাৰ ঠাই আৱৰি আছে।
 
==জনগাঁথনি==
২০১১ চনৰ লোকপিয়ল অনুসৰি কামৰূপ মহানগৰ জিলাৰ জনসংখ্যা ১২,৫৩,৯৩৮ জন।<ref name=districtcensus>{{cite web | url = http://www.census2011.co.in/census/district/156-kamrup-metropolitan.html | title = District Census 2011 | accessdate = 29 December 2018 | year = 2011 | publisher = Census2011.co.in}}</ref> এই সংখ্যা [[ইষ্ট'নিয়া]] দেশৰ জনসংখ্যাৰ লগত<ref name="cia">{{cite web | author = US Directorate of Intelligence | title = Country Comparison:Population | url = https://www.cia.gov/library/publications/the-world-factbook/rankorder/2119rank.html | accessdate = 2011-10-01 | quote = Estonia1,282,963July 2011 est.}}</ref> বা [[আমেৰিকা যুক্তৰাষ্ট্ৰ]]ৰ নিউ হেম্পশ্বায়াৰ ৰাজ্যৰ লগত মিলে।<ref>{{cite web|url=http://2010.census.gov/2010census/data/apportionment-pop-text.php|title=2010 Resident Population Data|publisher=U. S. Census Bureau|accessdate=2011-09-30| quote =New Hampshire1,316,470}}</ref> জনসংখ্যাৰ দিশৰপৰা ভাৰতৰ মুঠ ৬৪০ খন৬৪০খন জিলাৰ ভিতৰত ইয়াৰ স্থান ৩৮৪তম।<ref name=districtcensus/> জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ১,৩১৩ জন।<ref name=districtcensus/> ২০০১-২০১১ চনৰ কলছোৱাত ইয়াৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ১৮.৩৪%।<ref name=districtcensus/> কামৰূপ মহানগৰ জিলাত প্ৰতি ১০০০ জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৩৬ গৰাকী<ref name=districtcensus/> আৰু সাক্ষৰতাৰ হাৰ ৮৮.৭১%।<ref name=districtcensus/>
 
==তথ্য সংগ্ৰহ==
46 নং শাৰী:
 
{{Geographic location
|Centre = কামৰূপ মহানগৰ জিলা
|North = [[দৰং জিলা]]<br/>[[কামৰূপ জিলা]]
|East = [[মৰিগাঁও জিলা]]
|South = [[মেঘালয়]]
|West = [[কামৰূপ জিলা]]
}}