কুৱেইট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Removing Kuwait.ogg, it has been deleted from Commons by Natuur12 because: per c:Commons:Deletion requests/File:Kuwait.ogg.
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
15 নং শাৰী:
|largest_city = [[কুৱেইট চিটি]]
|government_type = সংবিধানিক ৰাজতন্ত্ৰ আমিৰাত<ref name="status">Nominal.</ref>
|leader_title1 = আমিৰ
|leader_name1 = চাবাহ আল-আহমাদ আল-জাবেৰ আল-চাবাহ
|leader_title2 = প্ৰধানমন্ত্ৰী
|leader_name2 = জাবেৰ আল-মোবাৰক আল-হামাদ আল-চাবাহ
|sovereignty_type = স্বাধীনতা
|established_event1 = যুক্তৰাষ্ট্ৰৰ পৰা
|established_date1 = ১৯ জুন , ১৯৬১
|area_rank = ১৫৭ তম
55 নং শাৰী:
}}
 
'''কুৱেইট''' (আৰৱী: دولة الكويت) পশ্চিম এছিয়াত অৱস্থিত এখন আমিৰাত ৰাষ্ট্ৰ। ইয়াৰ উত্তৰে [[চৌদি আৰৱ]] আৰু উত্তৰ পশ্চিমত [[ইৰাক]] অৱস্থিত। ইয়াৰ উত্তৰ-দক্ষিণকৈ দীঘ সৰ্বোচ্চ ২০০ কিঃমিঃ(১২০ মাইল) আৰু পূব-পশ্চিমকৈ ১৭০ কিঃমিঃ (১১০ মাইল)। কুৱেইট এক আৰৱী শব্দ, ইয়াৰ অৰ্থ হল "পানীৰ কাষৰ মহল"। প্ৰায় ৩০ লাখ জনসংখ্যাৰ এই দেশত সাংবিধানিক ৰাজতন্ত্ৰ বিৰাজমান। ইয়াৰ চৰকাৰ সংসদীয়। [[কুৱেইট চিটি]] দেশ খনৰ আৰ্থিক আৰু ৰাজনৈতিক ৰাজধানী। কুৱেইটত কেইবাটাও দ্বীপ অন্তৰ্ভুক্ত। তাৰে ভিতৰত ইৰাকৰ সীমাত থকা বুমিয়ান দ্বীপ সৰ্ববৃহৎ।
 
১৯৯০ চনত ইৰাকে কুৱেইটৰ লগত যুদ্ধ কৰি নিজৰ অধীনত আনিছিল। সাত মাহ পিছত মাৰ্কিনআমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য বাহিনীৰ দ্বাৰা কুৱেইট মুক্ত হয়। ঘূৰি যোৱা ইৰাকী সৈন্য সকলে প্ৰায় ৭৫০ টা৭৫০টা তেলৰ পুং জ্বলাই দিয়ে। ইয়াৰ ফলত আৰ্থিক ক্ষতিৰ লগতে পৰিৱেশৰো বিস্তৰ ক্ষতি সাধন হয়। এই যুদ্ধত কুৱেইটৰ আন্তঃগাথঁনিৰআন্তঃগাঁথনিৰ বিস্তৰ ক্ষতি সাধন হয় আৰু ইয়াক পুনৰ নিৰ্মাণ কৰিবলগীয়া হয়।
 
খাৰুৱা তেলৰ সঞ্চিত ভাণ্ডাৰৰ ভিতৰত কুৱেইট বিশ্বৰ ভিতৰতে পঞ্চম। সেইদৰে জনমূৰী আয়ৰ হিচাপত ই বিশ্বৰ একাদশ স্থানৰ ধনী দেশ। কুৱেইটত তেলৰ সন্ধান আৰু শোধনৰ প্ৰক্ৰিয়া ১৯৩০ চনৰ পৰা আৰম্ভ কৰা হৈছিল। ১৯৬১ চনত যুক্তৰাষ্ট্ৰৰ পৰা স্বাধীন হোৱাৰ পিছৰে পৰা এই ক্ষেত্ৰত অভূতপূৰ্ব বৃদ্ধি দেখিবলৈ পোৱা গৈছে। দেশ খনৰ ৯৫ শতাংশ ৰপ্তানি আৰু ৮০ শতাংশ চৰকাৰী ৰাজস্ব তেল আৰু তেলৰ পৰা উৎপাদিত বস্তুৰ পৰায়ে আহে।
 
== ৰাজনীতি ==
80 নং শাৰী:
! সৃষ্টি
|-
| আল আশ্বিমাহ (আল কুৱায়তকুঁৱায়ত)<sup>2)</sup> || আল কুৱেইট || align="right" |২০০ || align="right" | ২৬১০১৩ || প্ৰাৰম্ভিক প্ৰশাসনীয় অঞ্চল
|-
| হায়াল্লি || হায়াল্লি জিলা || align="right" | ৮৪ || align="right" | ৪৮৭৫১৪ || প্ৰাৰম্ভিক প্ৰশাসনীয় অঞ্চল
|-
| আল ফাৰৱানীয়া || আল ফাৰৱানীয়া || align="right" | ১৯০|| align="right" |৬২২১২৩ || আল আশ্বিমাহৰ পৰা, ১৯৮৮
|-
| আল আহমেডি <sup>1)</sup> || আল আহমেডি|| align="right" |৫১২০ || align="right" | ৩৯৩৮৬১ || আল আশ্বিমাহৰ পৰা, ১৯৪৬
|-
| আল জাহৰা <sup>3)</sup> || আল জাহৰা || align="right" |১২১৩০ || align="right" | ২৭২৩৭৩ || আল আশ্বিমাহৰ পৰা, ১৯৭৯
|-
| মোবাৰাক আল কবিৰ || মোবাৰাক আল কবিৰ || align="right" |৯৪|| align="right" | ১৭৬৫১৯ || হায়াল্লিৰ পৰা, ১৯৯৯
|- style="background: #CCC;"
| মুঠ || || align="right" |১৭৮১৮ || align="right" | ২২১৩৪০৩ ||&nbsp;
|-
| colspan=5 bgcolor="#ffffff" | <sup>1)</sup>১৮ ডিচেম্বৰ, ১৯৬৯ চনত চৌদি কুৱেইটি প্ৰশমন অঞ্চল ভংগ কৰা হয় ,<br>আৰু উত্তৰ অঞ্চলৰ ২৫৯০&nbsp;কিঃমিঃ² আল আহমেডিত যোগ দিয়া হয় (লগতে কিছু অঞ্চল আল জাহৰাত যৌগ দিয়া হয় )
|-
| colspan=5 bgcolor="#ffffff" | <sup>2)</sup> ফেইলকা দ্বীপ, মিচকান দ্বীপ আৰু আওহাহ দ্বীপেৰে গিঠিত
|-
| colspan=5 bgcolor="#ffffff" | <sup>3)</sup> ৱাৰবাহ আৰু বুবিয়ান দ্বীপেৰে গঠিত
|}
 
== ভাষা ==
আদৰ্শ [[আৰৱী ভাষা]] কুৱেইটৰ চৰকাৰী ভাষা। আদৰ্শ আৰৱী ভাষা ধ্ৰুপদী আৰৱী ভাষাৰ এটি আধুনিকায়িত ৰূপ। ধৰ্মীয় আচাৰ অনুষ্ঠানত এতিয়াও ধ্ৰুপদী আৰৱী ভাষা ব্যৱহৃত হয়। অন্যান্য সমস্ত আনুষ্ঠানিক কামকাজ, শিক্ষা আৰু গণমাধ্যমত আদৰ্শ আৰৱী ভাষা ব্যৱহৃত হয়। কুৱেইটৰ জনগণৰ প্ৰায় ৮৫% লোকে মৌখিক আদান-প্ৰদানৰ বাবে উপসাগৰীয় আৰৱী ভাষা ব্যৱহাৰ কৰে। বিদেশী ভাষা হিচাপে [[ইংৰাজী ভাষা]] বহুলভাবে প্ৰচলিত। ইংৰাজীত ৰেডিঅ টিভিৰ অনুষ্ঠান সম্প্ৰচাৰ কৰা হয়।
 
==তথ্য উৎস==
"https://as.wikipedia.org/wiki/কুৱেইট"ৰ পৰা অনা হৈছে