গণ (জীৱবিদ্যা): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
1 নং শাৰী:
{{পোখালি}}
[[File:Biological classification L Pengo vflip-as.svg|thumb|জীৱজগতৰ বৰ্গীকৰণ তালিকা; '''গণ''', '''পৰিয়াল''' আৰু '''প্ৰজাতি'''ৰ মাজত অৱস্থান কৰেকৰে। ]]
'''গণ'''( '''genus''' {{IPAc-en|ˈ|dʒ|iː|n|ə|s}} plural: '''genera''') হৈছে, [[জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন]]ত [[পৰিয়াল (জীৱবিদ্যা)|পৰিয়াল]]ৰ তলত আৰু [[প্ৰজাতি (জীৱবিদ্যা)|প্ৰজাতি]]ৰ ওপৰত অৱস্থান কৰা এক বিশেষ বৰ্গীয় স্থান ।স্থান। জীৱৰ দ্বৈৰাশিক নামাকৰণতনামকৰণত, প্ৰতিটো প্ৰজাতিৰ বৈজ্ঞানিক নামটোৰ প্ৰথম পদটো প্ৰজাতিটোৰ '''গণ'''ৰ নামটোৱেই পূৰণ কৰে; যেনে - [[:en:Bornean orangutan|Pongo ''pygmaeus'']] আৰু [[:en:Sumatran orangutan|Pongo ''abelii'']] হ'ল, [[:en:Orangutan|Pongo]] (ওৰাংওটাং) নামৰ '''গণ'''টোৰ অন্তৰ্গত দুটা প্ৰজাতিপ্ৰজাতি।
 
==ইতিহাস==
ফৰাছীফৰাচী উদ্ভিদবিজ্ঞানী '''জোসেফ পিটন ডি ট্যুৰনিফোৰ্ট''' (১৬৫৬–১৭০৮)ক, "গণৰ আধুনিক ধাৰণাৰ প্ৰতিষ্ঠাতা" বুলি কোৱা হয়<ref>{{cite book |last=Stuessy |first=T. F. |year=2009 |title=Plant Taxonomy: The Systematic Evaluation of Comparative Data |location=New York |publisher=Columbia University Press |page=42 |isbn=9780231147125 |edition=2nd }}</ref>।
 
==গণবাচক নাম==
গণৰ বৈজ্ঞানিক নামটোক, '''গণবাচক নাম''' বুলিও কোৱা ।কোৱা। জীৱৰ বৈজ্ঞানিক নামাকৰণতনামকৰণত গণবাচক নামে নিৰ্ণায়ক ভূমিকা পালন কৰেকৰে।
 
==তথ্য সংগ্ৰহ==