কামেং নদী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
34 নং শাৰী:
<!-- *** Locations *** -->
| source = [[অৰুণাচল প্ৰদেশ]]ৰ [[:en:Tawang district|টাৱাং জিলা]]ৰ ''গৌৰী ছেন পৰ্বত''ৰ এটা হিমবাহ
| source_note = দক্ষিণ তিব্বতৰ [[:en:McMahon Line|ভাৰত-তিব্বত সীমান্ত]]
| source_location = [[:en:Himalayan mountains|পূব হিমালয় পৰ্বতমালা]]
| source_country = {{flagcountry|India}}
49 নং শাৰী:
| mouth_location =
| mouth_country =
| mouth_elevation_imperial =
| mouth_lat_d =
| mouth_lat_m =
77 নং শাৰী:
}}
 
'''কামেং নদী''' (পূৰ্বৰ নাম ভৰলী নদী), [[ব্ৰহ্মপুত্ৰ নদী]]ৰ এখন উল্লেখযোগ্য উপনৈ। ই [[অৰুণাচল প্ৰদেশ]]ৰ [[:en:Tawang district|টাৱাং জিলা]]ৰ ''গৌৰী ছেন পৰ্বত''ৰ এটা হিমবাহৰ পৰা কামেং নদীৰ উৎপত্তি হৈছে। বৰ্তমান ই [[অৰুণাচল প্ৰদেশ]]ত '''কামেং নদী''' আৰু [[অসম]]ত '''জীয়া ভৰলী''' বুলি জনা যায়। কামেং নদীৰ দৈৰ্ঘ্য প্ৰায় ২৬৪ কিঃমিঃ (১৬৪ মাইল)। এই নদীৰ উপত্যকা প্ৰায় ১১,৮৪৩ বৰ্গ কিঃমিঃ (৪,৫৭৩ মাইল) জুৰি বিস্তৃত হৈ আছে।
 
==উৎপত্তি আৰু গতিপথ==
অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ গৌৰী ছেন পৰ্বতৰ এটা হিমবাহৰ পৰা কামেং নদীৰ উৎপত্তি হৈছে। ইয়াৰ অৱস্থান হৈছে {{coord|27|48|36|N|92|26|38|E}}।<ref>Alpine Club Library - Himalayan Index - [http://www.alpine-club.org.uk/hi/screen2b_2.php?s=80&np=24 Results of Search by latitude/longitude]</ref> কামেং নদীখন দক্ষিণ তিব্বতৰ [[:en:McMahon Line|ভাৰত-তিব্বত সীমান্ত]]ত উৎপত্তি হৈ [[অৰুণাচল প্ৰদেশ]]ৰ [[:en:West Kameng District|পশ্চিম কামেং জিলা]]ৰ মাজেদি বৈ গৈছে। ইয়াৰ পিছত ই [[অসম]]ৰ [[শোণিতপুৰ জিলা]]ত প্ৰৱেশ কৰিছে। [[কলিয়াভোমোৰা সেতু]]ৰ পূব দিশে [[তেজপুৰ]]ত ই [[ব্ৰহ্মপুত্ৰ নদী]]ৰ লগত মিলি গৈছে।<ref>[http://www.clsp.jhu.edu/people/zak/ramana/wapMiscLogistics.htm#WapLayoutMap Eaglenest Biodiversity Project map of Western Arunachal Pradesh]</ref>
 
==ভূগোল==
কামেং নদীৰ দৈৰ্ঘ্য প্ৰায় ২৬৪ কিঃমিঃ (১৬৪ মাইল)। এই নদীৰ উপত্যকা প্ৰায় ১১,৮৪৩ বৰ্গ কিঃমিঃ (৪,৫৭৩ মাইল) জুৰি বিস্তৃত হৈ আছে।<ref name="Rao1979">{{cite book|last=Rao|first=K.L.|title=India's Water Wealth|url=http://books.google.com/books?id=DZNrXuA2y3MC&pg=PA78|accessdate=1 May 2011|year=1979|publisher=Orient Blackswan|isbn=978-81-250-0704-3|page=78}}</ref>
 
কামেং নদীখনে অৰুণাচল প্ৰদেশৰ [[:en:East Kameng|পূব কামেং জিলা]] আৰু [[:en:West Kameng|পশ্চিম কামেং জিলা]]ৰ সীমা নিৰ্ধাৰিত কৰিছে। ইয়াৰ উপৰিও ই দুখন বনাঞ্চলৰ মাজত সীমা নিৰ্ধাৰিত কৰিছে। নদীখনৰ পশ্চিমে [[:en:Eaglenest Wildlife Sanctuary|ছেছা আৰু ঈগলনেষ্ট অভয়াৰণ্য]] আৰু পূবে [[:en:Pakke tiger reserve|পক্কেপক্বে ব্ৰাঘ্য প্ৰকল্প]] অৱস্থিত।<ref>[http://www.clsp.jhu.edu/people/zak/ramana/wapLocEaglenest.htm#EaglenestMap Eaglenest Biodiversity Project map of Eaglenest Wildlife Sanctuary ]</ref> কামেং নদীৰ পূবে [[:en:Dafla Hills|ডফলা পাহাৰ]] আৰু পশ্চিমে [[:en:Aka Hills|অকা পাহাৰ]] অৱস্থিত।
 
==উপনদী==
ভালুকপুঙ-ব’মডিলা পথত তিপ্পি নামৰ গাঁৱত তিপ্পি নদী কামেং নদীৰ লগ হৈছে। তিপ্পি নদী ''ঈগলনেষ্ট-ছেছা অভয়াৰণ্য''ৰ মাজেদি বৈ গৈছে। কামেং নদীৰ আন উপনৈ সমূহ হৈছে ''টেঙা'', ''বিচম'', ''ডিৰাঙ ছু'' ইত্যাদি।<ref>Nandy S.N. District Profile: WEST KAMENG DISTRICT, G.B. Pant Institute of Himalayan Environment and Development, Kosi-Katarmal, Almora 263643, India
[http://www.webcitation.org/query?url=http://www.geocities.com/himenvis/vol72/vol72-Nandy.htm&date=2009-10-26+00:00:59 WEST KAMENG DISTRICT]</ref>
 
==সংৰক্ষিত বনাঞ্চল==
কামেং নদী উপত্যকাৰ দুখন মুখ্য বনাঞ্চল আছে: ''[[:en:Pakke tiger reserve|পক্কেপক্বে ব্ৰাঘ্য প্ৰকল্প]]'' (নদীখনৰ পূবত অৱস্থিত) আৰু ''[[:en:Eaglenest Wildlife Sanctuary|ছেছা আৰু ঈগলনেষ্ট অভয়াৰণ্য]]'' (নদীখনৰ পশ্চিমত অৱস্থিত)।
 
== তথ্য সংগ্ৰহ ==
"https://as.wikipedia.org/wiki/কামেং_নদী"ৰ পৰা অনা হৈছে