মনসা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
18 নং শাৰী:
}}
'''মনসা দেৱী''' হৈছে [[হিন্দু ধৰ্ম]]ৰ এগৰাকী দেৱী, তেওঁক সৰ্পৰ লগত জড়িত দেৱী হিচাপে  বিশ্বাস কৰা হয়।মূলত বংগদেশ আৰু উত্তৰ ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলতো সৰ্পদোষ নিৱাৰণৰ বাবে তেওঁৰ পূজা কৰা হয়। মনসা হৈছে সৰ্পৰাজ বাসুকীৰ ভগ্নী আৰু  জৰুৎকাৰু মুনিৰ পত্নী । সৰ্পবিষ নিৱাৰণ কৰাৰ বাবে তেওঁক বিষহৰি নামেৰেও জনা যায়।
<ref>{{সাঁচ:Cite book|title = Classical Dictionary of Hindu Mythology and Religion, Geography, History|author = Dowson, John|year = 2003|publisher = Kessinger Publishing|location = |isbn = 0-7661-7589-8|pages = 196|url = }}</ref>তেওঁক নিত্যা (চিৰন্তনী) আৰু পদ্মাবতী নামেৰেও জনা যায়।
 
== তথ্যসূত্ৰ ==
"https://as.wikipedia.org/wiki/মনসা"ৰ পৰা অনা হৈছে