কলিমা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

র -> ৰ
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
1 নং শাৰী:
[[শ্ৰেণী:ইছলাম ধৰ্ম]]
'''কালিমা''' হ'ল [[ইছলাম|ইছলামৰ]] মৌলিক বিশ্বাস সংবলিত কেইটামান আৰৱী পংক্তিৰ নাম। ইয়াৰ মাধ্যমেই ইছলামৰ প্ৰথম স্তম্ভ [[শ্বাহাদাহ]] পূৰ্ণতা পায়। '''ইছলাম'''ৰ মূল বিশ্বাস হ’ল [[আল্লাহ]]ৰ একত্ব বা [[কলিমা|তৌহিদ/কলিমা]]। আল্লাহৰ একত্ব ইছলামৰ পাঁচটি মূল স্তম্ভৰ মাজৰ প্ৰথম, যাক [[শ্বাহাদাহ]] বুলা হয়। ইয়াৰ আসমীয়ানুবাদ হ'ল-
{{cquote|''মই সাক্ষ্য দি আছোঁ যে, [[আল্লাহ]]ৰ বাহিৰে উপাসনাৰ যোগ্য আন একো নাই, আনহাতে মই সাক্ষি দি আছোঁ যে, [[মুহাম্মাদ|মুহাম্মাদ(ছঃ)]] [[আল্লাহ]]ৰ বাৰ্তাবাহক।" " এইটো পাঠৰ মাধ্যমত এজনে স্বীকাৰ কৰে যে, (এক) [[আল্লাহ]] ব্যতীত অন্য কোনো উপাস্য নাই আৰু (দুই) [[মুহাম্মাদ|মুহাম্মাদ(ছাঃ)]] তেওঁৰ প্ৰেৰিত বাণীবাহক। }}
 
[[ছূৰা ইখলাছ|ছূৰা এখলাছত]] [[আল্লাহ]]ৰ একত্ববাদৰ বৰ্ণনা এনেদৰে দিয়া হৈছে,
{{cquote|"কওঁককওক, তেওঁ [[আল্লাহ]], এক, একক
[[আল্লাহ]] অমুখাপেক্ষী,
তেওঁ কাকো জন্ম দিয়া নাই আৰু কোনেও তেওঁক জন্ম দিয়া নাই
আৰু তেওঁৰ সমতুল্য একোৱেই নাই। }} <ref>কোৰআনঃ 112/1-4</ref>
 
== পাচঁ/ছয়টা কলিমা ==
মুঠ কলিমা পাঁচটা/ছয়টা৷ছয়টা। কলিমাৰ সমষ্টিত মুঠ পাঁচটা/ছয়টা ভাগ আছে যদিও কলিমা বুলি ক'লে সাধাৰণতে সাক্ষী দিয়া কলিমাটোকেই বুজোৱা হৈ থাকে৷থাকে।
 
== প্ৰথম কালিমা ==
প্ৰথম কালিমাৰ নাম হ'ল- '''কালিমায়ে তাইয়্যেবা''' ইয়াৰ অৰ্থ হ'ল পৱিত্ৰ বাক্য। {{অডিও|Kalimah1.ogg|শুনক}}
 
=== আৰৱী ===
19 নং শাৰী:
 
=== অসমীয়া উচ্চাৰণ ===
লা-ইলা-হা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাছূলুল্লাহ্‌।
 
=== ইংৰাজী অনুবাদ ===
25 নং শাৰী:
 
=== অসমীয়া অনুবাদ ===
আল্লাহ অবিহনে কোনো উপাস্য নাই, হজৰত [[মুহাম্মাদ|মুহাম্মাদ(ছাঃ)]] তেখেতৰ প্ৰেৰিত ৰাছূল(বাৰ্তাবাহক)।
 
== দ্বিতীয় কালিমা ==
{{মূল নিবন্ধ|শ্বাহাদাহ}}
 
দ্বিতীয় কালিমাৰ নাম হৈছে- '''কালিমায়ে শ্বাহাদাত''' ইয়াৰ অৰ্থ হ'ল সাহ্ম্য বাক্য। {{অডিও|Kalimah2.ogg|শুনক}}
 
=== আৰৱী ===
36 নং শাৰী:
 
=== অসমীয়া উচ্চাৰণ ===
আশ্ব্হাদু আল-লা-ইলা-হা ইল্লাল্লা-হু ওয়াহ্‌দাহু-লা-শ্বৰীকালাহু ওয়া আশ্ব্হাদু আন্না মুহাম্মাদান আ'বদুহু ওয়া ৰাছূলুহু।
 
=== ইংৰাজী অনুবাদ ===
42 নং শাৰী:
 
=== অনুবাদ ===
আমি সাক্ষ্য দি আছো যে, [[আল্লাহ]] অবিহনে কোনো উপাস্য নাই। তেখেত এক, অদ্বিতীয় আৰু সাক্ষ্য দি আছো যে, [[মুহাম্মাদ|মুহাম্মাদ(ছাঃ)]] তেখেতৰ বান্দা আৰু প্ৰেৰিত ৰাছূল।
 
== তৃতীয় কালিমা ==
তৃতীয় কালিমাৰ নাম হৈছে- '''কালিমায়ে তামজীদ''' অৰ্থ হ'ল শ্ৰেষ্ঠত্ববাদ বাক্য। {{অডিও|Kalimah3.ogg|শুনক}}
 
=== আৰৱী ===
<big><big>سُبْحَا</big></big><ref name="Namaz k Ahkam page 12">Namaz k Ahkam, page 12 : http://www.dawateislami.net/book/read/20/volume/344/ur#section:page_12</ref><big><big>ن لِلّه وَ الْحَمْدُ لِلّهِ وَ لآ اِلهَ اِلّا اللّهُ، وَ اللّهُ اَكْبَرُ وَلا حَوْلَ وَلاَ قُوَّة ِلَّا بِاللّهِ الْعَلِىّ الْعَظِيْم</big></big><!-- لااله الا انت نورا يهدى الله لنوره من يشاء محمد رسول الله امام
المرسلين خاتم النبين -->
 
=== অসমীয়া উচ্চাৰণ ===
ছুবহানআল্লাহী ওয়ালহামদু লিল্লাহী ওয়ালা ইলাহা ইল্লাল্লাহু ওয়াল্লাহু আকবাৰ, ওয়ালা হাওলা ওয়ালা কুয়াতা ইল্লা বিল্লাহিল আলিইল আযীম।
 
=== ইংৰাজী অনুবাদ ===
59 নং শাৰী:
=== অসমীয়া অনুবাদ ===
 
মহিমান্বিত [[আল্লাহ]]ৰ, সমস্ত প্ৰশংসা [[আল্লাহ]]ৰ। [[আল্লাহ]] অবিহনে কোনো মাবুদ নাই। [[আল্লাহ]] মহান। সমস্ত পৱিত্ৰতা [[আল্লাহ]]ৰ, সকল প্ৰশংসা [[আল্লাহ]]ৰ। [[আল্লাহ]] অবিহনে কোনো শক্তি নাই, কোন ক্ষমতা নাই, তেখেত সম্মানিত, তেখেত মহান।
 
== চতুৰ্থ কালিমা ==
চতুৰ্থ কালিমাৰ নাম হৈছে- '''কালিমায়ে তাওহীদ''' ইয়াৰ অৰ্থ হ'ল একত্ববাদ বাক্য। {{অডিও|Kalimah4.ogg|শুনক}}
 
=== আৰৱী ===
74 নং শাৰী:
 
=== অসমীয়া অনুবাদ ===
[[আল্লাহ]] অবিহনে কোনো উপাস্য নাই, তেখেত এক আৰু অদ্বিতীয়। তেখেতৰ কোনো অংশীদাৰ নাই। সকলো ক্ষমতা আৰু প্ৰশংসা তেখেতৰ বাবেই। তেখেত জীৱন আৰু মৃত্যুৰ মালিক। তেখেত চিৰঞ্জীৱ, তেখেত সকলো সম্মানৰ মালিক। তেখেতৰ হাততেই সকলো মঙ্গল আৰু তেখত সবলো বস্তুৰ উপৰতওপৰত ক্ষমতা ৰাখে।
 
== পঞ্চম কালিমা ==
ই অনুশোচনামূলক বাক্য হিচাপেও পৰিচিত। ইয়াৰ নাম '''কালিমা-ই-আস্তাগফেৰ''' {{অডিও|Kalimah5.ogg|শুনক}}
 
=== আৰৱী ===
83 নং শাৰী:
 
=== অসমীয়া উচ্চাৰণ ===
আস্তাগফিৰুল্লাহা ৰাব্বি মিন কুল্লি জামবি আয নাবতুহু আমাদান আওখাতাআন ছিৰৰান আওয়ালা নিয়াতান ওয়াতুবু ইলাইহি মিনাযযামবিল্লাজি ওয়ামিনাযযামবিল্লাজি লা আলামু ইন্নাকা আনতা আল্লামুল গুয়ুবী ওয়া ছাত্তাৰুল উইয়ুবী ওয়া গাফফাৰুজজুনুবি ওয়ালা হাওলা ওয়ালা কুয়াতা ইল্লা বিল্লাহিল আলিউল আযীম।
 
=== ইংৰাজী অনুবাদ ===
89 নং শাৰী:
 
=== অসমীয়া অনুবাদ ===
মই [[আল্লাহ]]ৰ ওচৰত ক্ষমা বিচাৰো সকলো পাপৰ পৰা, যিটো মই সংঘটিত কৰিছো মোৰ জ্ঞাতসাৰে অথবা অজ্ঞাতসাৰে, গোপনে বা প্ৰকাশ্যে আৰু মই মোৰ পালনকৰ্তাৰ আশ্ৰয় বিছৰো সেই পাপৰ পৰা, যিটো পাপ মই জানো আৰু যিটো পাপ মই নাজানো। অৱশ্যেই আপুনি লুকাৱা আৰু গোপন (ভুল) পাপ সম্পৰ্কে জানে আৰু ক্ষমাশীল। [[আল্লাহ]] অবিহনে কোনো শক্তি নাই, কোনো ক্ষমতা নাই, তেখেত সম্মানিত, তেখেত মহান।
 
 
96 নং শাৰী:
 
== তৌহিদৰ প্ৰকাৰঃ ==
তৌহিদক তিনিটা প্ৰকাৰত ভাগ কৰা দেখা যায়।
 
প্ৰথমঃ
তাওহীদুৰ ৰুবুবিয়্যাহঃ [[আল্লাহ]]ক একমাত্ৰ সৃষ্টিকৰ্তা, ৰিযিকদাতা (জীৱিকাদাতা), পৰিচালনাকাৰী আৰু লালন-পালনকাৰী হিচাপে স্বীকাৰ কৰা।
 
দ্বিতীয়ঃ
তাওহীদুল আছমা ওৱাচ্ ছিফাতঃ আল্লাহে নিজৰ বাবে যিবোৰ নাম আৰু গুণাৱলী সাব্যস্ত কৰিছে অথবা ৰাছুল [[মুহাম্মাদ|মুহাম্মাদে(ছাঃ)]] [[আল্লাহ]]ৰ বাবে যিবোৰ নাম আৰু গুণাৱলী সাব্যস্ত কৰিছে সেইবোৰৰ কোনো সাদৃশ্য আৰু উপমা, বিকৃতি আৰু পৰিৱৰ্তন নকৰি [[আল্লাহ]]ৰ বাবে সাব্যস্ত কৰা।
 
তৃতীয়ঃ
তাওহীদুল ইবাদাহঃ সকলো ধৰণৰ [[ইবাদত]]ৰ বাবে [[আল্লাহ]]ক এক ও একক বুলি স্বীকাৰ কৰা আৰু তেওঁৰ লগত শ্বিৰ্ক নকৰি [[ইবাদত]]ত একনিষ্ঠ হোৱা।এতেকেহোৱা। এতেকে, তাওহীদৰ ওপৰোক্ত প্ৰকাৰসমূহ সম্পূৰ্ণৰূপে ধাৰণ নকৰিলে আৰু এইবোৰক প্ৰতিষ্ঠা নকৰিলে বান্দাহে মুআহহিদ তথা একত্ববাদী হ’ব নোৱাৰিব।<ref> ইছলাম হাউজ(অসমীয়া ভাগ), লেখকঃৰফিকুল ইছলাম বিন হাবীবুৰ ৰহমান দৰঙী</ref>
 
== তথ্যসূত্ৰ ==
"https://as.wikipedia.org/wiki/কলিমা"ৰ পৰা অনা হৈছে