গাখীৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
13 নং শাৰী:
| শৰ্কৰা (Carbohydrates) || ১২ গ্ৰাম || ছ'ডিয়াম ১২০ মিলিগ্ৰাম
|-
|প্ৰ'টিন (Protein) || ৯ গ্ৰাম || কলেষ্টেৰল ৩৫ মিলিগ্ৰাম
|}
{|
 
<ref name="গ্ৰন্থ ১" <ref>{{cite journal | title= গাখীৰৰ পুষ্টিগুণ আৰু উতলালে হ'ব পৰা পৰিবৰ্তন |author= ডা° ৰজত বুঢ়াগোহাঁই | journal= প্ৰান্তিক| year= ২০১২| month= ১ - ১৫ নৱেম্বৰ | volume= ৩১শ বছৰ | issue= ২৩শ সংখ্যা| pages= পৃষ্ঠা ২৭ - ২৮}}</ref>
 
== ব্যৱহাৰৰ প্ৰকাৰ ==
গাখীৰ মূলতঃ দুই ধৰণে ব্যৱহাৰ হয় – প্ৰাকৃতিকভাৱে শিশুৰ আহাৰ হিচাপে আৰু মানুহৰ দ্বাৰা বিভিন্ন খাদ্য বস্তু প্ৰস্তুতকৰণত ।প্ৰস্তুতকৰণত।
=== প্ৰাকৃতিকভাৱে শিশুৰ আহাৰ ===
[[File:Woman breastfeeding an infant.jpg|thumb| এটি মানৱ শিশুক মাতৃয়ে স্তনপান কৰাই আছে। ]]
[[File:Goat kid feeding on mothers milk.jpg|thumb|এজনী ছাগলীয়ে পোৱালিক গাখীৰ খুৱাই থকা অৱস্থাত। ]]
 
মাকৰ স্তনৰ পৰা শিশুৱে গাখীৰ আহাৰ হিচাপে সকলো [[স্তন্যপায়ী প্ৰাণী]]য়ে গ্ৰহণ কৰে। শিশুৱে যেতিয়া নিজে অন্য আহাৰ খাব আৰু হজম কৰিব পৰা হয় তেতিয়া গাখীৰ গ্ৰহণ কৰা বাদ দিয়ে। মানুহৰ ক্ষেত্ৰত কোনো কোনো সংস্কৃতিত সাত বছৰ পৰ্যন্ত শিশুৱে মাকৰ গাখীৰ খায়।
 
=== মানুহৰ দ্বাৰা খাদ্য প্ৰস্তুত কৰাত ===
মানুহে গাখীৰ প্ৰধানকৈ তৃণভোজী প্ৰাণীৰ পৰা আহৰণ কৰি বিভিন্ন খাদ্য প্ৰস্তুত কৰা তথা গাখীৰ পোনপতীয়াকৈ খাবলৈ ব্যৱহাৰ কৰে। [[তৃণভোজী প্ৰাণী]]ৰ ভিতৰত [[গৰু]] আৰু [[ম'হ]]ৰ গাখীৰ বেছি প্ৰচলন ।প্ৰচলন। [[ভেড়া]], [[ছাগলী]], [[মেথোন]] আদি প্ৰাণীৰো গাখীৰ ব্যৱহাৰ কৰা হয়। গাখীৰৰ পৰা [[ক্ৰীম]], [[মাখন]], [[ঘী]], [[পনীৰ]], [[চিজ]], [[আইচ ক্ৰীম]] আদি বিভিন্ন খাদ্য বস্তু প্ৰস্তুত কৰা হয়। ইয়াৰ উপৰিও বিভিন্ন খাদ্য বস্তুত গাখীৰ মূল উপাদান হিচাপে ব্যৱহাৰ কৰা হয়।
 
==এৱা গাখীৰ==
"https://as.wikipedia.org/wiki/গাখীৰ"ৰ পৰা অনা হৈছে