গোলাঘাট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
1 নং শাৰী:
{{Infobox settlement
| name = গোলাঘাট
| native_name =
| native_name_lang = অসমীয়া
| other_name =
| nickname =
| settlement_type = চহৰ
| image_skyline = City Skyline - Golaghat.png
| image_alt =
| image_caption =
| pushpin_map = India Assam
| pushpin_label_position = left
| pushpin_map_alt =
| pushpin_map_caption =[[অসম]]ত গোলাঘাটৰ অৱস্থান
| latd = 26.52
| latm =
| lats =
| latNS = N
| longd = 93.97
| longm =
| longs =
| longEW = E
| coordinates_display = inline,title
| subdivision_type = দেশ
| subdivision_name = [[ভাৰত]]
| subdivision_type1 = [[States and territories of India|ৰাজ্য]]
| subdivision_name1 = [[অসম]]
| subdivision_type2 = [[List of districts of India|জিলা]]
| subdivision_name2 = [[গোলাঘাট জিলা]]
| established_title = <!-- Established -->
| established_date =
| founder =
| named_for =
| government_type =
| governing_body =
| unit_pref = Metric
| area_footnotes =
| area_rank =
| area_total_km2 =
| elevation_footnotes =
| elevation_m = 95
| population_total = 60,782
| population_as_of = 2011
| population_rank =
| population_density_km2 = auto
| population_demonym =
| population_footnotes =
| demographics_type1 = ভাষা
| demographics1_title1 = চৰকাৰী
| demographics1_info1 = [[অসমীয়া ভাষা|অসমীয়া]]
| demographics1_title2 =
| demographics1_info2 =
| timezone1 = [[ভাৰতীয় মান সময়]]
| utc_offset1 = +5:30
| postal_code_type = [[Postal Index Number|PIN]]
| postal_code = 785 621
| area_code_type = Telephone code
| area_code = 91 (0) 3774
| registration_plate = AS-05
| website = {{URL|www.golaghat.gov.in}}
| footnotes =
}}
'''গোলাঘাট''' [[অসম]]ৰ এখন উল্লেখযোগ্য চহৰ। ১৯৮৭ চনৰ ১৫ আগষ্টত [[গোলাঘাট জিলা]] গঠন হোৱাৰ পিছত ই জিলাখনৰ সদৰ হয়।
 
==ইতিহাস==
গোলাঘাট নামৰ উ‍ৎপত্তিৰ এক মনোৰম কাহিনী আছে। ১৯শতিকাৰ মাজভাগত মাৰোৱাৰী ব্যৱসায়ীসকলে ধনশিৰী নৈৰ ঘাটৰ কাষতে কিছু 'গোলা' অৰ্থাৎ সৰু দোকান পাতিছিল। এই ঠাইতে পাছলৈ গোলাঘাট নামেৰে নগৰ গঢ়লৈ উঠে।
 
==ভৌগোলিক অৱস্থিতি আৰু জনগাঁথনি==
গোলাঘাটৰ স্থানাংক হৈছে {{Coord|26.52|N|93.97|E|}} আৰু গড় উচ্চতা ৯৫ মিটাৰ (৩১১ ফুট)। গোলাঘাট জিলাৰ পূবে [[যোৰহাট জিলা]], পশ্চিমে [[নগাঁও জিলা]] আৰু [[কাৰ্বি আংলং জিলা]], উত্তৰে [[ব্ৰহ্মপুত্ৰ নদী]] আৰু দক্ষিণে নগা পাহাৰ।
২০১১ চনৰ লোকপিয়ল মতে গোলাঘাট নগৰৰ অন্তৰ্গত অঞ্চলৰ মুঠ জনসংখ্যা আছিল ৬০,৭৮২। পুৰুষ আৰু মহিলাৰ অনুপাত ক্ৰমে ৫৩% আৰু ৪৭%।
 
==শিক্ষা==
গোলাঘাট অসমীয়া কলা সংস্কৃতিত গুৰুত্বপূ্ৰ্ণ অৱদান আগবঢ়োৱা বহুতো ব্যক্তিৰ বাবে বিখ্যাত। ইয়াত বহুতো ন পুৰণি শিক্ষানুষ্ঠান আছে।
;মহাবিদ্যালয়
* দেৱৰাজ ৰয় মহাবিদ্যালয়
95 নং শাৰী:
==যাতায়ত==
;বিমান
গোলাঘাটৰ নিকটৱৰ্তী বিমান বন্দৰ হৈছে যোৰহাটৰ [[ৰৰৈয়া বিমানবন্দৰ]]।
 
;ৰেল
গোলাঘাট [[ভাৰতীয় ৰেলসেৱা]]ৰ [[উত্তৰ-পূব সীমান্ত ৰেলসেৱা]]ৰ অন্তৰ্গত। গোলাঘাট ৰেল ষ্টেচন নগৰৰ ভিতৰত আৰু ফৰকাটিং জংচন গোলাঘাট নগৰৰ পৰা কিছু আঁতৰত আছে। ফৰকাটিং জংছনৰ মাজেদি কেইবাখনো দীঘলীয়া পথৰ ৰেল চলাচল কৰে।
 
;পথ
অসমৰ আন প্ৰধান নগৰ-চহৰসমূহৰ লগত পথেৰে গোলাঘাটৰ সু-সংযোগ আছে। [[৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)|৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ]] নুমলীগড়ৰ পৰা আৰম্ভ হৈ গোলাঘাট নগৰৰ কাষেদি পাৰ হৈ গৈছে। পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথে গোলাঘাটক [[দেৰগাঁও|দেৰগাঁৱ]]ৰ সৈতে সংযোগ কৰিছে।
 
==উল্লেখযোগ্য স্থান==
* '''[[কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান]]''': গোলাঘাট জিলাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা পৃথিৱীৰ প্ৰায় দুই তৃতীয়াংশ [[এশিঙীয়া গঁড়]]ৰ বাসস্থান তথা বিশ্ব ঐতিহ্যক্ষেত্ৰ ।ঐতিহ্যক্ষেত্ৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দেশী বিদেশী পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰ।
* '''[[গৰমপানী অভয়াৰণ্য]]''': গৰমপানী হৈছে অসমৰ কাৰ্বি আংলং জিলাত অৱস্থিত এখন অভয়াৰণ্য। ইয়াৰ মুঠ মাটিকালি হৈছে ৬.০৫-বৰ্গ-কিলোমিটাৰ (৬,৫১,০০,০০০ ফুট২)। গোলাঘাটৰ পৰা ইয়ালৈ দূৰত্ব প্ৰায় ২৫ কিমি। এই অভয়াৰণ্য গৰমপানীৰ উঁহ আৰু জলপ্ৰপাতৰ বাবে বিখ্যাত।
* '''বীৰাংগনা সাধনী কলাক্ষেত্ৰ''': এই কলাক্ষেত্ৰ [[চুতীয়া ৰাজ্য]]ৰ শেষ ৰাণী বীৰাংগনা [[সতী সাধনী]]ৰ স্মৃতিত গোলাঘাট নগৰৰ সমীপৰ মইনাপাৰাত নিৰ্মাণ কৰা হৈছে। সাধনী কলাক্ষেত্ৰত অসমৰ বিভিন্ন কলা-সংস্কৃতি, সংগীতৰ বিভিন্ন নিদৰ্শন দাঙি ধৰাৰ উপৰিও বীৰাংগনা সতী সাধনীৰ জীৱনৰ প্ৰচাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
* '''ৰবীন বেনাৰ্জী সংগ্ৰহালয়''': বিশিষ্ট প্ৰকৃতিবিদ, চিত্ৰশিল্পী, ফটোগ্ৰাফাৰ তথা তথ্যচিত্ৰ নিৰ্মাতা স্বৰ্গীয় [[ৰবীন বেনাৰ্জী]]ৰ গোলাঘাটৰ মিছন ৰোড স্থিত বাসগৃহটো প্ৰকৃতিপ্ৰেমী সকলৰ বাবে এক উল্লেখযোগ্য স্থান ৰূপে পৰিগণিত হৈছে৷হৈছে। ৰবীন বেনাৰ্জীয়ে অঁকা বিভিন্ন চিত্ৰ আৰু অন্যান্য মূল্যৱান সম্পদেৰে পৰিপূৰ্ণ এই বাসগৃহ এটা সংগ্ৰহালয়লৈ ৰুপান্তৰিতৰূপান্তৰিত কৰা হৈছে।
* '''যমুনা উদ্যান''': গোলাঘাটৰ মাজ মজিয়াত অৱস্থিত যমুনা উদ্যানত নৌকা বিহাৰৰ ব্যৱস্থা আছে।
* '''নামবৰ দৈগ্ৰুং অভয়াৰণ্য''': ৯৭.১৫ বৰ্গ-কিলোমিটাৰ আগুৰি এই অভয়াৰণ্য বিৱৰি এই অভয়াৰণ্য অৱস্থিত। গোলাঘাটৰ পৰা ইয়ালৈ দূৰত্ব প্ৰায় ২৫ কিমি।
* '''শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ''': অসমৰ উল্লেখযোগ্য ধৰ্মীয় স্থানসমূহৰ ভিতৰত [[শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ]] অন্যতম। ই গোলাঘাট জিলাৰ ঘিলাধাৰী মৌজাৰ বচা গাঁওতগাঁৱত অৱস্থিত।
 
==ৰাজনীতি==
গোলাঘাট [[কলিয়াবৰ (লোকসভা সমষ্টি)]]ৰ অন্তৰ্গত। গোলাঘাট বিধানসভা সমষ্টিৰ বৰ্তমানৰ বিধায়ক [[ভাৰতীয় জাতীয় কংগ্ৰেছ]]ৰ অজন্তা নেওগ।
 
==বাহ্যিক সংযোগ==
"https://as.wikipedia.org/wiki/গোলাঘাট"ৰ পৰা অনা হৈছে